• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিদ্যালয়ৰ ৱাশ্বৰূমত ১১ বছৰীয়া ছাত্ৰীক দলবদ্ধ ধৰ্ষণ; উচ্চ শ্ৰেণীৰ দুই ছাত্ৰৰ বিৰুদ্ধে অভিযোগ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
October 7, 2022 11:07 am
প্রতিনিধিত্বমূলক ফটো।

প্রতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

An 11-year-old girl allegedly gang-raped দিল্লীত এগৰাকী ১১ বছৰীয়া ছাত্ৰীক দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে। উচ্চ শ্ৰেণীৰ দুজন ছাত্ৰই বিদ্যালয়ৰ ৱাশ্বৰূমত নাবালিকা ছাত্ৰীগৰাকীক দলবদ্ধভাৱে বলাৎকাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে।

দিল্লী আৰক্ষীয়ে বৃহস্পতিবাৰে জানিবলৈ দিয়ে যে মঙলবাৰে এটা অভিযোগ দাখিল কৰাৰ পিছত তেওঁলোকে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

লগতে পঢ়ক: Lionel Messi: কাটাৰেই শেষ, আৰু বিশ্বকাপ নেখেলে বিশ্ব ফুটবলৰ ৰাজকুমাৰ, বাওঁ ভৰিৰ যাদুকৰ লিঅ’নেল মেছিয়ে

আৰক্ষীয়ে জনোৱা অনুসৰি, ছোৱালীজনী কেন্দ্ৰীয় বিদ্যালয়ৰ ছাত্ৰী। দলবদ্ধ ধৰ্ষণৰ অভিযোগ পোহৰলৈ অহাৰ পিছতে কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰপৰাও এক তদন্ত আৰম্ভ কৰিছে।

আৰক্ষী সূত্ৰই জানিবলৈ দিয়া মতে জুলাই মাহত এই দলবদ্ধ ধৰ্ষণৰ ঘটনাটো সংঘটিত হৈছিল। দিল্লী মহিলা আয়োগে ঘটনাটোক লৈ সৰৱ হোৱাৰ পিছত ভুক্তভোগীৰ পৰিয়ালে মঙলবাৰে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰে।

বিষয়টো কিয় তাৎক্ষণিকভাৱে আৰক্ষীক জনোৱা হোৱা নাছিল তাৰ উত্তৰ বিচাৰি আয়োগে বিদ্যালয়খনৰ অধ্যক্ষক জাননী জাৰি কৰিছে।

লগতে পঢ়ক: Facebook Crisis: সংকটত ফেচবুক! ১২ হাজাৰ কৰ্মচাৰীয়ে হেৰুৱাব পাৰে চাকৰি!

আয়োগৰ অধ্যক্ষ স্বাতী মালিৱালে কয়, “আমি এটা অভিযোগ পাইছো যে বিদ্যালয়ৰ ভিতৰত ৱাশ্বৰূমত এগৰাকী ১১ বছৰীয়া ছাত্ৰীক দলবদ্ধ ধৰ্ষণ কৰা হৈছিল। নাবালিকাগৰাকীয়ে আমাক কৈছিল যে বিদ্যালয়ৰ শিক্ষকসকলেই বিষয়টো ঢাকি ৰাখিবলৈ চেষ্টা কৰিছিল। এইটো সঁচাকৈয়ে দুৰ্ভাগ্যজনক যে শিক্ষাৰ্থীসকল আনকি বিদ্যালয়তো সুৰক্ষিত নহয়।”

বিদ্যালয়খনে অৱশ্যে দাবী কৰিছিল যে অধ্যক্ষই ঘটনাটোৰ বিষয়ে একো নাজানে। ভুক্তভোগীৰ পৰিয়ালৰ পৰাও একো জনোৱা নাছিল। আৰক্ষীৰ তদন্ত আৰম্ভ হোৱাৰ পিছতহে তেওঁ এই বিষয়ে জানিব পাৰিছে।

বিদ্যালয়ৰ এজন বিষয়াই কয়, “বিদ্যালয়খনে নিজাববীয়াকৈও তদন্ত কৰি আছে। ঘটনাটোৰ বিষয়ে কোনেও অধ্যক্ষক জনোৱা নাছিল। বিষয়টো শিক্ষক আৰু অভিভাৱকৰ সভাতো উত্থাপিত হোৱা নাছিল।”

লগতে পঢ়ক:IND vs SA 1st ODI: অথলে গ’ল চেমছন-শ্ৰেয়াছৰ দুৰ্দান্ত যুঁজ! লক্ষ্ণৌত শেষ হাঁহি মাৰিলে দক্ষিণ আফ্ৰিকাই

ইপিনে, দিল্লী আৰক্ষীয়ে কয় যে এটা তদন্ত চলি আছে। ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত শিক্ষক আৰু অভিযুক্ত ছাত্ৰ দুজনক সোধা-পোছা কৰা হৈছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

September 14, 2025 9:30 pm
ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

September 14, 2025 8:30 pm
জন্মদিন উদযাপন কৰিবলৈ মাতি ১২ বছৰীয়া কিশোৰীৰ সৈতে অসৎ কাৰ্যত লিপ্ত দুই যুৱক

জন্মদিন উদযাপন কৰিবলৈ মাতি ১২ বছৰীয়া কিশোৰীৰ সৈতে অসৎ কাৰ্যত লিপ্ত দুই যুৱক

September 14, 2025 7:03 pm
৫.৯ প্ৰাবল্যৰ ভূমিকম্পই জুকাৰি গ’ল উত্তৰ-পূব ভাৰত

৫.৯ প্ৰাবল্যৰ ভূমিকম্পই জুকাৰি গ’ল উত্তৰ-পূব ভাৰত

September 14, 2025 5:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

September 14, 2025 9:30 pm
ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

ভাৰত-পাক ক্ৰিকেট মেচক লৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ প্ৰতিক্ৰিয়া

September 14, 2025 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd