• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আৰক্ষী দিৱসৰ দিনাই আৰক্ষী বিষয়াই ১১হাজাৰ টকাৰ বিনিময়ত আচামীক মুকলিৰ অভিযোগ

মৃদুল প্রীতম ডেকা, কামৰূপ by মৃদুল প্রীতম ডেকা, কামৰূপ
October 1, 2021 1:18 pm
Ramdia police bribe case.allegation
833
VIEWS
Share on FacebookShare on Twitter

আজি আৰক্ষী দিৱসৰ দিনাই আৰক্ষী বিভাগৰ নাক কাটিলে এজন আৰক্ষী উপ পাৰিদর্শকে! পুনৰ খাকী পোচাকত দাগ সানিলে হাজো ৰামদিয়াৰ আৰক্ষী বিষয়া ডিম্বেশ্বৰ পাঠকে।

তিনিজন আচামী মুকলি কৰাৰ নামত ১১হাজাৰ টকা উৎকোচ লোৱাৰ অভিযোগ আৰক্ষী বিষয়া ডিম্বেশ্বৰ পাঠকৰ বিৰুদ্ধে।

অভিযোগ অনা মহিলা গৰাকীৰ নাম পদুমী বেগম। তেওঁৰ ঘৰ হাজোৰ খালিহামাৰীত।

মহিলা গৰাকীৰ স্বামীয়ে আন এগৰাকী যুৱতীক পলুৱাই অনাত ৰামদিয়া আৰক্ষী চকীত কাজিয়া হৈছিল।

এই কাজিয়া ভাঙি দিছিল অভিযোগকাৰী মহিলা গৰাকীৰ তিনি ভাতৃয়ে।

পিছত ৰামদিয়া আৰক্ষী বিষয়াজনে তিনি ভাতৃক সুমুৱাই ৰাখিছিল থানাৰ ভিতৰত।

তিনি ভাতৃক পিছত মুকলি কৰাৰ নামত আৰক্ষী বিষয়া ডিম্বেশ্বৰ পাঠকে চলালে তাণ্ডৱ।

ধন নিদিলে তিনি ভাতৃক জেল হাজোতলৈ প্ৰেৰণ কৰাৰ ভাবুকি প্ৰদান কৰিছিল আৰক্ষী বিষয়া জনে।

উপায়ন্তৰ হৈ ১১ হাজাৰ টকা সূতত ধাৰ কৰি আনি তিনি ভাতৃক মুকলি কৰি নিয়াৰ গুৰুতৰ অভিযোগ আনিছে দুৰ্ভগীয়া মহিলা গৰাকীয়ে।

আনহাতে, আৰক্ষী বিষয়া গৰাকীয়ে মহিলা গৰাকীক দুৰ্বৱহাৰ কৰাৰো এক গুৰুতৰ অভিযোগ আনিছে।

ৰিক্সা চলাই জীৱন নিৰ্বাহ কৰা মহিলা গৰাকীৰ দুখীয়া পৰিয়ালটোৱে আৰক্ষী বিষয়া জনৰ কঠোৰ শাস্তি বিচাৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত।

ভাবুকি তথা বেআইনীভাবে ধন আদায় লোৱা আৰক্ষীৰ পৰা ধন খিনি উভতাই দিবলৈও আৰক্ষীৰ শীৰ্ষ বিষয়াৰ ওচৰত অনুৰোধ জনাইছে এই দৰিদ্ৰ পৰিয়াল টোৱে।

Recent News

নামনি অসমৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান! হাহাকাৰ উচ্ছেদিতৰ মাজত

নামনি অসমৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান! হাহাকাৰ উচ্ছেদিতৰ মাজত

জ্ঞানবাপী গোচৰঃ ১৯৯১ চনৰ গোচৰ স্থানান্তৰৰ আবেদন নাকচ বাৰাণসী আদালতৰ

জ্ঞানবাপী গোচৰঃ ১৯৯১ চনৰ গোচৰ স্থানান্তৰৰ আবেদন নাকচ বাৰাণসী আদালতৰ

আহমেদাবাদৰ বিমান দুৰ্ঘটনাঃ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ক প্ৰাৰম্ভিক প্ৰতিবেদন দাখিল!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাঃ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ক প্ৰাৰম্ভিক প্ৰতিবেদন দাখিল!

অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামত তিনিটা ৰাষ্ট্ৰীয় ক্ৰীড়া পুৰস্কাৰ: অসম অলিম্পিক সন্থাৰ ঐতিহাসিক সিদ্ধান্ত

অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামত তিনিটা ৰাষ্ট্ৰীয় ক্ৰীড়া পুৰস্কাৰ: অসম অলিম্পিক সন্থাৰ ঐতিহাসিক সিদ্ধান্ত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd