• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জনজাতিকৰণ সন্দৰ্ভত সংবাদ মেলত অখিল গগৈৰ বিস্ফোৰণ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 5, 2019 2:46 pm
অখিল গগৈৰ ফাইল ফটো। উৎস- ইণ্টাৰনেট

অখিল গগৈৰ ফাইল ফটো। উৎস- ইণ্টাৰনেট

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তিনিদিনৰ ভিতৰত অসমক সাংবিধানিক সুৰক্ষা কৱচ দিয়া আৰু ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ কৰাৰ দাবী উত্থাপন কৰিছে কৃষক নেতা অখিল গগৈয়ে। গুৱাহাটীত মঙলবাৰে এখন সংবাদ মেল অনুষ্ঠিত কৰি গগৈয়ে এই দাবী উত্থাপন কৰে।

কৃষক নেতা গৰাকীয়ে কয় যে যোৱা ৯ জানুৱাৰিতে জনজাতিকৰণ বিধেয়ক উত্থাপন কৰাৰ কথা আছিল যদিও হাগ্ৰামা মহিলাৰীৰ হেঁচাত সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই বিধেয়কখন উত্থাপন কৰিব নিদিলে। এইক্ষেত্ৰত তেওঁলোকে কেন্দ্ৰক হেঁচা দিলে।

আনহাতে, জনজাতিকৰণৰ বিষয়টোত প্ৰতিবেদন দাখিল কৰিবলগীয়া হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিবেদন ক’ত গ’ল বুলি প্ৰশ্ন কৰি অখিল গগৈয়ে অহা ৮ মাৰ্চৰ আগতে ৬ জনগোষ্ঠীৰ জনজাতিকৰণ হ’বনে নে নাই সেয়া কেন্দ্ৰ আৰু ৰাজ্য দুয়োখন চৰকাৰে স্পষ্ট কৰিব লাগে বুলি দাবী উত্থাপন কৰে।

কৃষক নেতা গৰাকীয়ে ২০১৪ চনৰ ১৯ এপ্ৰিলত ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰিম বুলি কোৱা কথাৰ উল্লেখ কৰি বিজেপিয়ে ২০১৬ চনৰ নিৰ্বাচনী ইস্তাহাৰৰ ২৮ নং পৃষ্ঠাত ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দিয়াৰ কথাও উনুকিয়াই দিয়ে।

আনহাতে, সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত নতুন দিল্লীত জুৱেল ওৰামে ২০১৫ চনৰ ৬ আগষ্টত ছয় জনগোষ্ঠীৰ প্ৰতিনিধিৰ আগত জনজাতিকৰণ কৰা হব বুলি প্ৰতিশ্ৰুতি দিছিল।

২০১৬ চনৰ ২৯ ফেব্ৰুৱাৰিত মডেল কমিটি গঠন কৰি ছয় মাহৰ ভিতৰত জনজাতিকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ব বুলি ঘোষণা  কৰিছিল। ২০১৬ চনৰ ১৮ জানুৱাৰিতো অসমৰ ছয় জনগোষ্ঠীৰ নেতাৰ আগত বিমান বন্দৰত আশ্বাস দিয়া হৈছিল।

৬ মাৰ্চ অৰ্থাৎ কাইলৈ মোদী চৰকাৰৰ অন্তিম কেবিনেট গতিকে কাইলৈৰ কেবিনেটত চৰকাৰে জনজাতিকৰণৰ অধ্যাদেশ জাৰি কৰি জনজাতিকৰণৰ বাবে সিদ্ধান্ত স্পষ্ট কৰক।

আনহাতে, অখিল গগৈয়ে ৰাহুল গান্ধী আৰু অন্যান্য বিৰোধী নেতাক সাক্ষাৎ কৰোতে জনজাতিকৰণ বিধেয়ক উত্থাপন হ’লে এঘণ্টাৰ ভিতৰত পাছ কৰি দিম বুলি আশ্বাস দিছিল গগৈৰ আগত। অসম চুক্তিৰ প্ৰসংগ উল্লেখ কৰি কৃষক নেতাগৰাকীয়ে কয় যে ছয় নং দফা কাৰ্য্যকৰীকৰণ কৰাৰ বাবে গঠন কৰি দিয়া উচ্চস্তৰীয় সমিতিখন এতিয়া নাই গতিকে অসম চুক্তি ৰূপায়ণ কৰাৰ বাবে সৎভাব থকা চৰকাৰখনে অসম চুক্তি ৰূপায়ণ কৰি দেখুৱাওক।

ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনৰ পৰা অসমৰ জনসাধাৰণক ঠগি আহিছে বুলিও মন্তব্য কৰে অখিল গগৈয়ে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

১৫ বছৰ বয়সতে এমি বঁটা লাভ কৰিলে নেটফ্লিক্সত খলকনি লগোৱা কিশোৰ অভিনেতা ওৱেন কুপাৰে

১৫ বছৰ বয়সতে এমি বঁটা লাভ কৰিলে নেটফ্লিক্সত খলকনি লগোৱা কিশোৰ অভিনেতা ওৱেন কুপাৰে

September 15, 2025 4:37 pm
আজি আয়কৰ ৰিটাৰ্ণ দাখিল কৰাৰ অন্তিম দিন : ভুৱা তাৰিখ বৃদ্ধিৰ খবৰ

আজি আয়কৰ ৰিটাৰ্ণ দাখিল কৰাৰ অন্তিম দিন : ভুৱা তাৰিখ বৃদ্ধিৰ খবৰ

September 15, 2025 3:36 pm
মৰ্যাদাপূৰ্ণ জীৱন সাংবিধানিক অধিকাৰ! ভিক্ষাৰীসকলৰ আবাসত মানসম্পন্ন জীৱন নিশ্চিত কৰিবলৈ নির্দেশ উচ্চতম ন্যায়ালয়ৰ

মৰ্যাদাপূৰ্ণ জীৱন সাংবিধানিক অধিকাৰ! ভিক্ষাৰীসকলৰ আবাসত মানসম্পন্ন জীৱন নিশ্চিত কৰিবলৈ নির্দেশ উচ্চতম ন্যায়ালয়ৰ

September 15, 2025 3:23 pm
কৰ্মক্ষেত্ৰত যৌন নিৰ্যাতন আইনৰ পৰা বাদ ৰাজনীতিবিদ! নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

কৰ্মক্ষেত্ৰত যৌন নিৰ্যাতন আইনৰ পৰা বাদ ৰাজনীতিবিদ! নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

September 15, 2025 2:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৫ বছৰ বয়সতে এমি বঁটা লাভ কৰিলে নেটফ্লিক্সত খলকনি লগোৱা কিশোৰ অভিনেতা ওৱেন কুপাৰে

১৫ বছৰ বয়সতে এমি বঁটা লাভ কৰিলে নেটফ্লিক্সত খলকনি লগোৱা কিশোৰ অভিনেতা ওৱেন কুপাৰে

September 15, 2025 4:37 pm
আজি আয়কৰ ৰিটাৰ্ণ দাখিল কৰাৰ অন্তিম দিন : ভুৱা তাৰিখ বৃদ্ধিৰ খবৰ

আজি আয়কৰ ৰিটাৰ্ণ দাখিল কৰাৰ অন্তিম দিন : ভুৱা তাৰিখ বৃদ্ধিৰ খবৰ

September 15, 2025 3:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd