শিৱসাগৰত চৰকাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ গণ বিক্ষোভ কাৰ্য্যসূচী; সকলো ক্ষেত্ৰতে চৰকাৰ ব্যৰ্থতাৰ দাবীৰে দেৱব্ৰত শইকীয়াৰ চোকা সমালোচনা
বৃহস্পতিবাৰে শিৱসাগৰ জিলা কংগ্ৰেছৰ উদ্যোগত আৰু আমগুৰি নাজিৰা থাওৰা শিৱসাগৰ সমষ্টিৰ সহযোগত শিৱসাগৰত বিজেপি চৰকাৰৰ বিৰুদ্ধে এক বিশাল গণ বিক্ষোভ ...