• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হোজাইত আজমল আৰু শিলচৰত সুস্মিতা দেৱৰ ভোটাধিকাৰ সাব্যস্ত

কংগ্ৰেছ-বিজেপিৰ মাজত আছে ইলু ইলু : বদৰুদ্দিন আজমল

এন ই নাও নিউজ by এন ই নাও নিউজ
April 18, 2019 12:35 pm
699
VIEWS
Share on FacebookShare on Twitter

লোকসভা নিৰ্বাচনৰ আজি দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ দিনা ৫ টা সমষ্টিৰ ৰাইজে নিজৰ গণতন্ত অধিকাৰ সাবস্ত্য কৰিবলৈ পুৱাই ওলাই অহা দেখা গৈছে। ইয়াৰ সমান্তৰালভাৱে হোজাইৰ বৰদংকী ২১ নং ভোট গ্ৰহণ কেন্দ্ৰত পুৱাই এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলেও নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে।

ভোট দানৰ পিছতে বদৰুদ্দিনে সাংবাদিকৰ আগত কংগ্ৰেছ আৰু বিজেপিৰ মাজত ইলু ইলু আছে বুলি উল্লেখ কৰে। এইদৰে কংগ্ৰেছ আৰু বিজেপিৰ মাজৰ সম্বন্ধক আজমলে ইলু ইলু গীতেৰে বুজায়।

আজমলে লগতে কয় যে তেওঁ বিজেপিক বিৰোধিতা কৰে আৰু কংগ্ৰেছে তেওঁক বিৰোধিতা কৰে। এই কথা তেওঁৰ বাবে দুৰ্ভাগ্যজনক। তাৰোপৰি তেওঁ ভোটদান কৰিয়েই সাংবাদিকৰ আগত ৰাইজক বিজেপিৰ বিৰুদ্ধে ভোট প্ৰদান কৰাৰ বাবে আহ্বান জনায়। কিন্তু মন কৰিবলগীয়া এই ক্ষেত্ৰত আজমলে কংগ্ৰেছৰ সন্দৰ্ভত একো নক’লে।

আনহাতে একেদৰে শিলচৰতো শিলচৰ সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী সুস্মিতা দেৱে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে। পুৱাই মাতৃ-ভগ্নীৰ সৈতে কংগ্ৰেছ প্ৰাৰ্থী গৰাকীয়ে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে। ভোট দান কৰিয়ে সুস্মিতা দেৱে শিলচৰৰ পৰা কংগ্ৰেছ প্ৰাৰ্থী গৰাকী জয়ী হ’ব বুলি মন্তব্য কৰে।

Tags: নিৰ্বাচন ২০১৯

Recent News

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd