• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Facebook Crisis: সংকটত ফেচবুক! ১২ হাজাৰ কৰ্মচাৰীয়ে হেৰুৱাব পাৰে চাকৰি!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 7, 2022 8:15 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Facebook employees may lose jobs এক কঠিন পৰিস্থিতিৰ সন্মুখীন হৈছে ফেচবুকৰ কৰ্মচাৰীসকল। ২০০৪ চনত সামাজিক মাধ্যম ব্যৱসায় আৰম্ভ কৰাৰ পিছৰে পৰা মাৰ্ক জুকাৰবাৰ্গৰ কোম্পানীটো ইমান ডাঙৰ সংকটৰ সন্মুখীন হোৱা নাছিল।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, কমেও ১৪ লাখ লোকে ফেচবুক এৰিছে। তাৰেই পৰিণতি ভূগিবলৈ আগবাঢ়িছে এইবাৰ ফেচবুকৰ কৰ্মচাৰীসকলে। জানিব পৰা মতে ফেচবুকে কমেও ১২ হাজাৰ কৰ্মচাৰী কৰ্তন কৰিবলৈ আগবাঢ়িছে।

লগতে পঢ়ক: IND vs SA 1st ODI: অথলে গ’ল চেমছন-শ্ৰেয়াছৰ দুৰ্দান্ত যুঁজ! লক্ষ্ণৌত শেষ হাঁহি মাৰিলে দক্ষিণ আফ্ৰিকাই

Apply Now

এবছৰ পূৰ্বে মাৰ্ক জুকাৰবাৰ্গে ঘোষণা কৰিছিল যে মেটাভাৰ্চ প্ৰস্তুত কৰিবলৈ ১০ হাজাৰ লোকক নিযুক্তি দিয়া হ’ব। ইয়াৰ বিপৰীতে মেটাৰ কৰ্মচাৰীৰ সংখ্যা হ্ৰাস কৰা হৈছে। আনকি এসপ্তাহত ইয়াৰ ১৫ শতাংশ কৰ্মচাৰীক ছাঁটাই কৰাৰ অভিযোগ উত্থাপিত হৈছে ফেচবুকৰ ওপৰত।

শেহতীয়াকৈ মাৰ্ক জুকাৰবাৰ্গে তেওঁৰ সম্পত্তিৰ আধাখিনি হেৰুৱাইছিল। তেওঁ এতিয়া ফৰ্বছৰ আটাইতকৈ ধনী ব্যক্তিৰ তালিকাত ২২ নম্বৰত আছে। তেতিয়াৰ পৰা ফেচবুকে ব্যয় হ্ৰাস কৰিবলৈ চেষ্টা কৰি আছে।

ফেচবুকে ব্যৱহাৰকাৰীৰ তথ্য ফাদিল কৰাকে ধৰি একাধিক কাৰণত ৬ নিযুত ডলাৰ জৰিমনা পৰিশোধ কৰিব লগা হৈছিল। ইয়াৰ লগতে কোম্পানীটোৰ গ্ৰহণযোগ্যতাও হ্ৰাস পায়।

লগতে পঢ়ক: জেনিফাৰ লোপেজ বা ছাকিৰা নহয়, এইবাৰ কাটাৰ বিশ্বকাপত বলীউদৰ চাঞ্চল্য নোৰা ফাতেহী

ইপিনে, টিকটকৰ দ্বাৰা ইনষ্টাগ্ৰাম ক্ষতিগ্ৰস্ত হৈছে। ফেচবুকে আনকি কিছুমান ফিচাৰ প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হৈছে। ফেচবুকে প্ৰায় ১০ বিলিয়ন ডলাৰৰ বিজ্ঞাপনো হেৰুৱাব পাৰে।

ছ’চিয়েল মিডিয়া জায়েন্টৰ সূত্ৰ অনুসৰি, কোম্পানীৰ প্ৰদৰ্শনৰ ওপৰত নিৰ্ভৰ কৰি বছৰটোৰ শেষত ১৫ শতাংশ কৰ্মচাৰীক যাবলৈ দিয়া হ’ব পাৰে।

লগতে পঢ়ক:চৰিত্ৰ ঘুৰি আহিল সাংবাদিকৰ! প্ৰতিবাদৰ চাপত চৰকাৰে প্ৰত্যাহাৰ কৰিলে নিৰ্দেশনা

কোম্পানীটোৰ কৰ্মচাৰীসকলৰ সৈতে শেহতীয়া বৈঠকত জুকাৰবাৰ্গে মন্তব্য কৰিছে, “মই আশা কৰিছিলো যে বিত্তীয় পৰিস্থিতি অলপ সুস্থিৰ হ’ব। কিন্তু তেনে কোনো লক্ষণ দেখা যোৱা নাই। গতিকে আমি কিছু পৰিকল্পনা কৰিব লাগিব।‘’ জুকাৰবাৰ্কৰ এই মন্তব্যতো কোনো কঠোৰ পদক্ষেপৰ ইংগিত বিচাৰি পাইছিল বাণিজ্যিক বিশেষজ্ঞ মহলে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

September 16, 2026 7:30 pm
ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

September 16, 2026 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd