• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সুৰাপায়ীসকল সাৱধান : আৱকাৰী বিভাগলৈ আহিছে অত্যাধুনিক এলক’পেট্ৰ’ল ব্ৰেথ এনালাইজাৰ

ব্ৰেথ এনালাইজাৰৰ সহায়ত কোন ব্যক্তিয়ে সুৰাপান কৰিছে ৫ ছেকেণ্ডতে জানিব পৰা যাব

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
August 1, 2020 8:17 pm
index.jpg8
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আইন ভংগ কৰি সুৰাপান কৰাসকল এতিয়া আগতকৈও সাৱধান হওক। এইবাৰ আৰু আইনৰ চকুত ধূলি দি সাৰি যোৱাতো সম্ভৱ নহ’ব।

আৱকাৰী বিভাগলৈ আহিছে অত্যাধুনিক এলক’পেট্ৰ’ল ব্ৰেথ এনালাইজাৰ৷

Apply Now

ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিবলৈ হেণ্ড ছেনিটাইজাৰ উৎপাদন আৰু যোগানৰ ব্যৱস্থা কৰি সকলোৰে প্ৰশংসা বুটিলবলৈ সমৰ্থ হোৱাৰ পিছত এইবাৰ ৰাজ্যৰ আৱকাৰী বিভাগে গ্ৰহণ কৰিছে আন এক বিশেষ পদক্ষেপ।

এই অনুযায়ী ক’ৰ’না কালত যাতে সাৰ্বজনিক স্থানত কোনো লোকে সুৰাপান কৰি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব নোৱাৰে তাৰবাবে বৰ্তমান সময়ত ব্যৱহাৰৰ উপযোগী অত্যাধুনিক এলক’পেট্ৰ’ল ব্ৰেথ এনালাইজাৰৰ গৰাকী হৈ পৰিছে আবকাৰী বিভাগ।

এই অত্যাধুনিক ব্ৰেথ এনালাইজাৰৰ সহায়ত কোন ব্যক্তিয়ে সুৰাপান কৰি আছে সেয়া দূৰৰ পৰাই মাত্ৰ ৫ ছেকেণ্ডতে জানিব পৰা যাব।

আৱকাৰী বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু বিভাগটোৰ আয়ুক্ত ৰাকেশ কুমাৰৰ বিশেষ প্ৰচেষ্টাত ২৫০ টা ক’ৰ’না কালৰ উপযোগী অত্যাধুনিক ব্ৰেথ এনালাইজাৰ মেচিন আবকাৰী বিভাগে ক্ৰয় কৰিছে।

হংকঙৰ এটি বিশ্বখ্যাত প্ৰতিষ্ঠিত কোম্পানীয়ে প্ৰস্তুত কৰা এই ব্ৰেথ এনালাইজাৰ মেচিন ক’ৰ’নাকালত বিশ্বৰ উন্নত দেশসমূহে ব্যৱহাৰ কৰি আহিছে।

এলক’পেট্ৰ’ল নামৰ চাৰ্জিঙৰ ব্যৱস্থা থকা এই মেচিনত কেমেৰা সংলগ্ন হৈ থকাৰ লগতে থাৰ্মেল প্ৰিণ্টাৰো আছে৷

আৱকাৰী বিভাগৰ জনসংযোগ বিষয়া শৈলন্দ্ৰ পাণ্ডেই কয় ‘অৱশেষত বিভাগৰ এক দীৰ্ঘদিনীয়া অভাৱ পূৰণ হ’ল। ইতিমধ্যে জিলাসমূহৰ আৱকাৰী বিভাগৰ কাৰ্যালয়লৈ এই অত্যাধুনিক মেচিন প্ৰদানৰ ব্যৱস্থা কৰা হৈছে।

মেচিনটোৰ সহায়ত ক্ষীপ্ৰতাৰে ৰাজহুৱা স্থানত আইন উলংঘা কৰি সুৰাপান কৰাসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাতো সহজ হৈ পৰিব। কিয়নো এই অত্যাধুনিক মেচিনটোৱে মাত্ৰ ৫ ছেকেণ্ডতে ফলাফল দিয়ে।

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি আৱকাৰী বিভাগে এনে অত্যাধুনিক ব্ৰেথ এনালাইজাৰৰ অভাৱ অনুভৱ কৰি আহিছিল।

দীপজ্যোতি শৰ্মা

দীপজ্যোতি শৰ্মা

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘আজি নিশাই ইৰাণৰ ওপৰত বৃহৎ আক্ৰমণ’, খাৰ্গ দ্বীপ দখল কৰাৰ সকীয়নি ড’নাল্ড ট্ৰাম্পৰ

‘আজি নিশাই ইৰাণৰ ওপৰত বৃহৎ আক্ৰমণ’, খাৰ্গ দ্বীপ দখল কৰাৰ সকীয়নি ড’নাল্ড ট্ৰাম্পৰ

June 11, 2026 9:11 pm
১২ বছৰীয়া কিশোৰীৰ ছদ্মৱেশত ৩৭ বছৰীয়া মহিলা : ১৪ মাহ ধৰি সকলোকে প্ৰৱঞ্চনা কৰা ব্ৰাজিলৰ আচৰিত ঘটনা

১২ বছৰীয়া কিশোৰীৰ ছদ্মৱেশত ৩৭ বছৰীয়া মহিলা : ১৪ মাহ ধৰি সকলোকে প্ৰৱঞ্চনা কৰা ব্ৰাজিলৰ আচৰিত ঘটনা

June 11, 2026 9:07 pm
উত্তৰাধিকাৰ! ৰাষ্ট্ৰীয় দলৰ বাবে আমন্ত্ৰণ লাভ কৰিলে ৰাহুল দ্ৰাবিড়ৰ পুত্ৰ অনভয়ে

উত্তৰাধিকাৰ! ৰাষ্ট্ৰীয় দলৰ বাবে আমন্ত্ৰণ লাভ কৰিলে ৰাহুল দ্ৰাবিড়ৰ পুত্ৰ অনভয়ে

June 11, 2026 8:27 pm
পুনৰ পাকিস্তানী সেনাৰ বৰ্বৰতা! নিৰস্ত্ৰ প্ৰতিবাদকাৰীৰ ওপৰত নিৰ্বিচাৰ গুলীচালনা; পাক অধিকৃত কাশ্মীৰত কমেও ১৬ জন নিহত

পুনৰ পাকিস্তানী সেনাৰ বৰ্বৰতা! নিৰস্ত্ৰ প্ৰতিবাদকাৰীৰ ওপৰত নিৰ্বিচাৰ গুলীচালনা; পাক অধিকৃত কাশ্মীৰত কমেও ১৬ জন নিহত

June 11, 2026 7:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আজি নিশাই ইৰাণৰ ওপৰত বৃহৎ আক্ৰমণ’, খাৰ্গ দ্বীপ দখল কৰাৰ সকীয়নি ড’নাল্ড ট্ৰাম্পৰ

‘আজি নিশাই ইৰাণৰ ওপৰত বৃহৎ আক্ৰমণ’, খাৰ্গ দ্বীপ দখল কৰাৰ সকীয়নি ড’নাল্ড ট্ৰাম্পৰ

June 11, 2026 9:11 pm
১২ বছৰীয়া কিশোৰীৰ ছদ্মৱেশত ৩৭ বছৰীয়া মহিলা : ১৪ মাহ ধৰি সকলোকে প্ৰৱঞ্চনা কৰা ব্ৰাজিলৰ আচৰিত ঘটনা

১২ বছৰীয়া কিশোৰীৰ ছদ্মৱেশত ৩৭ বছৰীয়া মহিলা : ১৪ মাহ ধৰি সকলোকে প্ৰৱঞ্চনা কৰা ব্ৰাজিলৰ আচৰিত ঘটনা

June 11, 2026 9:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd