• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘ব্যক্তিগত খণ্ডৰ সকলো চিকিৎসালয়ক কোভিড ভেকচিন প্ৰদান কেন্দ্ৰৰূপে ব্যৱহাৰ কৰা হ’ব’, কেন্দ্ৰ স্বাস্থ্য মন্ত্ৰণালয়

এন ই নাও নিউজ by এন ই নাও নিউজ
March 3, 2021 11:40 am
IMG-20210116-WA0015
237
VIEWS
Share on FacebookShare on Twitter

ব্যক্তিখণ্ডৰ সকলো চিকিৎসালয়কে কোভিড ভেকচিন প্ৰদানৰ কেন্দৰৰূপে ব্যৱহাৰ কৰিবলৈ কেন্দ্ৰই ৰাজ্যসমূহলৈ নিৰ্দেশ প্ৰদান কৰিছে।

মংগলবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে এক বিবৃতিত কয় যে কোভিড ভেকচিন প্ৰদানৰ দ্বিতীয়টো পৰ্যায়ত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সকলো ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ক ভেকচিন কেন্দ্ৰৰূপে ব্যৱহাৰ কৰিব লাগিব।

বিবৃতিটোত লগতে কোৱা হৈছে দ্বিতীয় পৰ্যায়ত ৬০ আৰু ৪৫ বছৰৰ উৰ্দ্ধৰ প্ৰতিজন লোককে প্ৰতিষেধক প্ৰদান কৰিবলৈ বিশেষভাৱে গুৰুত্ব প্ৰদান কৰা হৈছে।

ৰাজ্যসমূহৰ সৈতে এক আনুষ্ঠানিক পৰ্যালোচনা বৈঠকত কেন্দ্ৰই পুনৰ কয় যে ভেকচিনৰ কোনো অভাৱ নাই আৰু সেয়েহে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে কোভিড  টিকাকৰণ কেন্দ্ৰসমূহক পৰ্যাপ্ত পৰিমাণে ভেকচিনৰ আৱণ্টন কৰিব লাগিব। কেন্দ্ৰীয় চৰকাৰৰ লগতো পৰ্যাপ্ত পৰিমাণে ভেকচিন মজুত আছে বুলি বিবৃতিটোত কোৱা হৈছে।

কেন্দ্ৰই ৰাজ্য আৰু কেন্দ্ৰ শাসিত অঞ্চলসমূহৰ সকলো চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ চিকিৎসালয়লৈ কোবিড ভেকছিনৰ পৰ্যাপ্ত আৱণ্টন নিশ্চিত কৰিছে।

ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা (এবি-পিএমজেএৱাই), কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য আঁচনি (চিজিএইচএছ) আৰু ৰাজ্যিক স্বাস্থ্য বীমা আঁচনিৰ অধীনত তালিকাভুক্ত সকলো ব্যক্তিগত চিকিৎসালয়তে ভেকিচন প্ৰদান কৰিবলৈ কোৱা হৈছে।

Tags: COVID-19

Recent News

যুদ্ধ বিৰতিৰ প্ৰস্তাৱক আদৰণি জনালেও ট্ৰাম্পৰ ঘোষণাক লৈ প্ৰশ্ন কংগ্ৰেছৰ

যুদ্ধ বিৰতিৰ প্ৰস্তাৱক আদৰণি জনালেও ট্ৰাম্পৰ ঘোষণাক লৈ প্ৰশ্ন কংগ্ৰেছৰ

আমেৰিকাৰ চোৰাংচোৱাই লাভ কৰা গোপন তথ্যৰ বাবেই আসন্ন কূটাঘাটত বাধা! তাৰপাছতেই সক্ৰিয় হৈছিল ট্ৰাম্প প্ৰশাসন, CNN-ৰ প্ৰতিবেদনে কি কয়?

আমেৰিকাৰ চোৰাংচোৱাই লাভ কৰা গোপন তথ্যৰ বাবেই আসন্ন কূটাঘাটত বাধা! তাৰপাছতেই সক্ৰিয় হৈছিল ট্ৰাম্প প্ৰশাসন, CNN-ৰ প্ৰতিবেদনে কি কয়?

‘দুয়োখন দেশৰ সৈতে বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰিম’, ভাৰত-পাক যুদ্ধবিৰতিৰ পিছত দাবী ট্ৰাম্পৰ

‘দুয়োখন দেশৰ সৈতে বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰিম’, ভাৰত-পাক যুদ্ধবিৰতিৰ পিছত দাবী ট্ৰাম্পৰ

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা যুদ্ধবিৰতিলৈকে; এই সময়ছোৱাত কি কি ঘটিল চাই লওক

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা যুদ্ধবিৰতিলৈকে; এই সময়ছোৱাত কি কি ঘটিল চাই লওক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd