• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অখিল গগৈৰ কিডনিত পাথৰ, খাদ্য নলীত ঘাঁ; জিএমচিএইচত পৰীক্ষাৰ অন্তত পুনৰ কাৰাগাৰলৈ প্ৰেৰণ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 6, 2020 1:27 pm
Akhil Gogoi
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাৰাগাৰৰ ভিতৰতে গুৰুতৰভাৱে অসুস্থ হৈ পৰা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈক আজি স্বাস্থ্য পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ লৈ অহা হয়।

কাৰাগাৰ কৰ্তৃপক্ষই ৰাতিপুৱা ৯.৩০ বজাত জিএমচিএইচলৈ আনে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা গৰাকীক।

Apply Now

সেয়েহে তেওঁক বৰ্তমান অনা হৈছে জি এম চি এইছলৈ। বৰ্তমান অখিলৰ চিকিৎসা কৰি আছে চিকিৎসকে।

কাৰাগাৰৰ ভিতৰতে অখিল গগৈক জিএমচিএইচৰ চিকিৎসকৰ দলে চিকিৎসা চলাই আছিল যদিও নিয়াৰ আদালতে প্ৰয়োজন সাপেক্ষে অখিলক উন্নত চিকিৎসা প্ৰদান কৰিবলৈ কালি নিৰ্দেশ দিছিল।

জানিব পৰা মতে অখিল প্ৰচণ্ড পেটৰ বিষ, জ্বৰ, প্ৰস্বাৱৰ সমস্যা আৰু পিঠিৰ বিষত আক্ৰান্ত হৈ আছে।

অখিলৰ পত্নী গিতাশ্ৰী তামুলীয়ে তেওঁৰ উন্নত চিকিৎসাৰ বাবে চিকিৎসালয়ত চিকিৎসা কৰিবলৈ আহ্বান জনাই ৩ মাৰ্চত NIA আদালতত আবেদন জনাইছিল।

বিগত ৪ মাৰ্চৰ পৰা জি এম চি এইচৰ গৱেষক চিকিৎসকৰ এটা দল উপস্থিত হৈ কাৰাগাৰৰ ভিতৰতে চিকিৎসা কৰিছিল অখিলৰ।

উল্লেখযোগ্য যে, যোৱা ২৯ ফেব্ৰুৱাৰীৰ পৰা কাৰাগাৰৰ ভিতৰতে শয্যাগত হৈ আছিল অখিল।

বৰ্তমান পেটৰ বিষৰ পৰা কিছু পৰিমানে উপশম পোৱা অখিল গগৈক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিটি স্কেন কৰা হয়।

জিএমচিএইচত পৰীক্ষাৰ অন্তত অখিলৰ খাদ্য নলীৰ কেইবা ঠাইতো ঘাঁ, কিডনিত পাথৰৰ উপস্থিতি, গেষ্ট্ৰিক আলছাৰ ধৰা পৰিছে বুলি জানিব পৰা গৈছে।

আনহাতে, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত স্বাস্থ্য পৰীক্ষাৰ অন্তত পুনৰ কাৰাগাৰলৈ লৈ যোৱা হয় অখিল গগৈক।

অসুস্থ কৃষক নেতা গৰাকীক সাক্ষাৎ কৰাৰ বাবে চিকিৎসালয়ত কণ্ঠশিল্পী মানস ৰবীন, স্বৰাজ অসমৰ আহ্বায়ক ভৱেন সন্দিকৈ, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ভাস্ক’ডি শইকীয়াকে ধৰি অন্য সতীৰ্থ সকল উপস্থিত হয়।

অখিল গগৈৰ কিডনিত পাথৰ ধৰা পৰিছে বুলি মানস ৰবীনে আমাক কয়।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কেণ্টিনতে ৰাতিপুৱাৰ আহাৰ গ্ৰহণ কৰে অখিল গগৈয়ে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

দিল্লীত ইটোৰ পিছত সিটো নৃশংস ধৰ্ষণ! নিজাববীয়া পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ; মনত পেলালে ‘নিৰ্ভয়া’ৰ স্মৃতি

দিল্লীত ইটোৰ পিছত সিটো নৃশংস ধৰ্ষণ! নিজাববীয়া পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ; মনত পেলালে ‘নিৰ্ভয়া’ৰ স্মৃতি

September 28, 2026 1:47 pm
পুৱাই ডুবিল ৬ লাখ কোটি টকা, ৯০০ পইণ্ট ক্ৰেশ ছেন্সেক্স; মূৰে-কপালে হাত বিনিয়োগকাৰীৰ

পুৱাই ডুবিল ৬ লাখ কোটি টকা, ৯০০ পইণ্ট ক্ৰেশ ছেন্সেক্স; মূৰে-কপালে হাত বিনিয়োগকাৰীৰ

September 28, 2026 12:57 pm
আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছত কি ক’লে ককৰোচ জনতা পাৰ্টিৰ আশুতোষ ৰাংকাই?

আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছত কি ক’লে ককৰোচ জনতা পাৰ্টিৰ আশুতোষ ৰাংকাই?

September 28, 2026 11:43 am
পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

September 28, 2026 10:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত ইটোৰ পিছত সিটো নৃশংস ধৰ্ষণ! নিজাববীয়া পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ; মনত পেলালে ‘নিৰ্ভয়া’ৰ স্মৃতি

দিল্লীত ইটোৰ পিছত সিটো নৃশংস ধৰ্ষণ! নিজাববীয়া পদক্ষেপ উচ্চতম ন্যায়ালয়ৰ; মনত পেলালে ‘নিৰ্ভয়া’ৰ স্মৃতি

September 28, 2026 1:47 pm
পুৱাই ডুবিল ৬ লাখ কোটি টকা, ৯০০ পইণ্ট ক্ৰেশ ছেন্সেক্স; মূৰে-কপালে হাত বিনিয়োগকাৰীৰ

পুৱাই ডুবিল ৬ লাখ কোটি টকা, ৯০০ পইণ্ট ক্ৰেশ ছেন্সেক্স; মূৰে-কপালে হাত বিনিয়োগকাৰীৰ

September 28, 2026 12:57 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd