• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অনশন ভংগৰ পিছতে বিজেপিক অসমৰ ৰাজনীতিৰ পৰা উভালি পেলোৱাৰ হুংকাৰ অখিল গগৈৰ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
January 15, 2019 6:54 pm
অনশন ভংগৰ পিছতে বিজেপিক অসমৰ ৰাজনীতিৰ পৰা উভালি পেলোৱাৰ হুংকাৰ অখিল গগৈৰ
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জাতীৰ স্বাৰ্থত মাঘ বিহুৰ উৰুকাৰ ভোজ এৰি অনশনত বহা ৭০ সংগঠনৰ প্ৰতিনিধিয়ে আজি বিয়লি দুই বজাত অনশন ভংগ কৰে। বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞাই সংকল্প পাঠ কৰোৱাৰ পাছত ভংগ হয় কৃষক মুক্তি সংগ্ৰাম সমিতিসহ ৭০ সংগঠনৰ এই অনশন কাৰ্যসূচী।

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত গুৱাহাটীৰ চচলত থকা প্ৰতিবাদ স্থলীত কালিৰে পৰা আৰম্ভ হৈছিল এই অনশন।

অনশন ভংগ কৰাৰ পাছতেই বিজেপি চৰকাৰে গৃহীত কৰাব বিচৰা জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল নকৰিলে ইয়াৰ বিৰূদ্ধে সৰ্বাত্মক গণ প্ৰতিৰোধৰ জৰিয়তে বিধেয়ক বিৰোধী আন্দোলনক এক জাতীয় আন্দোলনৰ ৰূপ দিব বুলি অখিল গগৈয়ে প্ৰকাশ কৰে।

সাংবাদিকৰ আগত মত প্ৰকাশ কৰি তেওঁ কয়, ‘নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰূদ্ধে সমগ্ৰ অসমৰ ৰাইজ একলগ হৈছে। জাতীয় সংগঠন, ৰাজনৈতিক দল, বুদ্ধিজীৱী, সাংবাদিক, মহিলা, দিব্যাংগ সকলো ঐক্যবদ্ধ হৈ ওলাই আহিছে। গতিকে চৰকাৰে ৰাইজৰ কথা বুজি বিধেয়কখন বাতিল কৰা উচিত।’

বিধেয়কখন বাতিল নকৰিলে বিজেপিক অসমত শান্তিত থাকিবলৈ নিদিয়াৰ হুংকাৰ দি তেওঁ ‘২০১৯ৰ নিৰ্বাচনত অসমত বিজেপিক পৰাভূত কৰা হ’বই আৰু অসমৰ ৰাজনীতিৰ পৰা বিজেপিক উভালি পেলোৱা হ’ব’ বুলি মন্তব্য কৰে।

তেওঁ বিধেয়কবিৰোধী সংগ্ৰামখন গাঁৱে-ভূঞে আগুৱাই নিয়া প্ৰচেষ্টা হাতত লোৱা বুলিও মন্তব্য কৰে।

উল্লেখযোগ্য যে বিধেয়ক বিৰোধী এই আন্দোলনলৈ সমৰ্থন জনাবলৈ কালি উৰুকাৰ নিশাটোত বিভিন্ন স্থানৰ লোক আহি এই অনশন কাৰ্যসূচীত যোগ দিয়ে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী মেডিকেল কলেজত সদ্যোজাত শিশুৰ মৃত্যুৱে উদঙাইছে চৰকাৰী চিকিৎসা ব্যৱস্থাৰ স্বৰূপ

গুৱাহাটী মেডিকেল কলেজত সদ্যোজাত শিশুৰ মৃত্যুৱে উদঙাইছে চৰকাৰী চিকিৎসা ব্যৱস্থাৰ স্বৰূপ

August 19, 2025 9:15 pm
ভাৰতীয় মহিলা এদিনীয়া বিশ্বকাপৰ দল ঘোষণা, বাদ পৰিল ছেফালী বাৰ্মা

ভাৰতীয় মহিলা এদিনীয়া বিশ্বকাপৰ দল ঘোষণা, বাদ পৰিল ছেফালী বাৰ্মা

August 19, 2025 8:05 pm
বানে স্তব্ধ কৰিছে মায়া নগৰী মুম্বাইৰ জনজীৱন : বন্ধ স্কুল-কলেজ, ৰেল-বিমান সেৱা ব্যাহত, ১২ গৰাকীৰ মৃত্যু

বানে স্তব্ধ কৰিছে মায়া নগৰী মুম্বাইৰ জনজীৱন : বন্ধ স্কুল-কলেজ, ৰেল-বিমান সেৱা ব্যাহত, ১২ গৰাকীৰ মৃত্যু

August 19, 2025 7:50 pm
গুৱাহাটীত স্থাপন হ’ব IIM, ৫৫০ কোটি টকা আবণ্টনেৰে লোকসভাত গৃহীত বিধেয়ক

গুৱাহাটীত স্থাপন হ’ব IIM, ৫৫০ কোটি টকা আবণ্টনেৰে লোকসভাত গৃহীত বিধেয়ক

August 19, 2025 7:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী মেডিকেল কলেজত সদ্যোজাত শিশুৰ মৃত্যুৱে উদঙাইছে চৰকাৰী চিকিৎসা ব্যৱস্থাৰ স্বৰূপ

গুৱাহাটী মেডিকেল কলেজত সদ্যোজাত শিশুৰ মৃত্যুৱে উদঙাইছে চৰকাৰী চিকিৎসা ব্যৱস্থাৰ স্বৰূপ

August 19, 2025 9:15 pm
ভাৰতীয় মহিলা এদিনীয়া বিশ্বকাপৰ দল ঘোষণা, বাদ পৰিল ছেফালী বাৰ্মা

ভাৰতীয় মহিলা এদিনীয়া বিশ্বকাপৰ দল ঘোষণা, বাদ পৰিল ছেফালী বাৰ্মা

August 19, 2025 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd