• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 31, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মাজ আকাশত কথমপি সংঘৰ্ষত পতিত হোৱাৰ পৰা ৰক্ষা এয়াৰ ইণ্ডিয়া আৰু নেপাল এয়াৰলাইনছৰ বিমান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 26, 2023 6:20 pm
Air India Nepal Airlines Planes Almost Collided
194
VIEWS
Share on FacebookShare on Twitter

উৰন্ত অৱস্থাত মধ্য আকাশত এক ভয়ংকৰ দুৰ্ঘটনাত পতিত হোৱাৰ পৰা ৰক্ষা পৰিছে এয়াৰ ইণ্ডিয়া আৰু নেপাল এয়াৰলাইনছৰ দুখন বিমান। এই ভয়াৱহ পৰিস্থিতিৰ পাছত বিমান পৰিবহণ নিয়ন্ত্ৰক বিভাগৰ তিনিগৰাকী কৰ্মচাৰী নিলম্বনৰ সন্মুখীন হৈছে।

প্ৰকাশিত খবৰ অনুসৰি, শুকুৰবাৰে পুৱা মালয়েছিয়াৰ কুৱালালামপুৰৰ পৰা কাঠমাণ্ডু অভিমুখী নেপাল এয়াৰলাইন্সৰ এয়াৰবাছ এ-৩২০ বিমান আৰু নতুন দিল্লীৰ পৰা কাঠমাণ্ডু অভিমুখী এয়াৰ ইণ্ডিয়াৰ এখন বিমানৰ মাজত প্ৰায় সংঘৰ্ষ হোৱাৰ পৰিস্থিতিৰ উদ্ভৱ হয়।

এয়াৰ ইণ্ডিয়াৰ বিমানখন ১৯ হাজাৰ ফুট উচ্চতাত থকাৰ বিপৰীতে একে স্থানতে ১৫ হাজাৰ ফুট উচ্চতাত উৰি আছিল নেপাল এয়াৰলাইনছৰ বিমানখন।

ৰাডাৰত দুয়োখন বিমান ওচৰত থকা বুলি দেখুওৱাৰ পিছত নেপাল এয়াৰলাইনছৰ বিমানখন ৭ হাজাৰ ফুট তললৈ নামি আহে বুলি নেপালৰ অসামৰিক বিমান পৰিবহণ কৰ্তৃপক্ষ (CAAN)ৰ মুখপাত্ৰ জগন্নাথ নিৰৌলাই জানিবলৈ দিয়ে।

জগন্নাথ নিৰৌলাই লগতে সদৰী কৰা মতে, অসামৰিক বিমান পৰিবহণ কৰ্তৃপক্ষই বিমান পৰিবহণ নিয়ন্ত্ৰক বিভাগৰ তিনিগৰাকী কৰ্মচাৰীক এনে অসাৱধানতাৰ বাবে নিলম্বন কৰিছে।

Air Traffic Controllers (ATCs) of Tribhuvan International Airport involved in traffic conflict incident (between Air India and Nepal Airlines on 24th March 2023) have been removed from active control position until further notice. pic.twitter.com/enxd0WrteZ

— Civil Aviation Authority of Nepal (@hello_CAANepal) March 26, 2023

এই বিষয়টোৰ তদন্তৰ বাবে অসামৰিক বিমান পৰিবহণ কৰ্তৃপক্ষই তিনিজনীয়া তদন্ত সমিতি গঠন কৰে আৰু ঘটনাৰ সময়ত কণ্ট্ৰল ৰুমৰ দায়িত্বত থকা বিষয়া তিনিগৰাকীক নিলম্বন কৰে।

অৱশ্যে ঘটনা সন্দৰ্ভত তাৎক্ষণিকভাৱে ভাৰতীয় বিমান পৰিবহণ সংস্থা এয়াৰ ইণ্ডিয়াই কোনো বিবৃতি প্ৰকাশ কৰা নাই।

Recent News

সংসদ ভৱন উৰুৱাই দিয়াৰ ভাবুকি! প্ৰাক্তন বিধায়কক ৬ মাহৰ কাৰাদণ্ডৰ শাস্তি আদালতৰ

সংসদ ভৱন উৰুৱাই দিয়াৰ ভাবুকি! প্ৰাক্তন বিধায়কক ৬ মাহৰ কাৰাদণ্ডৰ শাস্তি আদালতৰ

সামাজিক মাধ্যমত চিনাকী হৈ যৌন সম্পৰ্ক : তাৰপিছত নৌসেনাৰ গোপন তথ্য পাকিস্তানী এজেন্টক, গ্ৰেপ্তাৰ মহাৰাষ্ট্ৰৰ অভিযন্তা

সামাজিক মাধ্যমত চিনাকী হৈ যৌন সম্পৰ্ক : তাৰপিছত নৌসেনাৰ গোপন তথ্য পাকিস্তানী এজেন্টক, গ্ৰেপ্তাৰ মহাৰাষ্ট্ৰৰ অভিযন্তা

বিপদত পতঞ্জলি! সন্দেহজনক বিত্তীয় লেনদেনক লৈ ৰামদেৱৰ কোম্পানীলৈ জাননী

বিপদত পতঞ্জলি! সন্দেহজনক বিত্তীয় লেনদেনক লৈ ৰামদেৱৰ কোম্পানীলৈ জাননী

উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ অসম আৰক্ষীয়ে আটক কৰা মহিলাৰ পুত্ৰ; শুনানি গ্ৰহণ কৰিব মুখ্য ন্যায়াধীশে

উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ অসম আৰক্ষীয়ে আটক কৰা মহিলাৰ পুত্ৰ; শুনানি গ্ৰহণ কৰিব মুখ্য ন্যায়াধীশে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd