• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰুগ্ন সম্পৰ্ক ভগ্ন হৃদয়! বিচ্ছেদ এ আৰ ৰহমানৰ ২৯ বছৰীয়া সংসাৰত

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
November 20, 2024 12:46 pm
83
VIEWS
Share on FacebookShare on Twitter

সামাজিক মাধ্যমত পত্নী ছাইৰা বানুৰ সৈতে বিবাহ বিচ্ছেদৰ কথা ঘোষণা কৰিছে সংগীত শিল্পী এ আৰ ৰহমানে। পোষ্টটো দেখি স্তম্ভিত হৈ পৰিছে ৰহমানৰ অনুৰাগীসকল। আৱেগিক দূৰত্বৰ বাবে দম্পতীহালে বিচ্ছেদৰ সিদ্ধান্ত লোৱা বুলি জনাইছে ৰহমানে।

ৰহমানে এক্স হেণ্ডেলত লিখিছে, “আশাকৰোঁ আমি একেলগে ৩০ বছৰীয়া বিবাহিত জীৱনৰ অন্ত পেলাম। আচলতে আমাৰ কোনোৱেই সম্পৰ্কটো সঠিকভাৱে পৰিচালিত কৰিব পৰা নাছিলোঁ। এতিয়া এই খণ্ডিত সম্পৰ্কটোৰ অৰ্থ বিচাৰিলে হয়তো আমি কেৱল খণ্ডবোৰহে পাম। তথাপিও এই যন্ত্ৰণাৰ মাজতো আমি জীৱনৰ অৰ্থ বিচাৰিবলৈ চেষ্টা কৰিম। এই ভগ্ন হৃদয়খন কেতিয়াবা মেৰামতি হ’ব নে নাই নাজানো। গতিকে মই মোৰ অনুৰাগীৰ পৰা আৰম্ভ কৰি মোৰ বন্ধুলৈকে সকলোকে কৈছো, অনুগ্ৰহ কৰি এই কথাটোক সন্মান কৰক যে আমি বৰ্তমান এই ভগ্ন সম্পৰ্কৰ মাজেৰে পাৰ হৈছো। আশাকৰোঁ আপোনালোকে আমাৰ গোপনীয়তাক সন্মান কৰিব।”

ইফালে ছাইৰা বানুৱে কয় যে এই সিদ্ধান্ত লোৱাটো তেওঁৰ বাবে সহজ নাছিল যদিও বহু কষ্টৰ অন্তত এই সিদ্ধান্ত লৈছে। ছাইৰা বানুৱে গোপনীয়তা ৰক্ষা কৰিবলৈ সকলোকে অনুৰোধ জনাইছে।

১৯৯৫ চনত ছাইৰা বানুৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল এ আৰ ৰহমান। তেওঁলোকৰ তিনিটা সন্তান আছে।

ৰহমানে লিখিছে, ‘বিবাহৰ বহু বছৰৰ পাছত আমি পৃথকে থাকিবলৈ সিদ্ধান্ত লৈছো। আমাৰ দুয়োৰে কোনোৱেই সম্পৰ্কটোক আৰু আগুৱাই নিয়াৰ সিদ্ধান্ত ল’ব পৰা নাই। আমি জানো যে আমি দুয়োজনে বহুত কষ্টৰ মাজেৰে পাৰ হৈছো। ইয়াৰ পিছতো কষ্ট হ’ব। কিন্তু এই বিচ্ছেদ আমাৰ দুয়োৰে বাবে ভাল।’

Recent News

কেতিয়া পুনৰ মৰ্ত্যলৈ ঘূৰি আহিব শুভাংশু শুক্লা? জনালে কেন্দ্ৰীয় মন্ত্ৰীয়ে

কেতিয়া পুনৰ মৰ্ত্যলৈ ঘূৰি আহিব শুভাংশু শুক্লা? জনালে কেন্দ্ৰীয় মন্ত্ৰীয়ে

গছ স্থানান্তৰণ অন্তিম বিকল্পঃ গুৱৱাহাটীত অনুষ্ঠিত এক ৰাজহুৱা বক্তৃতাত বেংগালুৰুৰ পৰিৱেশকৰ্মী দত্তাত্রেয় টি দেৱৰে

গছ স্থানান্তৰণ অন্তিম বিকল্পঃ গুৱৱাহাটীত অনুষ্ঠিত এক ৰাজহুৱা বক্তৃতাত বেংগালুৰুৰ পৰিৱেশকৰ্মী দত্তাত্রেয় টি দেৱৰে

লিঙ্গ পৰিৱৰ্তনৰ পিছত অনয়া বাংগাৰৰ সুখবৰ: ইনষ্টাগ্ৰামৰ জড়িয়তে সদৰী কৰিলে অনয়াই

লিঙ্গ পৰিৱৰ্তনৰ পিছত অনয়া বাংগাৰৰ সুখবৰ: ইনষ্টাগ্ৰামৰ জড়িয়তে সদৰী কৰিলে অনয়াই

গৰমত বাৰে বাৰে গা ধোৱে নেকি? তেন্তে পঢ়ি লওক এইটো লেখা

গৰমত বাৰে বাৰে গা ধোৱে নেকি? তেন্তে পঢ়ি লওক এইটো লেখা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd