• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুখ্য মন্ত্ৰীৰ নিৰ্দেশ! ১০৮-১০২ কৰ্মচাৰীৰ সকলো দাবী মানি ল’লে স্বাস্থ্য মন্ত্ৰীয়ে; বাঢ়িব দৰমহা, পাব বকেয়া

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 21, 2018 7:40 pm
108_service
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্য মন্ত্ৰীৰ নিৰ্দেশক আওকাণ কৰিব নোৱাৰি অৱশেষত প্ৰতিবাদৰত জৰুৰীকালীন স্বাস্থ্যসেৱা বা ১০৮-১০২ সেৱাৰ কৰ্মচাৰীসকলৰ সকলো দাবী মানি ল’লে স্বাস্থ্য বিভাগে। অৱশ্যে কৰ্তব্যৰ সময় দাবী কৰা ৮ ঘণ্টাৰ পৰিৱৰ্তে পূৰ্বৰ দৰে ১২ ঘণ্টাই থাকিব বুলি জনায় ১০৮-১০২ জৰুৰীকালীন কৰ্মচাৰী সন্থা। এই দাবীৰ বাদে আন সকলো দাবী মানি লৈছে স্বাস্থ্য বিভাগে। এতিয়াৰ পৰা কৰ্মচাৰীসকলে ১৫ হাজাৰ টকাৰ পৰা ১৭ হাজাৰ ভিতৰত বৰ্ধিত হাৰত দৰমহা পাব। লগতে বিগত সময়ত পাবলৈ থকা সকলো বকেয়া ধন তেওঁলোকক জি ভি কেই দিব লাগিব বুলিও আলোচনাত সিদ্ধান্ত হয়।

উল্লেখযোগ্য যে আজি মুখ্য মন্ত্ৰীৰ নিৰ্দেশ মতে, স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আন্দোলনৰত কৰ্মচাৰীসকলৰ ৫জন প্ৰতিনিধিৰ সৈতে দিচপুৰস্থিত আইন মহাবিদ্যালয়ত আলোচনাত বহে।

আলোচনাৰ সময়ছোৱাত স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে জৰুৰীকালীন বিভাগৰ কৰ্মচাৰীসকলৰ সকলো দাবী কাৰ্য্যকৰী কৰাৰ প্ৰতিশ্ৰুতি  প্ৰদান কৰে।

আনহাতে আলোচনা অতি সৌহাদ্যপূৰ্ণ আছিল বুলি কৰ্মচাৰী সন্থাৰ দীপক বৰাই নৰ্থ-ইষ্ট নাওক জানিবলৈ দিয়ে। দীপক বৰাই জনোৱামতে, ১০৮-১০২ কৰ্মচাৰীসকলৰ চাকৰিৰ সম্পূৰ্ণ নিৰাপত্তা আছে বুলি স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে তেওঁলোকক আশ্বাস দিয়ে।

আলোচনাৰ সময়ত স্বাস্থ্য মন্ত্ৰীজনে ১০৮ আৰু ১০২-সেৱাৰ দুৰ্বল দিশবোৰ সবল কৰি জৰুৰীকালীন স্বাস্থ্যসেৱা ব্যৱস্থাটোক এটা নতুন দিশেৰে গতি দি ৰাইজক ভাল সেৱা আগ বঢ়োৱা হ’ব বুলিও প্ৰতিশ্ৰুতি দিয়ে।

মন কৰিব লগীয়া যে অতি কম দৰমহাত (৯ৰ পৰা ১২ হাজাৰ টকা) গধুৰ দায়িত্ব পালন কৰি থকা জৰুৰীকালীন স্বাস্থ্যসেৱাৰ কৰ্মচাৰীসকলে তেওঁলোকৰ বিভিন্ন দাবীত যোৱা ৫ ছেপ্তেম্বৰৰ পৰা অনিৰ্দিষ্টকালীন কৰ্মবিৰতি পালনৰ জৰিয়তে আন্দোলন কৰি আছিল। আন্দোলনৰ ফলত ১০ দিনতকৈও বেছি দিন এই সেৱা বন্ধ হৈ আছিল।

আন্দোলনকাৰী কৰ্মচাৰীৰ ন্যায্য দাবীৰ প্ৰতি প্ৰথম অৱস্থাত স্বাস্থ্য মন্ত্ৰীয়ে গুৰুত্ব দিয়াৰ পৰিৱৰ্তে কৰ্মচাৰীসকলৰ বিৰুদ্ধে কঠোৰ হোৱাৰহে ইংগিত দিছিল যদিও মুখ্য মন্ত্ৰীৰ নিৰ্দেশত কৰ্মচাৰীসকলৰ দাবী প্ৰায় সকলো খিনিয়ে মানি লয় স্বাস্থ্য বিভাগে। স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে অহা ২৭ চেপ্তেম্বৰৰ দিনা সমগ্ৰ কৰ্মচাৰীসকলৰ সৈতে ৰাজহুৱাভাৱে আলোচনাত মিলিত হ’ব বুলি দীপক বৰাই জানিবলৈ দিয়ে।

এতিয়া কৰ্মচাৰীসকলে নতুন উদ্যমেৰে কাইলৈ ১০ বজাৰ পৰা কামত যোগদান কৰিব বুলি দীপক বৰাই জানিবলৈ দিয়ে। আজিৰ আলোচনাসভাত সন্থাৰ হৈ সভাপতি প্ৰাঞ্জল শইকীয়া, সাধাৰণ সম্পাদক সুৰেণ ডেকা, কৰণ জ্যোতি ৰাভা, দীপক বৰা, মৃদুল বাইলুঙ আৰু নিতুল সোণোৱাল উপস্থিত আছিল।

উল্লেখ্য যে, লাহোৱাল সমষ্টিৰ বিধায়ক ঋতুপৰ্ণ বৰুৱাই উক্ত আলোচনা চক্ৰ অনুষ্টিত কৰাত মধ্যস্থতাকাৰীৰ ভূমিকা লোৱা বুলি দীপক বৰাই আমাৰ সাংবাদিকক জানিবলৈ দিয়ে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

September 18, 2025 9:07 am
১১ বছৰৰ ভিতৰত সপ্তমবাৰৰ বাবে মুৰব্বী অবিহনে কাম কৰি আছে কেন্দ্ৰীয় তথ্য আয়োগে

১১ বছৰৰ ভিতৰত সপ্তমবাৰৰ বাবে মুৰব্বী অবিহনে কাম কৰি আছে কেন্দ্ৰীয় তথ্য আয়োগে

September 18, 2025 9:03 am
ভাৰতীয় কনছুলেট জব্দৰ হুমকি! কানাডাত পুনৰ সক্ৰিয় খালিস্তান সমৰ্থক SFJ

ভাৰতীয় কনছুলেট জব্দৰ হুমকি! কানাডাত পুনৰ সক্ৰিয় খালিস্তান সমৰ্থক SFJ

September 18, 2025 8:31 am
সংবাদ মাধ্যমক পকেটত ৰাখিব বিচাৰে চৰকাৰে! তীব্ৰ প্ৰতিবাদ, সমালোচনা নেওচি নতুন মিডিয়া আইন গৃহীত হ’ল মালদ্বীপত

সংবাদ মাধ্যমক পকেটত ৰাখিব বিচাৰে চৰকাৰে! তীব্ৰ প্ৰতিবাদ, সমালোচনা নেওচি নতুন মিডিয়া আইন গৃহীত হ’ল মালদ্বীপত

September 18, 2025 7:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

গুৱাহাটী চিটি চেণ্টাৰ জালিয়াতি কাণ্ড:  পিঠানি ভাতৃদ্বয়ৰ বিৰুদ্ধে আৰক্ষীয়ে শীঘ্ৰই দাখিল কৰিব অভিযোগনামা

September 18, 2025 9:07 am
১১ বছৰৰ ভিতৰত সপ্তমবাৰৰ বাবে মুৰব্বী অবিহনে কাম কৰি আছে কেন্দ্ৰীয় তথ্য আয়োগে

১১ বছৰৰ ভিতৰত সপ্তমবাৰৰ বাবে মুৰব্বী অবিহনে কাম কৰি আছে কেন্দ্ৰীয় তথ্য আয়োগে

September 18, 2025 9:03 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd