• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জনজাতিকৰণ সন্দৰ্ভত সংবাদ মেলত অখিল গগৈৰ বিস্ফোৰণ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 5, 2019 2:46 pm
অখিল গগৈৰ ফাইল ফটো। উৎস- ইণ্টাৰনেট

অখিল গগৈৰ ফাইল ফটো। উৎস- ইণ্টাৰনেট

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তিনিদিনৰ ভিতৰত অসমক সাংবিধানিক সুৰক্ষা কৱচ দিয়া আৰু ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ কৰাৰ দাবী উত্থাপন কৰিছে কৃষক নেতা অখিল গগৈয়ে। গুৱাহাটীত মঙলবাৰে এখন সংবাদ মেল অনুষ্ঠিত কৰি গগৈয়ে এই দাবী উত্থাপন কৰে।

কৃষক নেতা গৰাকীয়ে কয় যে যোৱা ৯ জানুৱাৰিতে জনজাতিকৰণ বিধেয়ক উত্থাপন কৰাৰ কথা আছিল যদিও হাগ্ৰামা মহিলাৰীৰ হেঁচাত সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই বিধেয়কখন উত্থাপন কৰিব নিদিলে। এইক্ষেত্ৰত তেওঁলোকে কেন্দ্ৰক হেঁচা দিলে।

Apply Now

আনহাতে, জনজাতিকৰণৰ বিষয়টোত প্ৰতিবেদন দাখিল কৰিবলগীয়া হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিবেদন ক’ত গ’ল বুলি প্ৰশ্ন কৰি অখিল গগৈয়ে অহা ৮ মাৰ্চৰ আগতে ৬ জনগোষ্ঠীৰ জনজাতিকৰণ হ’বনে নে নাই সেয়া কেন্দ্ৰ আৰু ৰাজ্য দুয়োখন চৰকাৰে স্পষ্ট কৰিব লাগে বুলি দাবী উত্থাপন কৰে।

কৃষক নেতা গৰাকীয়ে ২০১৪ চনৰ ১৯ এপ্ৰিলত ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰিম বুলি কোৱা কথাৰ উল্লেখ কৰি বিজেপিয়ে ২০১৬ চনৰ নিৰ্বাচনী ইস্তাহাৰৰ ২৮ নং পৃষ্ঠাত ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিশ্ৰুতি দিয়াৰ কথাও উনুকিয়াই দিয়ে।

আনহাতে, সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত নতুন দিল্লীত জুৱেল ওৰামে ২০১৫ চনৰ ৬ আগষ্টত ছয় জনগোষ্ঠীৰ প্ৰতিনিধিৰ আগত জনজাতিকৰণ কৰা হব বুলি প্ৰতিশ্ৰুতি দিছিল।

২০১৬ চনৰ ২৯ ফেব্ৰুৱাৰিত মডেল কমিটি গঠন কৰি ছয় মাহৰ ভিতৰত জনজাতিকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ব বুলি ঘোষণা  কৰিছিল। ২০১৬ চনৰ ১৮ জানুৱাৰিতো অসমৰ ছয় জনগোষ্ঠীৰ নেতাৰ আগত বিমান বন্দৰত আশ্বাস দিয়া হৈছিল।

৬ মাৰ্চ অৰ্থাৎ কাইলৈ মোদী চৰকাৰৰ অন্তিম কেবিনেট গতিকে কাইলৈৰ কেবিনেটত চৰকাৰে জনজাতিকৰণৰ অধ্যাদেশ জাৰি কৰি জনজাতিকৰণৰ বাবে সিদ্ধান্ত স্পষ্ট কৰক।

আনহাতে, অখিল গগৈয়ে ৰাহুল গান্ধী আৰু অন্যান্য বিৰোধী নেতাক সাক্ষাৎ কৰোতে জনজাতিকৰণ বিধেয়ক উত্থাপন হ’লে এঘণ্টাৰ ভিতৰত পাছ কৰি দিম বুলি আশ্বাস দিছিল গগৈৰ আগত। অসম চুক্তিৰ প্ৰসংগ উল্লেখ কৰি কৃষক নেতাগৰাকীয়ে কয় যে ছয় নং দফা কাৰ্য্যকৰীকৰণ কৰাৰ বাবে গঠন কৰি দিয়া উচ্চস্তৰীয় সমিতিখন এতিয়া নাই গতিকে অসম চুক্তি ৰূপায়ণ কৰাৰ বাবে সৎভাব থকা চৰকাৰখনে অসম চুক্তি ৰূপায়ণ কৰি দেখুৱাওক।

ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনৰ পৰা অসমৰ জনসাধাৰণক ঠগি আহিছে বুলিও মন্তব্য কৰে অখিল গগৈয়ে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd