• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বৰঝাৰ বিমানবন্দৰো গতাব নেকি মোদীৰ ঘনিষ্ঠ আদানিক?

এন ই নাও নিউজ by এন ই নাও নিউজ
February 26, 2019 9:32 am
LGBI-airport-678x381

গুৱাহাটীৰ বৰঝাৰত থকা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ। ফাইল ফটো

384
VIEWS
Share on FacebookShare on Twitter

এটা এটাকৈ ৰাজহুৱা খণ্ডৰ উদ্যোগ-প্ৰতিষ্ঠান ব্যক্তিগতকৰণৰ প্ৰচেষ্টা হাতত লোৱা মোদী চৰকাৰে গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰটোও ব্যক্তিগত প্ৰতিষ্ঠানক দিয়াৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা বুলি জানিব পৰা গৈছে। সেই অনুসৰি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘনিষ্ঠ হিচাপে পৰিচিত গুজৰাটৰ ব্যৱসায়ী গৌতম আদানিৰ হাতত বিমানবন্দৰটো গতাই দিবলৈ সকলো আনুষ্ঠানিকতা সাজু হৈ উঠিছে।

সোমবাৰে বিমানবন্দৰ প্ৰাধিকৰণ কৰ্তৃপক্ষই আহমেদাবাদ, জয়পুৰ, লক্ষ্ণৌ, মাংগালোৰ আৰু তিৰুৱনন্তপুৰম বিমানবন্দৰৰ নিবিদা মুকলি কৰি সৰ্বোচ্চ দৰ ধাৰ্য কৰা আদানি গ্ৰুপক বিমানবন্দৰকেইটাৰ পৰিচালনা আৰু ব্যৱস্থাপনাৰ দায়িত্ব অৰ্পণ কৰিছে।

বিমানবন্দৰ প্ৰাধিকৰণে একেই নিবিদাৰ ভিত্তিত গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰক বাদ দি এই আটাইকেইটা বিমানবন্দৰৰে দায়িত্ব অৰ্পণ কৰিছে প্ৰধান মন্ত্ৰী মোদীৰ ঘনিষ্ঠ আদানি গ্ৰুপক।

আনহাতে, গুৱাহাটীৰ বৰঝাৰস্থিত গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ ব্যক্তিগতকৰণৰ বিৰোধিতা কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত এটা ৰাজহুৱা স্বাৰ্থজড়িত গোচৰ বিচাৰাধীন হৈ থকাৰ বাবেই বিমানবন্দৰ প্ৰাধিকৰণে বৰঝাৰ বিমানবন্দৰৰ নিবিদা মুকলি কৰাৰ পৰা বিৰত থাকে।

ইপিনে, বৰঝাৰ বিমানবন্দৰৰ নিবিদা মুকলি নকৰিলেও ৰাজহুৱা স্বাৰ্থজড়িত  গোচৰটোৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ে বিমানবন্দৰ প্ৰাধিকৰণক বিমানবন্দৰটোৰ ব্যক্তিগতকৰণৰ বাবে নিবিদা প্ৰক্ৰিয়া আগবঢ়াই নিয়াৰ বাবে সেউজ সংকেত দিছে।

সোমবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এ এছ বোপান্না আৰু ন্যায়াধীশ এ কে গোস্বামীৰ খণ্ড বিচাৰপীঠে নিবিদাত সৰ্বোচ্চ দৰ ধাৰ্য কৰা নিবিদাকাৰীক দায়িত্ব দিবলৈ নিৰ্দেশ দি  ড০ হীৰেন গোহাঁই প্ৰমুখ্যে তিনিগৰাকী বিশিষ্ট নাগৰিকে ব্যক্তিগতকৰণৰ বিৰোধিতা কৰি ৰুজু কৰা ১১/২০১৯ নম্বৰ ৰাজহুৱা স্বাৰ্থজড়িত গোচৰটোৰ অহা মে’ মাহৰ দ্বিতীয় সপ্তাহত চূড়ান্ত শুনানিৰ দিন ধাৰ্য কৰে।

জানিব পৰা মতে, আজি গুৱাহাটী  বৰঝাৰ বিমানবন্দৰৰ নিবিদা মুকলি কৰাৰ সম্ভাৱনা আছে। গুৱাহাটী  বৰঝাৰ বিমানবন্দৰ তদাৰকৰ বাবে আদানি গ্ৰুপকে ধৰি দেশ ছয়টা ব্যক্তিগত প্ৰতিষ্ঠানে নিবিদা দাখিল কৰিছে। আদানি গ্ৰুপে আন কেইটা প্ৰতিষ্ঠানৰ তুলনাত সৰ্বোচ্চ দৰত প্ৰতি যাত্ৰীৰ বিপৰীতে ১৬৮ টকা ব্যয় ধাৰ্য কৰি বিমানবন্দৰকেইটাৰ দায়িত্ব লাভ কৰিছে।

Recent News

পথৰ কুকুৰক লৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাঃ মুখ্য ন্যায়াধীশলৈ পুনৰ বিবেচনাৰ বাবে পত্ৰ লিখিলে জন আব্ৰাহামে

পথৰ কুকুৰক লৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাঃ মুখ্য ন্যায়াধীশলৈ পুনৰ বিবেচনাৰ বাবে পত্ৰ লিখিলে জন আব্ৰাহামে

“আঁতৰ হ ইয়াৰ পৰা”, দায়িত্ব পালন কৰা ট্ৰেফিক পুলিচক ধমক বিজেপি নেতাৰ পুত্ৰৰ

“আঁতৰ হ ইয়াৰ পৰা”, দায়িত্ব পালন কৰা ট্ৰেফিক পুলিচক ধমক বিজেপি নেতাৰ পুত্ৰৰ

ট্ৰাকৰ খুন্দাত ডেলিভাৰী বয়ৰ মৃত্যুঃ ৪ বছৰৰ মূৰত ২৩ লাখ টকাৰ সাহায্য লাভ কৰিলে পৰিয়ালে

ট্ৰাকৰ খুন্দাত ডেলিভাৰী বয়ৰ মৃত্যুঃ ৪ বছৰৰ মূৰত ২৩ লাখ টকাৰ সাহায্য লাভ কৰিলে পৰিয়ালে

স্বাধীনতা দিৱসৰ পূৰ্বে সষ্টম অসম আৰক্ষী : তিনিচুকীয়াত গ্ৰেপ্তাৰ আলফা(স্বাঃ)ৰ লিংকমেন

স্বাধীনতা দিৱসৰ পূৰ্বে সষ্টম অসম আৰক্ষী : তিনিচুকীয়াত গ্ৰেপ্তাৰ আলফা(স্বাঃ)ৰ লিংকমেন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd