• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অহা ২৫ এপ্ৰিলত হ’ব অখিল গগৈৰ NIA গোচৰৰ পৰৱৰ্তী শুনানি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 6, 2023 3:32 pm
219
VIEWS
Share on FacebookShare on Twitter

২০১৯ চনৰ ডিচেম্বৰ মাহত অসমত হোৱা ‘কা’ বিৰোধী আন্দোলনৰ হিংসাত্মক কাৰ্য–কলাপত জড়িত থকাৰ অভিযোগত অখিল গগৈৰ বিৰুদ্ধে চলি থকা দুটাকৈ গোচৰৰ পৰৱৰ্তী শুনানিৰ বাবে ২৫ এপ্ৰিল দিনটো ঘোষণা কৰিছে গুৱাহাটীৰ চানমাৰীস্থিতি NIA ৰ আদালতে। বৃহস্পতিবাৰে পৰৱৰ্তী শুনানিৰ দিন ঘোষণা কৰিছে NIA ৰ আদালতে।

বৃহস্পতিবাৰে ৰাইজৰ দলৰ মুৰব্বী তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে শুনানিৰ বাবে NIA আদালতত হাজিৰ হয়।

অখিল গগৈৰ লগতে এই গোচৰৰ আন তিনিজন অভিযুক্ত ধৰ্য্য কোঁৱৰ, বিতু সোণোৱাল আৰু মানস কোঁৱৰো বৃহস্পতিবাৰৰ শুনানিৰ বাবে আদালতত হাজিৰ হয়৷

আদালতত হাজিৰ হৈ গগৈয়ে অভিযোগ কৰে যে অসম বিধানসভাৰ ২০২৩–২৪ ৰ বাজেট অধিৱেশনৰ সময়ত তেওঁক জেলত ৰখাৰ বাবে চৰকাৰে ষড়যন্ত্ৰ ৰচনা কৰিছিল।

ইয়াৰ পূৰ্বে যোৱা ২০ মাৰ্চত অসমত ‘কা’ বিৰোধী প্ৰতিবাদৰ সময়ত হিংসাত্মক পৰিস্থিতিত উচটনি দিয়াৰ অভিযোগত থকা NIA গোচৰত উচ্চতম ন্যায়ালয়ে অখিল গগৈৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিছিল।

ন্যায়াধীশ ভি ৰামাসুব্ৰমণিয়ান আৰু পংকজ মিট্টলেৰে গঠিত বিচাৰপীঠে বিষয়টো শুনানি গ্ৰহণ কৰিছিল। অৱশ্যে এই বিষয়ত আদালতে নিজৰ ৰায় সংৰক্ষণ কৰি ৰাখিছে।

উল্লেখ্য যে যোৱা ৩ মাৰ্চত ‘কা’ বিৰোধী প্ৰতিবাদ আৰু মাওবাদীৰ সৈতে জড়িত থকা গোচৰটোত অখিল গগৈক গ্ৰেপ্তাৰৰ পৰা ১৩ মাৰ্চলৈকে সুৰক্ষা প্ৰদান কৰিছিল ন্যায়ালয়ে ।

Recent News

ধাৰাসাৰ বৰষুণত বিপৰ্যস্ত হিমাচল প্ৰদেশ; ভয়ংকৰ বান আৰু ভূমিস্খলনত মৃত্যুৰ সংখ্যা ১৫ জনলৈ বৃদ্ধি

ধাৰাসাৰ বৰষুণত বিপৰ্যস্ত হিমাচল প্ৰদেশ; ভয়ংকৰ বান আৰু ভূমিস্খলনত মৃত্যুৰ সংখ্যা ১৫ জনলৈ বৃদ্ধি

বিজেপিৰ আঁচনি মন্ত্ৰীৰ পৰিয়ালৰ বাবেহে, দৰিদ্ৰৰ বাবে নহয় : গৌৰৱ গগৈ

বিজেপিৰ আঁচনি মন্ত্ৰীৰ পৰিয়ালৰ বাবেহে, দৰিদ্ৰৰ বাবে নহয় : গৌৰৱ গগৈ

শেষ হোৱা নাই ভাৰত-পাকিস্তানৰ যুদ্ধ বিৰতিৰ বিতৰ্ক : আকৌ মুখ খুলিলে ট্ৰাম্পে

শেষ হোৱা নাই ভাৰত-পাকিস্তানৰ যুদ্ধ বিৰতিৰ বিতৰ্ক : আকৌ মুখ খুলিলে ট্ৰাম্পে

নতুন নিষেধাজ্ঞা! বাংলাদেশৰ পৰা স্থলপথেৰে ৯বিধ সামগ্ৰীৰ আমদানি বন্ধ কৰিলে ভাৰতে

নতুন নিষেধাজ্ঞা! বাংলাদেশৰ পৰা স্থলপথেৰে ৯বিধ সামগ্ৰীৰ আমদানি বন্ধ কৰিলে ভাৰতে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd