• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আকৌ ‘মিষ্টাৰ ইণ্ডিয়া’: পিতৃৰ গৰ্বিত জী সুনমে শ্বেয়াৰ কৰিলে সুখানুভূতি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 22, 2023 9:04 am
Mr India Anil Kapoor
301
VIEWS
Share on FacebookShare on Twitter

১৯৮৭ চনত বলীউডত মুক্তি লাভ কৰিছিল মিষ্টাৰ ইণ্ডিয়াই। মুখ্য চৰিত্ৰত অনিল কাপুৰ অভিনীত এই ছবখনে লাভ কৰিছিল ব্যাপক জনপ্ৰিয়তা। অৱশ্যে অনিল কাপুৰৰ চৰিত্ৰটোৰ বাদেও ছবিখনৰ খলনায়কৰ চৰিত্ৰটোও দৰ্শকৰ পচন্দৰ হৈ পৰিছিল।

ভাৰতীয় চলচ্চিত্ৰ জগতৰে কিংবদন্তি চৰিত্ৰ হৈ পৰিছিল মিষ্টাৰ ইণ্ডিয়াৰ সমানে মু্গেম্বো নামৰ খলনায়কৰ চৰিত্ৰতি। এই চৰিত্ৰটোৰে দৰ্শকৰ মনৰ একোণত যেন চিৰ থিতাপি লৈছিল ভাৰতীয় চলচ্চিত্ৰৰ কিংবদন্তি ‘খলনায়ক’ অম্ৰীশ পুৰীয়ে।

অশিল কাপুৰৰ বিপৰীতে এই ছবিখনত নায়িকা হিচাপে আছিল মোহময়ী শ্ৰীদেৱী। ‘মিষ্টাৰ ইণ্ডিয়া’ত অনিল কাপুৰৰ হাতত থাকে এনে এটা ঘড়ী, যিটোৰ সহায়ত তেওঁ লাভ কৰে অদৃশ্য শক্তি।

মুঠৰ ওপৰত মিষ্টাৰ ইণ্ডিয়া হৈ পৰিছিল দৰ্শকৰ বাবে সৰ্ব উপভোগ্য ছবি, হৈছিল ছুপাৰহিট। সেয়েহে এতিয়াও চিনেমাখনৰ প্ৰতি দেখা যায় দৰ্শকৰ আগ্ৰহ।

দৰ্শকৰ মনত এই চিৰসেউজ ছবি তথা চৰিত্ৰটোৱে পুনৰ মাৰিছে ভুমুকি। অৱশ্যে এইবাৰ চিনেমা ৰূপত নহয়, এক বিজ্ঞাপনৰ জৰিয়তেহে আহিছে মিষ্টাৰ ইণ্ডিয়াই। মিষ্টাৰ ইণ্ডিয়া ৰূপত পুনৰ আৱিৰ্ভাৱ হৈছে অনিল কাপুৰৰ।

এই বিজ্ঞাপনটি নিৰ্মাণ কৰিছে গুগল (Google)- এ। বিজ্ঞাপনটোত দেখা গৈছে, এগৰাকী যুৱকৰ গাত লাগি অতৰ্কিতে এটা ফুলদানি তললৈ বাগৰি পৰিছে, কিন্তু হঠাতে শূন্যত উপঙি ৰৈ গৈছে।

তাৰ পিছতে লাহে লাহে দৃশ্যমান হৈছে মিষ্টাৰ ইণ্ডিয়াৰ সেই পৰিচিত সাজ-সজ্জাৰে অনিল কাপুৰ আৰু তেৱেঁই তললৈ পৰি নোযোৱাকৈ ধৰি ৰাখিছে ফুলদানিটো। তাৰ পিছতে মিষ্টাৰ ইণ্ডিয়া ৰূপী অনিল কাপুৰ আৰু যুৱকজনে উদ্ধাৰ কৰিছে এটা মোবাইল।

অনিল কাপুৰৰ কন্যা তথা অভিনেত্ৰী সুনম কাপুৰে চ’ছিয়েল মিডিয়া প্লেটফৰ্ম ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে এই ভিডিঅ’টো। বিজ্ঞাপনটো শ্বেয়াৰ কৰি সুখানুভূতি প্ৰকাশ কৰাৰ লগতে গৰ্বিত সুনমে গুগল ইণ্ডিয়াক কৰিছে প্ৰশংসা।

 

 

View this post on Instagram

 

A post shared by Sonam A Kapoor (@sonamkapoor)

Recent News

যুদ্ধ বিৰতিৰ প্ৰস্তাৱক আদৰণি জনালেও ট্ৰাম্পৰ ঘোষণাক লৈ প্ৰশ্ন কংগ্ৰেছৰ

যুদ্ধ বিৰতিৰ প্ৰস্তাৱক আদৰণি জনালেও ট্ৰাম্পৰ ঘোষণাক লৈ প্ৰশ্ন কংগ্ৰেছৰ

আমেৰিকাৰ চোৰাংচোৱাই লাভ কৰা গোপন তথ্যৰ বাবেই আসন্ন কূটাঘাটত বাধা! তাৰপাছতেই সক্ৰিয় হৈছিল ট্ৰাম্প প্ৰশাসন, CNN-ৰ প্ৰতিবেদনে কি কয়?

আমেৰিকাৰ চোৰাংচোৱাই লাভ কৰা গোপন তথ্যৰ বাবেই আসন্ন কূটাঘাটত বাধা! তাৰপাছতেই সক্ৰিয় হৈছিল ট্ৰাম্প প্ৰশাসন, CNN-ৰ প্ৰতিবেদনে কি কয়?

‘দুয়োখন দেশৰ সৈতে বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰিম’, ভাৰত-পাক যুদ্ধবিৰতিৰ পিছত দাবী ট্ৰাম্পৰ

‘দুয়োখন দেশৰ সৈতে বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰিম’, ভাৰত-পাক যুদ্ধবিৰতিৰ পিছত দাবী ট্ৰাম্পৰ

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা যুদ্ধবিৰতিলৈকে; এই সময়ছোৱাত কি কি ঘটিল চাই লওক

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা যুদ্ধবিৰতিলৈকে; এই সময়ছোৱাত কি কি ঘটিল চাই লওক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd