• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিৰাটনামা! এদিনীয়া বিশ্বকাপত কোহলিৰ প্ৰথমটো উইকেট; গেলেৰীত উদযাপন পত্নী অনুষ্কাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 13, 2023 9:09 am
বিৰাটনামা! এদিনীয়া বিশ্বকাপত কোহলিৰ প্ৰথমটো উইকেট; গেলেৰীত উদযাপন পত্নী অনুষ্কাৰ
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চলিত বিশ্বকাপত তেওঁ ৪৯ সংখ্যক এদিনীয়া শতক অৰ্জন কৰে। এইবাৰ বিৰাট কোহলীয়ে এদিনীয়া বিশ্বকাপৰ প্ৰথমটো উইকেটো দখল কৰিলে। তাকো বিপক্ষৰ অধিনায়কৰ উইকেট! গেলেৰীত বহি থকা কোহলীৰ পত্নী অনুষ্কা শৰ্মাই সেই দৃশ্য দেখি হাঁহিত ফাটি পৰে।

উল্লেখ্য যে ভাৰতৰ অন্যতম শ্ৰেষ্ঠ বেটছমেনগৰাকীয়ে টী-২০ বিশ্বকাপতো উইকেট দখল কৰিছে। অৱশ্যে এদিনীয়া কেৰিয়াৰৰ প্ৰায় দহ বছৰৰ পাছত পুনৰ  উইকেট দখল কৰিলে বিৰাটে।

বিশ্বকাপৰ মাজতে ভাৰতৰ প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে কৈছিল যে প্ৰয়োজন হ’লে কোহলিক বল দিব পাৰি। বাংলাদেশৰ খেলখনত হাৰ্দিক পাণ্ডিয়া আঘাতপ্ৰাপ্ত হোৱাৰ পিছতে বিৰাটে তিনিটা ডেলিভাৰী কৰে।

সেই প্ৰসংগত দ্ৰাবিড়ে কৈছিল, ‘হয়, এইটো সঁচা যে আমাৰ হাতত ষষ্ঠ বলাৰ নাই। কিন্তু আমাৰ হাতত আছে ‘ৰং ফুটেড ইনছুইংগাৰ’ বলাৰ। যিয়ে কেইবাটাও অভাৰ বলিং কৰিব পাৰে। তেওঁক বল কৰা চাবলৈ অনুৰাগীসকল অধীৰ হৈ উঠিছিল।’

নেদাৰলেণ্ডৰ বিৰুদ্ধে প্ৰথমটো পাৱাৰ প্লে’ শেষ হোৱাৰ পাছত অধিনায়ক ৰোহিত শৰ্মাই বলাৰ বিৰাটক আক্ৰমণৰ বাবে মাতি আনে। ২৫ নং অভাৰতে আহিল সাফল্য। বিৰাটৰ ডেলিভাৰীয়ে নেদাৰলেণ্ডৰ অধিনায়ক স্কট এডৱাৰ্ডছৰ বেটৰ কোণত স্পৰ্শ কৰে। ততাতৈয়াকৈ বলটো কৰায়ত্ত কৰে উইকেটকীপাৰ কে এল ৰাহুলে।

Virat Kohli is celebrating this time with Anushka Sharma #Virushka together in one frame ❤️#INDvNED #ViratKohli #AnuskhaSharma pic.twitter.com/2B0U1VnMmT

— Yash k_335 (@335Yash) November 12, 2023

বিৰাটৰ আই পি এলৰ ‘হোম গ্ৰাউণ্ড’ চিন্নাস্বামীত দৰ্শক উত্তেজনাত ফাটি পৰে। খেলখন চাবলৈ তাত উপস্থিত আছিল অনুষ্কা শৰ্মা। স্বামীয়ে উইকেট লোৱা দেখি তেওঁ দুহাত তুলি উদযাপন কৰিলে। বলীউড অভিনেত্ৰীগৰাকীৰ এই ভিডিঅ’টো নিমিষতে ভাইৰেল হৈ পৰে।

The way Anushka reacted after Virat kohli took the wicket 🙏❤️

The King Kohli after seen #anushka mam expression 💪#INDvNED #WorldCup23 #INDvsNED#ViratKohli𓃵 #ViratKohli #KingKohli pic.twitter.com/MLSNuQkgJL

— 𝘚𝘸𝘦𝘵𝘩𝘢™ (@Swetha_little_) November 12, 2023

প্ৰশিক্ষকৰ কথাৰ প্ৰতিফলন নেদাৰলেণ্ডৰ খেলখনত দেখা গ’ল। আৰম্ভণিৰে পৰা ভাৰতীয় দলটোৰ তৰফৰ পৰা কোৱা হৈছিল যে ডাচ দলৰ বিৰুদ্ধে খেলখন আচলতে ছেমি ফাইনেলৰ বাবে প্ৰস্তুতিহে। সেই প্ৰস্তুতিৰ অংশ হিচাপে দেওবাৰে বিৰাট-ৰোহিতৰ উপৰিও শুভমন গীল, সূৰ্য্যকুমাৰ যাদৱেও বলিং কৰে। ভাৰতৰ মূল বলাৰসকলেও তেওঁলোকৰ সৈতে বল কৰিছিল। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীক ৮টা গোচৰত জামিন মঞ্জুৰ আদালতৰ : কেতিয়া জেলৰ পৰা ওলাব ইমৰান খান?

পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীক ৮টা গোচৰত জামিন মঞ্জুৰ আদালতৰ : কেতিয়া জেলৰ পৰা ওলাব ইমৰান খান?

August 22, 2025 6:43 pm
উৰিয়ামঘাটৰ উচ্ছেদ বন্ধ কৰাৰ নিৰ্দেশ : অন্তৱৰ্তীকালীন সকাহ প্ৰদান উচ্চতম ন্যায়ালয়ৰ 

উৰিয়ামঘাটৰ উচ্ছেদ বন্ধ কৰাৰ নিৰ্দেশ : অন্তৱৰ্তীকালীন সকাহ প্ৰদান উচ্চতম ন্যায়ালয়ৰ 

August 22, 2025 5:29 pm
বিধানসভাত RSS-ৰ প্ৰাৰ্থনা পৰিৱেশন ডি কে শিৱকুমাৰৰ, উচ্ছ্বসিত বিজেপি

বিধানসভাত RSS-ৰ প্ৰাৰ্থনা পৰিৱেশন ডি কে শিৱকুমাৰৰ, উচ্ছ্বসিত বিজেপি

August 22, 2025 4:28 pm
উৰিয়ামঘাটত অস্ত্ৰধাৰী নগা যুৱকৰ বিচৰণ : চিকাৰীৰ সন্দেহত ৪ জনক আটক

উৰিয়ামঘাটত অস্ত্ৰধাৰী নগা যুৱকৰ বিচৰণ : চিকাৰীৰ সন্দেহত ৪ জনক আটক

August 22, 2025 4:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীক ৮টা গোচৰত জামিন মঞ্জুৰ আদালতৰ : কেতিয়া জেলৰ পৰা ওলাব ইমৰান খান?

পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীক ৮টা গোচৰত জামিন মঞ্জুৰ আদালতৰ : কেতিয়া জেলৰ পৰা ওলাব ইমৰান খান?

August 22, 2025 6:43 pm
উৰিয়ামঘাটৰ উচ্ছেদ বন্ধ কৰাৰ নিৰ্দেশ : অন্তৱৰ্তীকালীন সকাহ প্ৰদান উচ্চতম ন্যায়ালয়ৰ 

উৰিয়ামঘাটৰ উচ্ছেদ বন্ধ কৰাৰ নিৰ্দেশ : অন্তৱৰ্তীকালীন সকাহ প্ৰদান উচ্চতম ন্যায়ালয়ৰ 

August 22, 2025 5:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd