• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰতক পুনৰ মেচলৈ ঘুৰাই আনিলে বলাৰসকলে; জয়ৰ আশা বুকুত বান্ধি যুঁজ দিছে গীল বাহিনীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 2, 2025 8:16 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘অ’ভেল টেষ্টত দ্বিতীয় দিনটোত দেখা গৈছিল এক নাটকীয় উত্থান-পতনৰ দৃশ্য। ইংলেণ্ডৰ পেচাৰৰ সন্মুখত খেৰকূটাৰ দৰে উৰি গৈ মাত্ৰ ২২৪ ৰানতে অন্ত পৰে টিম ইণ্ডিয়াৰ প্ৰথম ইনিংছ। ভাৰতৰ শেষৰ চাৰিটা উইকেট মাত্র ৬ ৰানতে পৰে৷

ইয়াৰ প্ৰত্যুত্তৰত ইংলেণ্ডৰ দুই অ’পেনাৰ জেক ক্ৰ’লি আৰু বেন ডাকেটে ধুমুহাৰ সৃষ্টি কৰি ইংলেণ্ডক ১২ অভাৰতে ৯০ ৰানলৈ লৈ যায়। তেতিয়াও বুজিব পৰা হোৱা নাছিল যে খেল কিমান বাকী। অৱশেষত ইংলেণ্ডৰ প্ৰথম ইনিংছ ২৪৭ ৰানত সমাপ্ত হয়। ২৩ ৰানৰ অগ্ৰগতি লাভ কৰে।

Apply Now

দ্বিতীয় দিনৰ শেষত ভাৰতে দ্বিতীয় ইনিংছ মুকলি কৰি দিনটোৰ খেলৰ শেষত ২ উইকেটত ৭৫ ৰান কৰে। ৫২ ৰানত আগবাঢ়ি আছে টিম ইণ্ডিয়া।

প্ৰথম দিনা যুঁজৰ বোজা নিজৰ কান্ধত তুলি লৈছিল কৰুণ নাইৰে। অৱশ্যে দ্বিতীয় দিনা ৫৭ ৰানত তেওঁৰ সকলো প্ৰতিৰোধৰ অন্ত পৰে। তেওঁ আউট হোৱাৰ লগে লগে বাকী বেটছমেনসকলেও নিজৰ গ্ৰিপ হেৰুৱাই পেলায়। ইংলেণ্ডৰ পেচাৰৰ সন্মুখত খেৰকূটাৰ দৰে উৰি গৈ ভাৰতৰ প্ৰথম ইনিংছ শেষ হয়।

আগৰ মেচখনত শতক অৰ্জন কৰি পৰাজয় ৰক্ষা কৰা ৱাশ্বিংটন সুন্দৰকলৈও আশাৰ সঞ্চাৰ হৈছিল। তেওঁ ২৬ ৰানত আউট হৈছিল। ইয়াৰ পিছত টেইল-এণ্ডাৰবোৰৰ অৱস্থা আছিল ‘আয়াৰাম গয়াৰাম’। মহম্মদ ছিৰাজ আৰু আকাশ দীপে কোনো ৰান নকৰাকৈ ড্ৰেছিং ৰুমলৈ উভতি যায়। এইদৰে দ্বিতীয় দিনৰ মাত্ৰ ২৭ মিনিটৰ ভিতৰতে ভাৰতৰ ইনিংছ সমাপ্ত হয়।

প্ৰথম ইনিংছত গাছ এটকিনছনে ৩৩ ৰানত ৫টা উইকেট দখল কৰে। এটকিনছনৰ বাহিৰেও জোছ টঙে ৩টা আৰু ক্ৰীছ ৱ’কেছে ১টা উইকেট দখল কৰে। অ’ভেলত দ্বিতীয় দিনাৰ খেল আৰম্ভ হোৱাৰ পূৰ্বেই ইংলেণ্ডে ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হয়। আঘাতৰ বাবে ৱ’কেছক শৃংখলাৰ পৰা বাহিৰ হয়। প্ৰথম দিনাৰ খেলৰ সময়ত বাউণ্ডেৰী ৰক্ষা কৰাৰ সময়তে কান্ধত আঘাত পায়। সেই আঘাতৰ বাবে তেওঁ পুনৰ অ’ভেলত নামিব নোৱাৰিলে। কিন্তু তেওঁৰ অবিহনে ইংলেণ্ডৰ বাকী পেচাৰসকলে প্ৰথম ইনিংছত ভাৰতৰ বাকী চাৰিটা উইকেট দখল কৰিবলৈ বিশেষ কষ্ট কৰিব লগা নহ’ল।

ইয়াৰ উত্তৰত ইংলেণ্ডৰ দুয়োজন অ’পেনাৰ জেক ক্ৰ’লি আৰু বেন ডাকেটে বাজবল বেটিং মুডত আৰম্ভণি কৰে। দুয়োজন বেটছমেনে প্ৰতি অভাৰত প্ৰায় ৭ ৰান সংগ্ৰহ কৰিছিল। যেতিয়া ইংলেণ্ডৰ স্ক’ৰ ১২.৫ অভাৰত ৯২ ৰান হয়, তেতিয়া আকাশ দীপৰ বলত ডাকেট (৪৩) ড্ৰেছিং ৰুমলৈ উভতি যায়। স্কুপ কৰিবলৈ গৈ তেওঁ উইকেটৰ পিছফালে ধৰা পৰে।

তাৰ পাছত ক্ৰ’লিয়ে প্ৰসিদ্ধ কৃষ্ণ বলিঙৰ পৰা নিজৰ ব্যক্তিগত ৬৪ ৰান উভতি যায়। ইয়াৰ পূৰ্বে চিৰাজে অলি পোপ (২২)ক এলবিডব্লিউ কৰে। তাৰ পাছত যেতিয়া জো ৰুট (২৯) আউট হৈছিল তেতিয়া ইংলেণ্ডৰ স্ক’ৰ ৪ উইকেটত ১৭৫ ৰান হয়। কিন্তু নিয়মীয়া ব্যৱধানত উইকেট হেৰুৱাই ইংলেণ্ডৰ ইনিংছ ২৪৭ ৰানত শেষ হয়। ছিৰাজে ৮৬ ৰানত ৪ টা উইকেট দখল কৰে। প্ৰসিদ্ধই ৬২ ৰানত ৪টা উইকেট আৰু আকাশ দীপে এটা উইকেট দখল কৰে।

যশস্বী জয়ছোৱালে আক্ৰমণাত্মকভাৱে দ্বিতীয় ইনিংছ আৰম্ভ কৰে। ইয়াৰ মাজতে ইংলেণ্ডেও সুযোগ অপচয় কৰিছিল। শ্লিপত থিয় হৈ থকা হেৰী ব্ৰুকে বাওঁহতীয়া অ’পেনাৰৰ কেচ পেলাই দিয়ে। কিন্তু দ্বিতীয় ইনিংছতো কে এল ৰাহুলক ব্যৰ্থতাই লগ নেৰিলে। টঙ বল খেলিবলৈ গৈ ৭ ৰানত আউট হয়।

তাৰপিছতো অৱশ্যে যশস্বী বৰ্তি থাকিল। তেওঁ টঙৰ বল এটা পুল কৰিলে। বলটো পোনে পোনে বাউণ্ডেৰী লাইনত থিয় হৈ থকা ড’ছনৰ ওচৰলৈ গ’ল। কিন্তু  সুন্দৰ সুযোগটো নষ্ট কৰি পেলালে ডছনে। ছাই সুদৰ্শনৰ কেচ পেলালে ক্ৰ’লিয়ে। ১১ ৰানত আউট হয় ছাই সুদৰ্শন। দিনটোৰ শেষত ভাৰতৰ স্ক’ৰ ২ উইকেটত ৭৫ ৰান। নাইট ৱাছ মেন হিচাপে নমা আকাশ দীপ (৪) আৰু যশস্বী (৫১)অপৰাজিত হৈ থাকে। ৫২ ৰানত আগবাঢ়ি আছে ভাৰত।

সংক্ষিপ্ত স্কোৰঃ

ভাৰত (১ম ইনিংছ): ২২৪ (কৰুণ ৫৭, সুদৰ্শন ৩৮, এটকিনছন ৩৩/৫, টং ৫৭/৩)

ইংলেণ্ড (১ম ইনিংছ): ২৪৭ (ক্ৰ’লি ৬৪, ব্ৰুক ৫৩, প্ৰসিদ্ধ ৬২/৪, ছিৰাজ ৮৬/৪)

ভাৰত (২য় ইনিংছ): ৭৫/২ (যাশস্বী ৫১*, সুদৰ্শন ১১, টং ২৫/১, এটকিনছন ২৬/১)

৫২ ৰানত আগবাঢ়ি আছে ভাৰত।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

August 17, 2026 8:35 pm
কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

August 17, 2026 8:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd