• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিহাৰত ‘মৃত’ ভোটাৰৰ সৈতে চাহমেল ৰাহুল গান্ধীৰ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 14, 2025 11:50 am
41
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিহাৰৰ নিৰ্বাচনী তালিকা পুনৰীক্ষণক লৈ বিতৰ্কৰ মাজতে বুধবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এক অদ্ভুত অভিজ্ঞতাৰ সাক্ষী হৈ পৰে। জীয়াই থকা আৰু ভোটাৰ তালিকাত ‘মৃত’ বুলি দেখুওৱা সকলৰ লগত বহি চাহ খালে। আৰু সেই অভিজ্ঞতাৰ বাবে তেওঁ নিৰ্বাচন আয়োগত তীব্ৰ সমালোচনা কৰে।

https://www.facebook.com/share/r/1BsvjJYU68

Apply Now

ৰাহুলে টুইটাৰত লিখিছে, ‘জীৱনত বহু অভিজ্ঞতা হৈছে… কিন্তু জীৱনত প্ৰথমবাৰৰ বাবে ‘মৃত’ মানুহৰ সৈতে চাহ খাইছোঁ। এই অনন্য অভিজ্ঞতাৰ বাবে নিৰ্বাচন আয়োগক ধন্যবাদ।’ তেওঁ চাৰি মিনিটৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল, য’ত তেওঁক সাতজন ‘মৃত’ ভোটাৰৰ সৈতে কথা পতা দেখা গৈছে।

ৰাহুলে জানিব বিচাৰিছিল যে তেওঁলোকে কেনেকৈ গম পালে যে আয়োগে তেওঁলোকক ‘হত্যা’ কৰিছে। প্ৰত্যুত্তৰত এজন ব্যক্তিয়ে কয়, ‘আমি খচৰা তালিকা প্ৰকাশৰ পিছত গম পালোঁ, য’ত ৬৫ লাখৰ নাম বাদ পৰিছে। কিন্তু মই জীয়াই আছো… মই আপোনালোকক জনাবলৈ আহিছো যে মই মৰা নাই। আমাৰ পঞ্চায়তত কমেও ৫০ জন লোকৰ মৃত্যু হোৱা নাই।‘

আন এজন ব্যক্তিয়ে কয় যে এই আটাইকেইজনেই বিহাৰৰ ৰাঘোপুৰৰ বাসিন্দা, যিটো বিহাৰৰ ৰাজধানী নেতা তেজস্বী যাদৱৰ আসন। আন কেইবাজনো ‘মৃত’ ভোটাৰে বানপানীৰ বাবে সভাত উপস্থিত থাকিব নোৱাৰিলে। ভোটাৰ তালিকাত এগৰাকী ৮৫ বছৰীয়া মহিলাকো মৃত অৱস্থাত দেখুওৱা হৈছে।

এই সন্দৰ্ভত এজন কংগ্ৰেছ কৰ্মীয়ে অভিযোগ কৰি কয় যে, ‘পুনৰ পৰীক্ষণৰ কাগজ জমা দিয়াৰ পাছতো তেওঁলোকৰ নাম বাদ পৰিছে। আনকি মৃত ঘোষণা কৰা ভোটাৰৰ সম্পূৰ্ণ তালিকাও প্ৰকাশ কৰা নাই আয়োগে।’ তেওঁলোকে অভিযোগ কৰে যে এয়া কেৱল কেৰাণীৰ ভুল নহয়, ৰাজনৈতিক উদ্দেশ্যত ভোটাধিকাৰ কাঢ়ি লোৱাৰ স্পষ্ট উদাহৰণ।

এই বিষয়ত বুধবাৰে পুৱা উচ্চতম ন্যায়ালয়ৰ শুনানি অনুষ্ঠিত হয়। ‘মৃত’ বুলি ঘোষণা কৰা মহিলাগৰাকীৰ লগতে আন আন লোকে আদালত চৌহদত ঘণ্টাৰ পিছত ঘণ্টা সময় কটালে। ৰাহুলে ভোট চুৰিৰ অনুমতি নিদিয়ে বুলি আশ্বাস দিয়ে।

উল্লেখ্য যে, বিহাৰ নিৰ্বাচনৰ পূৰ্বে বিৰোধী মিত্ৰজোঁটৰ অন্যতম শ্লোগান হৈছে ‘ভোট চুৰি’ বন্ধ কৰা। আয়োগৰ ‘বিশেষ কঠোৰ সংশোধন’ পদ্ধতিৰ বিৰুদ্ধে গোচৰটো উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ আছে, যিয়ে অহা বছৰ বংগ, তামিলনাডু আৰু অসমত আৰু ২০২৭ চনত উত্তৰ প্ৰদেশত হাইপ্ৰফাইল নিৰ্বাচনৰ পূৰ্বে এক বৃহৎ নজিৰ গঢ়ি তুলিব পাৰে।

ইতিমধ্যে ৰাহুল গান্ধীয়ে আয়োগ আৰু বিজেপিৰ মাজত ‘গোপন বুজাবুজি’ৰ অভিযোগ উত্থাপন কৰিছে। তেওঁ দাবী কৰে যে বিগত বছৰ কৰ্ণাটক আৰু মহাৰাষ্ট্ৰত ভোটৰ ৰিগ কৰাৰ ষড়যন্ত্ৰ হৈছিল, বিহাৰৰ নিৰ্বাচনতো একেধৰণৰ প্ৰচেষ্টা চলোৱা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

July 24, 2026 7:54 pm
মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

July 24, 2026 6:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd