ঘোষণা কৰা হ’ল ২০২৫ বৰ্ষৰ International Indian Film Academy Awardsৰ ডিজিটেল সংস্কৰণৰ বটাঁ।
এই বৰ্ষৰ IIFA Digital Awards ৰ শ্ৰেষ্ঠ ট্ৰেকৰ সন্মান পাইছে সুযোগ্য অসমীয়া অনুৰাগ শইকীয়াই।
নেটফ্লিক্সত উপলদ্ধ ছিৰিজ মিছমেটচ চিজন-৩ৰ টাইটেল ট্ৰেক ‘ইচ্ক হ্যে’ৰ বাবে শইকীয়ালৈ আগবঢ়োৱা হৈছে এই সন্মান।
এই সন্মান পোৱা চলচ্চিত্ৰৰ শ্ৰেণীঃ
শ্ৰেষ্ঠ ছবিঃ অমৰ সিং চামকিলা
মুখ্য চৰিত্ৰত শ্ৰেষ্ঠ মহিলা অভিনেত্ৰী (চলচ্চিত্ৰ): ডো পট্টিৰ বাবে কৃতি সেনন
মুখ্য চৰিত্ৰত শ্ৰেষ্ঠ পুৰুষ অভিনেতা (চলচ্চিত্ৰ): ছেক্টৰ ৩৬ৰ বাবে বিক্ৰান্ত মেছি
শ্ৰেষ্ঠ পৰিচালক (চলচ্চিত্ৰ): অমৰ সিং চামকিলাৰ বাবে ইমতিয়াজ আলী
সহযোগী চৰিত্ৰত অভিনয়, মহিলা (চলচ্চিত্ৰ): বাৰ্লিনৰ বাবে অনুপ্ৰিয়া গোৱেংকা
সহায়ক ভূমিকাত অভিনয়, পুৰুষ (চলচ্চিত্ৰ): ছেক্টৰ ৩৬ৰ বাবে দীপক ডব্ৰিয়াল
শ্ৰেষ্ঠ মৌলিক কাহিনী (চলচ্চিত্ৰ): ডো পট্টিৰ বাবে কণিকা ধিলন