DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, August 11, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নেপালত চীনা ৰাষ্ট্ৰপতিৰ প্ৰতিমুৰ্তি দাহেৰে তীব্ৰ প্ৰতিবাদ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 14, 2019 3:53 pm
Xi-Jinping

ছি ঝিনপিং

3.4k
VIEWS
Share on FacebookShare on Twitter

নেপালৰ চৰকাৰী তথ্যত চীনে দেশখনৰ ৩৬ হেক্টৰ ভূমি বেদখল কৰা বুলি প্ৰকাশ পোৱাৰ পাছত সমগ্ৰ নেপালত চীনা ৰাষ্ট্ৰপতি ছি ঝিনপিঙৰ প্ৰতিমুৰ্তি দাহ কৰা হয়।

চৰকাৰী তথ্যত প্ৰকাশ পোৱা অনুসৰি চীনে নেপালৰ ৰাছুৱা, সিন্ধুপালচোক, হুলমলাকে ধৰি বিভিন্ন জিলাৰ মুঠ ৩৬ হেক্টৰ ভূমি বেদখল কৰিছে।

কাঠমাণ্ডুই প্ৰকাশ কৰা মতে ২ নৱেম্বৰত নতুন দিল্লীয়ে ভাৰতৰ নতুন ৰাজনৈতিক মানচিত্ৰ প্ৰকাশ কৰাৰ পাছতে চীনে নেপালৰ ভূমিত আগ্ৰাসন আৰম্ভ কৰিছে।

উল্লেখযোগ্য যে, ভাৰতৰ নতুন ৰাজনৈতিক মানচিত্ৰৰ ১৪৪ বৰ্গমাইল অঞ্চলৰ কালাপানীক ভাৰতৰ উত্তৰাখণ্ড ৰাজ্যৰ অন্তৰ্ভূক্ত বুলি দেখুওৱা হৈছে।

চৰকাৰী তথ্যত নেপালে ভবিষ্যতে চীনৰ হাতত আৰু অধিক ভূমি হেৰুৱাব লগা হ’ব পাৰে উল্লেখ কৰিছে।

নেপালত চীনৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি ‘গ’ বেক চীন’, ‘ৰিটাৰ্ণ নেপাল লেণ্ড’ প্লেকাৰ্ড প্ৰদৰ্শনেৰে প্ৰতিবাদ সাব্যস্ত কৰা হয়।

Recent News

Nayanmoni Saikia: মেডেলটো পোৱাৰ পাছত মই কষ্টখিনি পাহৰি গৈছো: নয়নমণি শইকীয়া

Nayanmoni Saikia: মেডেলটো পোৱাৰ পাছত মই কষ্টখিনি পাহৰি গৈছো: নয়নমণি শইকীয়া

মদ্যপান কৰিলে লিভাৰৰ কি হয় জানেনে?

মদ্যপান কৰিলে লিভাৰৰ কি হয় জানেনে?

drugs seized

দুই আফ্ৰিকানসহ ৬ ড্ৰাগ ডিলাৰক আটক দিল্লী আৰক্ষীৰ: জব্দ ১০ কোটি টকাতকৈও অধিক মূল্যৰ ড্ৰাগছ

‘বাটৰ কচু গাত ঘঁহি’ বিপদত! শকত বুলি কোৱাৰ বাবে ব্ৰিটেইনৰ আলোচনীৰ বিৰুদ্ধে গোচৰ অভিনেত্ৰীৰ

‘বাটৰ কচু গাত ঘঁহি’ বিপদত! শকত বুলি কোৱাৰ বাবে ব্ৰিটেইনৰ আলোচনীৰ বিৰুদ্ধে গোচৰ অভিনেত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd