• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিহু উদযাপনত চৰকাৰৰ নীতি-নিৰ্দেশনাৰ বিৰুদ্ধে লতাশিলত সদৌ অসম বিহু কমিটি সমন্বয়ৰক্ষী সমিতিৰ প্ৰতিবাদ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 11, 2021 5:26 pm
Bihu

প্ৰতিনিধিত্বমূলক ছবি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুটি এতিয়া পদূলি মুখত। দেশত কোভিড পৰিস্থিতিৰ ব্যাপক অৱনতি ঘটাৰ সময়তে অসমত বিহু উদযাপনকলৈ অনিষ্চয়তাৰ সৃষ্টি হৈছিল।

ইয়াৰ মাজতে চৰকাৰে কেতবোৰ বিশেষ নীতি-নিৰ্দেশনাৰ মাজেৰে বিহু পালনৰ অনুমতি দিছিল।

চৰকাৰৰ এনে কেতবোৰ নীতি-নিৰ্দেশনাৰ বিৰুদ্ধে আজি ৰাজ্যৰ ঐতিহ্যমণ্ডিত লতাশিল খেলপথাৰত প্ৰতিবাদ সাৱস্ত্য কৰে সদৌ অসম বিহু কমিটি সমন্বয়ৰক্ষী সমিতিয়ে।

ত্ৰিশ খন বিহু সমিতিৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীত সদৌ অসম বিহু কমিটি সমন্বয়ৰক্ষী সমিতিৰ বিষয়ববীয়াই কয় যে চৰকাৰে বান্ধি দিয়া সকলোবোৰ নীতি-নিৰ্দেশনাৰ তেওঁলোকে বিৰোধিতা নকৰে।

কিন্তু বিহু সমিতিৰ কৰ্মকৰ্তাসকলক ক’ভিড পৰীক্ষাৰ পৰা আঁতৰাই ৰাখিব লাগে।

উল্লেখ্য বিহু সমিতিৰ কৰ্মকৰ্তাসকলক অনুষ্ঠানৰ তিনি দিন পূৰ্বে আৰু অনুষ্ঠান শেষ হোৱাৰ তিনি দিন পিছত কোভিডৰ পৰীক্ষা কৰোৱাবলৈ কোৱা হৈছিল।

সদৌ অসম বিহু কমিটি সমন্বয়ৰক্ষী সমিতিয়ে লগতে বিহুৰ অনুষ্ঠিত কৰাৰ সময় নিশা ১-১.৩০ বজালৈ বৃদ্ধি কৰাৰো দাবী জনায়।চৰকাৰে নিশা ১১ বজাৰ ভিতৰত বিহুৰ সকলো কাৰ্যসূচী সামৰিবলৈ কৈছিল

উল্লেখ্য নিৰ্বাচন পাৰ হৈ যোৱাৰ পাছতে অসমীয়াৰ বাপতি সাহোন ব’হাগ বিহু অহাৰ লগে লগে হঠাৎ অধিক চিৰিয়াছ হৈ পৰিছে স্বাস্থ্যমন্ত্ৰীগৰাকী আৰু বিহু পালনৰ ক্ষেত্ৰত সামাজিক দূৰত্বৰ কথা উল্লেখ কৰিছে মন্ত্ৰীগৰাকীয়ে।

বিহু কেনেকৈ পালন কৰিব লাগে তাৰ এখন SOP প্ৰস্তুত কৰা হৈছে বুলি উল্লেখ কৰি মন্ত্ৰী শৰ্মাই  কিছুদিন পূৰ্বে এখন সংবাদমেলত কৈছিল, ‘বিহু কমিটিয়ে চকীসমূহ সামাজিক দূৰত্ব মানি সজাব লাগে।‘

URGENT INFORMATION

In view of fresh spike in #COVID19 cases across many states, Assam has geared up its Covid management strategies and taking up need-based steps to contain spread of the disease. Please see attached #Covid SOP for #Bihu & other festivals & adhere to these. pic.twitter.com/NolCAlFqZ0

— Himanta Biswa Sarma (@himantabiswa) April 9, 2021

স্বাস্থ্যমন্ত্ৰীগৰাকীৰ মতে ‘বিহুটো যাতে সুকলমে অনুষ্ঠিত কৰিব পাৰে তাৰ বাবে দৈনিক ১ লাখকৈ কোভিড টেষ্ট কৰোৱা হ’ব।‘

মন্ত্ৰীগৰাকীৰ দিয়া তথ্য অনুসৰি ‘নিৰ্বাচনৰ পূৰ্বে দৈনিক ৭০০০-৮০০০ কোভিড টেষ্ট কৰোৱা হৈছিল আৰু আজিৰে পৰা ৩৫ হাজাৰ টেষ্ট কৰোৱাৰ ব্যৱস্থা কৰা হ’ব আৰু পৰ্য্যায়ক্ৰমে দৈনিক ১ লাখ টেষ্ট কৰোৱা হ’ব যাতে বিহুটো সুকলমে অনুষ্ঠিত কৰিব পাৰে।‘

সাধাৰণ মানুহৰ মনত প্ৰশ্ন হৈছে, ‘নিৰ্বাচনী প্ৰচাৰত ক’ৰ’না নহয় নেকি? বা বিহু অনুষ্ঠিত কৰিলেহে ক’ৰ’না হ’ব নেকি? নিৰ্বাচনী প্ৰচাৰত সামাজিক দূৰত্বৰ কথা উল্লেখ নকৰা মন্ত্ৰীজনে বিহুৰ সময়তহে কিয় সামাজিক দূৰত্বৰ কথা উল্লেখ কৰিলে? সেয়া বহুতৰে বাবে এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd