• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মুখ্য মন্ত্ৰী সোণোৱালক গৰ্গ চেতাৰ্জীৰ ক্ষমাদান বিচাৰি আই এছ টিৰ সতীৰ্থ অধ্যাপকৰ আবেদন

এন ই নাও নিউজ by এন ই নাও নিউজ
November 4, 2020 8:11 pm
গৰ্গ চেতাৰ্জী

গৰ্গ চেতাৰ্জী

348
VIEWS
Share on FacebookShare on Twitter

বৰ অসমৰ খনিকৰ চ্যুকাফাক লৈ ছ’চিয়েল মিডিয়াত বিকৃত মন্তব্য কৰি অসমৰৰ জনসাধাৰণৰ ৰোষৰ সন্মুখিন হোৱা ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠানৰ অধ্যাপক গৰ্গ চেতাৰ্জীক  ক্ষমাদান কৰাৰ বাবে আহ্বান জনাইছে তেওঁৰ সতীৰ্থ অধ্যাপক সকলে।

এক প্ৰেছ বিবৃতিযোগে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক গৰ্গ চেতাৰ্জীক ক্ষমা কৰি এগৰাকী যুৱ বিজ্ঞানীৰ প্ৰতিভা অকালতে নষ্ট নোহোৱাত সহায় কৰাৰ বাবে আহ্বান জনায় চেতাৰ্জীৰ সতীৰ্থ অধ্যাপকসকলে।

প্ৰেছ বিবৃতিটোত গৰ্গ চেতাৰ্জীৰ সহকাৰী অধ্যাপক সকলে ছ’চিয়েল মিডিয়াত বিকৃত মন্তব্যৰে কোনো জাতি-জনগোষ্ঠী অথবা ধৰ্মৰ লোকক আঘাত দিয়া কথা কেতিয়াও গ্ৰহণ যোগ্য হ’ব নোৱাৰে বুলিও লগতে উল্লেখ কৰে।

আনহাতে, গৰ্গ চেতাৰ্জীৰ বিৰুদ্ধে অসমৰ বহুসংখ্য আদালত আৰু আৰক্ষী থানাত ভালেসংখ্যক গোচৰ ৰুজু হৈ আছে যাৰফলত মানসিক আৰু শাৰীৰিকভাৱে গৰ্গ চেতাৰ্জী  ভাঙি পৰিছে বুলিও গৰ্গ চেতাৰ্জীৰ সতীৰ্থ সকলে বিবৃতিটোত উল্লেখ কৰে।

তদুপৰি, গৰ্গ চেতাৰ্জীৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ থকা পিতৃ আৰু ৰুগীয়া মাতৃৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি গৰ্গ চেতাৰ্জীৰ ক্ষমা আবেদন গ্ৰহণ কৰিবলৈয়ো মুখ্য মন্ত্ৰী সোণোৱালক ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠানৰ গৰ্গ চেতাৰ্জীৰ সহকাৰী অধ্যাপক সকলে অনুৰোধ কৰে।

Recent News

ধ্বংশৰ গৰাহলৈ গতি কৰিছে মানৱ জীৱন! ডিম্বাণু আৰু শুক্ৰাণুতো পোৱা গৈছে মাইক্ৰ’প্লাষ্টিকৰ উপস্থিতি

ধ্বংশৰ গৰাহলৈ গতি কৰিছে মানৱ জীৱন! ডিম্বাণু আৰু শুক্ৰাণুতো পোৱা গৈছে মাইক্ৰ’প্লাষ্টিকৰ উপস্থিতি

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd