• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 24, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এয়া কেনে গণতন্ত্ৰ? মাত্ৰ ২ মিনিট! বিধানসভাতো বিধায়ক অখিল গগৈক পিছ এৰা নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্বই!

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 10, 2021 10:50 pm
aakh
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“দুৰন্ত” অখিলৰ বাজেট অধিৱেশনত আশাত পৰিব চেঁচাপানী!
অখিল গগৈ,,, যাৰ আছে এক প্ৰতিবাদী সত্তা তথা কণ্ঠ। যাৰ বাবেই “দুৰন্ত” অখিলক জনকণ্ঠ কৰিবলৈ কাৰাগাৰত থকা স্বত্বেও শিৱসাগৰবাসীয়ে ভোট দি বিধানসভাৰ পবিত্ৰ সদনলৈ আনিছিল।

কিন্তু তাৰ মাজতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেলত কৰা এক মন্তব্যই “দুৰন্ত” অখিলৰ লগতে শিৱসাগৰবাসীলৈ কঢ়িয়াই আনিছে এক দুখৰ বাৰ্তা।

কিয়নো নৱ নিৰ্বাচিত বিধায়ক হিচাপে অখিল গগৈৰো সমষ্টিৰ লগতে জনতাৰ বাবে কণ্ঠ হিচাপে থিয় দিবলৈ দুৰ্বাৰ হেঁপাহ আছিল। কিন্তু সেই হেঁপাহত যেন চেঁচা পানী ঢালিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক মন্তব্যই।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনোৱা অনুসৰি নিৰ্দলীয় বিধায়ক হিচাপে অখিল গগৈয়ে ভাষণ ৰাখিবৰ বাবে পাব মাত্ৰ দুই মিনিট সময়, তাত কোনো হেৰ-ফেৰ নাই।

মুখ্যমন্ত্ৰীৰ সৈতে মুকলি বিতৰ্কৰ প্ৰত্যাহ্বান জনোৱা অখিল গগৈৰ সন্দৰ্ভত সাংবাদিকে সোধাত তেওঁ কয় “মই লেনিন-মাও ছে তুঙৰ লগত যি কৰিব লাগে কৰিম। বিধানসভাত নিৰ্দলীয় বিধায়কে মাত্ৰ দুই মিনিট পাব, একদম চিধা কথা। তাৰ ভিতৰতে যি কয় ক’ব। তাৰ পাছত বাজেটত অংশগ্ৰহণ কৰিব পাৰিব কিয়নো গণতন্ত্ৰত বাধা দিব নোৱাৰি। কিন্তু গণতন্ত্ৰটো হাইজেক হ’ব নালাগে।”

ইয়াৰোপৰি, বাজেট অধিৱেশনত বিজেপি বিধায়ক সকলে মুঠ ২ ঘণ্টা আৰু কংগ্ৰেছী সকলে মুঠ ১ ঘণ্টা বক্তব্যৰ বাবে সময় লাভ কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়।

উল্লেখযোগ্য যে, ৰাইজৰ দলৰ প্ৰাৰ্থী যদিও অখিল গগৈ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে গেছ ছিলিণ্ডাৰৰ চিহ্নত প্ৰতিদ্বন্দিতা কৰিছিল।

জয়ী হৈ অহাৰ পাছত অখিল গগৈৰ শিৱসাগৰক ৱৰ্ল্ড হেৰিটেজ চাইট ঘোষণা, কা বিৰোধিতা, অসমীয়া ভাষাৰ কোনে ৰক্ষা কৰিছিল, টোলগেটকে ধৰি বিভিন্ন সমস্যাৰ বিষয়ে বিধানসভাত সৱল যুক্তিৰে বক্তব্য ৰখাৰ ইচ্ছা আছিল।

কিন্তু মাত্ৰ দুই মিনিট সময়ৰ ভিতৰত অখিল গগৈয়ে এই আটাইবোৰ সমস্যাক লৈ যে নিজৰ বক্তব্য বা যুক্তি ৰাখিব নোৱাৰে সেয়া একপ্ৰকাৰৰ নিশ্চিত।
মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ সন্দৰ্ভত অখিল গগৈৰ প্ৰতিক্ৰিয়া কেনে হয় সেয়া সময়ত লক্ষণীয় হ’ব।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

চন্দ্ৰ-সূৰ্যৰ গতিপথেৰে সময় নিৰ্ধাৰণ, স্নাতক স্তৰৰ গণিতত পৌৰাণিক ধাৰণা! বিতৰ্কত বিশ্ববিদ্যালয় অনুদান আয়োগ

চন্দ্ৰ-সূৰ্যৰ গতিপথেৰে সময় নিৰ্ধাৰণ, স্নাতক স্তৰৰ গণিতত পৌৰাণিক ধাৰণা! বিতৰ্কত বিশ্ববিদ্যালয় অনুদান আয়োগ

August 24, 2025 11:05 am
চাকৰিৰ নামত কোটি কোটি টকাৰ প্ৰৱঞ্চনা বিজেপি নেত্ৰীৰ! আৰক্ষীৰ ভূমিকাত সৰব ডিফুৰ স্থানীয় লোক

চাকৰিৰ নামত কোটি কোটি টকাৰ প্ৰৱঞ্চনা বিজেপি নেত্ৰীৰ! আৰক্ষীৰ ভূমিকাত সৰব ডিফুৰ স্থানীয় লোক

August 24, 2025 10:33 am
‘ৰাইজৰ ইচ্ছা যিমানেই ডাঙৰ নহওক কিয়, আইন সৰ্বোপৰি’- মুখ্য ন্যায়াধীশ বি আৰ গাভাই

‘ৰাইজৰ ইচ্ছা যিমানেই ডাঙৰ নহওক কিয়, আইন সৰ্বোপৰি’- মুখ্য ন্যায়াধীশ বি আৰ গাভাই

August 24, 2025 9:18 am
দলিত অভিযন্তাৰ কাৰ্যালয়ত প্ৰৱেশ কৰি উদ্ভণ্ডালি বিজেপি নেতাৰ! জোতাৰে প্ৰহাৰ কৰা ভিডিঅ’ ভাইৰেল

দলিত অভিযন্তাৰ কাৰ্যালয়ত প্ৰৱেশ কৰি উদ্ভণ্ডালি বিজেপি নেতাৰ! জোতাৰে প্ৰহাৰ কৰা ভিডিঅ’ ভাইৰেল

August 24, 2025 8:25 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চন্দ্ৰ-সূৰ্যৰ গতিপথেৰে সময় নিৰ্ধাৰণ, স্নাতক স্তৰৰ গণিতত পৌৰাণিক ধাৰণা! বিতৰ্কত বিশ্ববিদ্যালয় অনুদান আয়োগ

চন্দ্ৰ-সূৰ্যৰ গতিপথেৰে সময় নিৰ্ধাৰণ, স্নাতক স্তৰৰ গণিতত পৌৰাণিক ধাৰণা! বিতৰ্কত বিশ্ববিদ্যালয় অনুদান আয়োগ

August 24, 2025 11:05 am
চাকৰিৰ নামত কোটি কোটি টকাৰ প্ৰৱঞ্চনা বিজেপি নেত্ৰীৰ! আৰক্ষীৰ ভূমিকাত সৰব ডিফুৰ স্থানীয় লোক

চাকৰিৰ নামত কোটি কোটি টকাৰ প্ৰৱঞ্চনা বিজেপি নেত্ৰীৰ! আৰক্ষীৰ ভূমিকাত সৰব ডিফুৰ স্থানীয় লোক

August 24, 2025 10:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd