• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বোকাখাতত মন্ত্ৰী অতুল বৰাৰ সৈতে মিচিং ছাত্ৰ সংগঠন টি এম পি কেৰ সৌহাৰ্দপূৰ্ণ আলোচনা

উত্তম শইকীয়া by উত্তম শইকীয়া
June 11, 2020 9:28 am
ফটো : নৰ্থ-ইষ্ট নাও

ফটো : নৰ্থ-ইষ্ট নাও

706
VIEWS
Share on FacebookShare on Twitter

বোকাখাতৰ বিধায়ক তথা কৃষি মন্ত্ৰী অতুল বৰাৰ বিধায়ক আৰু মন্ত্ৰী পদ খাৰিজৰ দাবীত বোকাখাতৰ মহকুমাধিপতিৰ জড়িয়তে অসম বিধান সভাৰ অধ্যক্ষলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰা  মিচিং ছাত্ৰ সংগঠন টি এম পি কে ৰ গোলাঘাট জিলা সমিতিয়ে আজি বোকাখাতৰ আৱৰ্ত ভৱনত মন্ত্ৰী অতুল বৰাৰ লগত এক আলোচনাত মিলিত হয়।

আলোচনাত বোকাখাত মহকুমাৰ এলেংমাৰীৰ অঞ্চলৰ কৃষকৰ সমস্যা বিধায়ক অতুল বৰাক অৱগত কৰাৰ অপৰাধতেই বোকাখাতৰ বিধায়ক কৃষি মন্ত্ৰী অতুল বৰাই দেহৰক্ষী লগাই মিচিং ছাত্ৰ সংগঠনটোৰ গোলাঘাট জিলাৰ দুগৰাকী সদস্যক শাৰীৰিকভাৱে অপদস্থ কৰা ঘটনাৰ সন্দৰ্ভত এক বুজাবুজিত উপনীত হয় দুয়ো পক্ষ৷

৬ জুনত দিচৈ পঞ্চায়তত সংঘৰ্টিত ঘটনা এক ভুল বুজা বুজিৰ বাবে হোৱা বুলি মন্তব্য কৰি সমষ্টিৰ উন্নয়নৰ বাবেই মন্ত্ৰী গৰাকীৰ সৈতে আলোচনাত মিলিত হোৱা বুলি কয় টি এম পি কেৰ গোলাঘাট জিলাৰ সভাপতি প্ৰসেন লইঙে।

আজিৰ আলোচনাৰ পাছত মন্ত্ৰী অতুল বৰাও সজাগ আৰু সচেতন থাকিব লাগিব বুলিও সভাপতি গৰাকীয়ে মন্তব্য কৰে।

ইফালে আজিৰ সৌহাৰ্দপূৰ্ণ আলোচনাৰ বাবে টি এম পি কে নামৰ মিচিং ছাত্ৰ সংগঠনক ধন্যবাদ জনায় মন্ত্ৰী অতুল বৰাই। ৬ জুনৰ ঘটনা এক ভুল বুজা বুজিৰে ফল বুলিও স্বীকাৰ কৰে অতুল বৰাই৷

এলেংমাৰী জান আৰু অঞ্চলটোৰ সামগ্ৰিক উন্নয়নৰ সম্পৰ্কতো ছাত্ৰ সংগঠনতোৰ সতে আলোচনা কৰে। আলোচনাত মন্ত্ৰী অতুল বৰাৰ লগতে মিচিং ছাত্ৰ সংগঠনৰ গোলাঘাট জিলাৰ বিষয় ববীয়া আৰু এম এম কেৰ কৰ্মকৰ্তাও উপস্থিত থাকে

Recent News

২০২৬ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছক শক্তিশালী কৰা আৰু সংবাদ মাধ্যমৰ স্বাধীনতা ৰক্ষাৰ লক্ষ্যৰে আয়োজিত এপিচিচি মিডিয়া সন্মিলন সম্পন্ন

২০২৬ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছক শক্তিশালী কৰা আৰু সংবাদ মাধ্যমৰ স্বাধীনতা ৰক্ষাৰ লক্ষ্যৰে আয়োজিত এপিচিচি মিডিয়া সন্মিলন সম্পন্ন

হিন্দু পুৰোহিতৰ বিৰুদ্ধে আশীৰ্বাদৰ চলেৰে মন্দিৰত যৌন নিৰ্যাতনৰ অভিযোগ বিদেশী মডেলৰ!

হিন্দু পুৰোহিতৰ বিৰুদ্ধে আশীৰ্বাদৰ চলেৰে মন্দিৰত যৌন নিৰ্যাতনৰ অভিযোগ বিদেশী মডেলৰ!

আঁচনিভুক্ত মহিলা কৰ্মচাৰীসকলৰ সৈতে চৰকাৰৰ চৰম বঞ্চনা: বিজেপি চৰকাৰৰ নামমাত্র মাননি বৃদ্ধিৰ প্ৰবঞ্চনামূলক ঘোষণাৰ তীব্ৰ গৰিহণা চিপিআই(এম)ৰ

আঁচনিভুক্ত মহিলা কৰ্মচাৰীসকলৰ সৈতে চৰকাৰৰ চৰম বঞ্চনা: বিজেপি চৰকাৰৰ নামমাত্র মাননি বৃদ্ধিৰ প্ৰবঞ্চনামূলক ঘোষণাৰ তীব্ৰ গৰিহণা চিপিআই(এম)ৰ

বন্ধ নহয় উচ্ছেদ অভিযান, অখিল গগৈৰ মতে নচলে উচ্চতম আৰু উচ্চ ন্যায়ালয়! উচ্ছেদ অভিযান সন্দৰ্ভত স্পষ্টিকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

বন্ধ নহয় উচ্ছেদ অভিযান, অখিল গগৈৰ মতে নচলে উচ্চতম আৰু উচ্চ ন্যায়ালয়! উচ্ছেদ অভিযান সন্দৰ্ভত স্পষ্টিকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd