• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক এঘণ্টা সাক্ষাৎ কৰি কি কথা পাতিলে অখিলে?

জিলা প্ৰশাসনে অসহযোগিতা কৰাৰ কথাও জনালে মুখ্যমন্ত্ৰীক

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
November 21, 2021 7:54 pm
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক এঘণ্টা সাক্ষাৎ কৰি কি কথা পাতিলে অখিলে?
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিধায়ক অখিল গগৈয়ে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কইনাধৰাত সাক্ষাৎ কৰে। দুয়োগৰাকী নেতাৰ মাজত অহি-নকুল সম্পৰ্ক থকাৰ মাজতে এই সাক্ষাৎ তাৎপৰ্যপূণ বিবেচিত হৈছে।

শিৱসাগৰ উন্নয়নৰ সম্পৰ্কে মুখ্য মন্ত্রীৰে দীঘলীয়া আলোচনা বিধায়ক অখিল গগৈয়ে।

প্ৰায় এঘণ্টা জোৰা আলোচনা কৰে দুয়োগৰাকীয়ে।

মুখ্যমন্ত্ৰীক ইতিমধ্যে চাৰিখন স্মাৰক পত্ৰ দাখিল কৰিলে অখিল গগৈয়ে।

শিৱসাগৰ অসামৰিক হস্পিতালক মেডিকেল কলেজলৈ ৰূপান্তৰিত কৰা, পুৰাতাত্ত্বিক সমলৰ সংৰক্ষণ, ৱৰ্ল্ড হেৰীতেজ চাইড ঘোষণা, কৃতিচিহ্ন সমূহৰ উন্নয়নৰ বিষয়ে আলোচনা কৰিলে মুখ্যমন্ত্ৰীৰ লগত।

মুখ্যমন্ত্ৰীক বিশেষ ভাবে প্ৰথমে state হেৰিটেজ ছাইট হিচাপে শীঘ্ৰে ঘোষণা কৰিবলৈ দাবী জনালে অখিল গগৈয়ে।

দুবছৰৰ ভিতৰত শিৱসাগৰ কলেজক বিশ্ব বিদ্যালয়লৈ ৰূপান্তৰ কৰাৰ আশ্বাস দিয়ে মুখ্যমন্ত্ৰীয়ে।

স্বাস্থ্যখণ্ডৰ সমস্যা সমাধানৰ বাবে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ সৈতে আলোচনাত বহিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে।

শিৱসাগৰৰ কৰ্কট ৰোগীৰ সাহায্য শীঘ্ৰে প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে।

শিৱসাগৰ টাউনত ষ্ট্ৰীট লাইট শীঘ্ৰেই সংযোগ দিবৰ বাবে নিৰ্দেশ দিয়ে আৰু বিধায়ক অখিল গগৈক কাম আৰম্ভ কৰিবলৈ কয়।

জিলা প্ৰশাসনে অখিল গগৈক অসহযোগিতা কৰাৰ প্ৰসংগও মুখ্যমন্ত্ৰীক উত্থাপন কৰে অখিল গগৈয়ে।

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মুখ্য ন্যায়াধীশৰ প্ৰশ্ন- পথ নিৰ্মাণ অসম্পূৰ্ণ, সেৱা নাই তথাপিও কিয় টোল?

মুখ্য ন্যায়াধীশৰ প্ৰশ্ন- পথ নিৰ্মাণ অসম্পূৰ্ণ, সেৱা নাই তথাপিও কিয় টোল?

August 18, 2025 3:52 pm
প্ৰসিদ্ধ অভিনেতা, ‘ছুপাৰমেন’ৰ খলনায়ক টেৰেন্স ষ্টেম্পৰ দেহাৱসান; ভাৰতলৈ তেওঁ কিয় আহিছিল?

প্ৰসিদ্ধ অভিনেতা, ‘ছুপাৰমেন’ৰ খলনায়ক টেৰেন্স ষ্টেম্পৰ দেহাৱসান; ভাৰতলৈ তেওঁ কিয় আহিছিল?

August 18, 2025 3:33 pm
শোকাৱহ দুৰ্ঘটনা: গুৱাহাটী অভিমুখী এক্সপ্ৰেছ ৰে’লৰ খুন্দাত নিহত ৩ মহিলা

শোকাৱহ দুৰ্ঘটনা: গুৱাহাটী অভিমুখী এক্সপ্ৰেছ ৰে’লৰ খুন্দাত নিহত ৩ মহিলা

August 18, 2025 3:15 pm
শোকাবহ! গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ বিচনাৰ পৰা পৰি মৃত্যু নৱজাতকৰ

শোকাবহ! গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ বিচনাৰ পৰা পৰি মৃত্যু নৱজাতকৰ

August 18, 2025 2:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুখ্য ন্যায়াধীশৰ প্ৰশ্ন- পথ নিৰ্মাণ অসম্পূৰ্ণ, সেৱা নাই তথাপিও কিয় টোল?

মুখ্য ন্যায়াধীশৰ প্ৰশ্ন- পথ নিৰ্মাণ অসম্পূৰ্ণ, সেৱা নাই তথাপিও কিয় টোল?

August 18, 2025 3:52 pm
প্ৰসিদ্ধ অভিনেতা, ‘ছুপাৰমেন’ৰ খলনায়ক টেৰেন্স ষ্টেম্পৰ দেহাৱসান; ভাৰতলৈ তেওঁ কিয় আহিছিল?

প্ৰসিদ্ধ অভিনেতা, ‘ছুপাৰমেন’ৰ খলনায়ক টেৰেন্স ষ্টেম্পৰ দেহাৱসান; ভাৰতলৈ তেওঁ কিয় আহিছিল?

August 18, 2025 3:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd