• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অখিল গগৈৰ কিডনিত পাথৰ, খাদ্য নলীত ঘাঁ; জিএমচিএইচত পৰীক্ষাৰ অন্তত পুনৰ কাৰাগাৰলৈ প্ৰেৰণ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 6, 2020 1:27 pm
Akhil Gogoi
30.3k
VIEWS
Share on FacebookShare on Twitter

কাৰাগাৰৰ ভিতৰতে গুৰুতৰভাৱে অসুস্থ হৈ পৰা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈক আজি স্বাস্থ্য পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ লৈ অহা হয়।

কাৰাগাৰ কৰ্তৃপক্ষই ৰাতিপুৱা ৯.৩০ বজাত জিএমচিএইচলৈ আনে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা গৰাকীক।

সেয়েহে তেওঁক বৰ্তমান অনা হৈছে জি এম চি এইছলৈ। বৰ্তমান অখিলৰ চিকিৎসা কৰি আছে চিকিৎসকে।

কাৰাগাৰৰ ভিতৰতে অখিল গগৈক জিএমচিএইচৰ চিকিৎসকৰ দলে চিকিৎসা চলাই আছিল যদিও নিয়াৰ আদালতে প্ৰয়োজন সাপেক্ষে অখিলক উন্নত চিকিৎসা প্ৰদান কৰিবলৈ কালি নিৰ্দেশ দিছিল।

জানিব পৰা মতে অখিল প্ৰচণ্ড পেটৰ বিষ, জ্বৰ, প্ৰস্বাৱৰ সমস্যা আৰু পিঠিৰ বিষত আক্ৰান্ত হৈ আছে।

অখিলৰ পত্নী গিতাশ্ৰী তামুলীয়ে তেওঁৰ উন্নত চিকিৎসাৰ বাবে চিকিৎসালয়ত চিকিৎসা কৰিবলৈ আহ্বান জনাই ৩ মাৰ্চত NIA আদালতত আবেদন জনাইছিল।

বিগত ৪ মাৰ্চৰ পৰা জি এম চি এইচৰ গৱেষক চিকিৎসকৰ এটা দল উপস্থিত হৈ কাৰাগাৰৰ ভিতৰতে চিকিৎসা কৰিছিল অখিলৰ।

উল্লেখযোগ্য যে, যোৱা ২৯ ফেব্ৰুৱাৰীৰ পৰা কাৰাগাৰৰ ভিতৰতে শয্যাগত হৈ আছিল অখিল।

বৰ্তমান পেটৰ বিষৰ পৰা কিছু পৰিমানে উপশম পোৱা অখিল গগৈক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিটি স্কেন কৰা হয়।

জিএমচিএইচত পৰীক্ষাৰ অন্তত অখিলৰ খাদ্য নলীৰ কেইবা ঠাইতো ঘাঁ, কিডনিত পাথৰৰ উপস্থিতি, গেষ্ট্ৰিক আলছাৰ ধৰা পৰিছে বুলি জানিব পৰা গৈছে।

আনহাতে, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত স্বাস্থ্য পৰীক্ষাৰ অন্তত পুনৰ কাৰাগাৰলৈ লৈ যোৱা হয় অখিল গগৈক।

অসুস্থ কৃষক নেতা গৰাকীক সাক্ষাৎ কৰাৰ বাবে চিকিৎসালয়ত কণ্ঠশিল্পী মানস ৰবীন, স্বৰাজ অসমৰ আহ্বায়ক ভৱেন সন্দিকৈ, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ভাস্ক’ডি শইকীয়াকে ধৰি অন্য সতীৰ্থ সকল উপস্থিত হয়।

অখিল গগৈৰ কিডনিত পাথৰ ধৰা পৰিছে বুলি মানস ৰবীনে আমাক কয়।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কেণ্টিনতে ৰাতিপুৱাৰ আহাৰ গ্ৰহণ কৰে অখিল গগৈয়ে।

Recent News

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd