• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘Assamese Online’ ফেইচবুক পেইজ বন্ধ কৰিবলৈ ফেইচবুক কৰ্তৃপক্ষলৈ চিঠি অসম আৰক্ষীৰ

পেইজটোত যেনেদৰে লিখি আছে নিশ্চিতভাৱে শান্তি-সম্প্ৰীতি বিঘ্নিত হৈছে : আৰক্ষী আয়ুক্ত

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 14, 2019 5:15 pm
Assamese Online fb page

বিতৰ্কিত ফেইচবুক পেইজটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘‘Assamese Online নামৰ ফেইচবুক পেজটো বন্ধ কৰিবলৈ ফেইচবুক কতৃপক্ষলৈ অসম আৰক্ষীৰ অপৰাধ শাখাই চিঠি লিখিছে’’। বৃহস্পতিবাৰে সংবাদমাধ্যমৰ আগত এই কথা জানিবলৈ দিয়ে মহানগৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰে।

‘Assamese Online নামৰ এটা ফেইচবুক পেইজ আছে। ক্ৰাইম ব্ৰান্সৰ ফালৰ পৰা ফেচবুকলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে এই পেজটো বন্ধ কৰিবৰ বাবে’ দীপক কুমাৰৰ মন্তব্য।

Apply Now

Assamese Online পেইজটো কোনে চলাই আছে সেই বিষয়ে অসম আৰক্ষী অৱগত নহয় বুলিও আৰক্ষী আয়ুক্ত গৰাকীয়ে কয়।

‘কোন কোন লোকে উক্ত পেইজটো চলাই আছে সেয়া ফেইচবুক কৰ্তৃপক্ষই চিনাক্ত কৰিব পাৰিব। ফেইচবুকৰ ইণ্ডিয়াৰ নডেল অফিচাৰৰ সৈতে অসম আৰক্ষীয়ে যোগাযোগ কৰি আছে,’ দীপক কুমাৰে পুনৰ কয়।

আৰক্ষী আয়ুক্ত গৰাকীয়ে উল্লেখ কৰা মতে, পেইজটোত যিধৰণে লিখি থকা হৈছে নিশ্চিতভাৱে তাৰ ফলত শান্তি-সম্প্ৰীতি ভংগ হৈছে।

অসমৰ মানুহ বুধিয়ক আৰু শান্তিপ্ৰিয় হোৱা বাবে এইক্ষেত্ৰত কোনোধৰণৰ প্ৰতিক্ৰিয়া হোৱা নাই বুলিও কুমাৰে কয়।

তাৎপৰ্য্যপূৰ্ণভাৱে, ‘আপত্তিজনক মন্তব্য’ কৰা ফেইচবুক পেইজ সমূহৰ ওপৰত অসম আৰক্ষীয়ে শেন চকু ৰাখিছে।

১৫ টাৰো অধিক ফেইচবুক পেইজৰ ওপৰত অসম আৰক্ষীয়ে চকু ৰাখিছে যিবোৰত শান্তি সম্প্ৰীতি বিনষ্ট হোৱা আপত্তিজনক পোষ্ট কৰা হৈছে। চাইবাৰ দ’মে ভুৱা ফেইচবুক পেইজৰ বিৰুদ্ধে তদন্ত চলাই আছে বুলিও তেওঁ কয়।

তদুপৰি, ৰাজ্যৰ ভিন্ন জিলাত আপত্তিজনক মন্তব্য দিয়া বহু পেইজৰ এডমিনক মাতি আনি এনেধৰণৰ পোষ্ট নিদিবলৈ কোৱা হৈছে আৰু কিছুসংখ্যকে এনেবোৰ পেইজটো ডিলিট কৰিছে বুলি দীপক কুমাৰে কয়।

উল্লেখযোগ্য যে, পেইজটোৱে বৃহস্পতিবাৰে পুৱাৰ ভাগত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ ফটোৰ সৈতে এইদৰে লিখিছিল-

‘‘হেৰৌ, সংখ্যালঘু তুমিও মুখ্য ন্যায়াধীশ হোৱা,
তুমিও প্ৰধানমন্ত্ৰী হোৱা, তুমিও আই এ এছ,
আই পি এছ , আই আৰ এছ, আই এফ এছ,
তুমি ন্যায়াধীশ হোৱা, উকীল হোৱা আৰু
দেশৰ ভাগ্য তোমাৰ নিজৰ মতেই সলনি
কৰা। আজি যি সকলৰ দপদপনি সকলোতে তেওঁলোকৰ স্থানত তোমালোকে শিক্ষিত হৈ
কিয় নোৱাৰিবা?’’

ইয়াৰোপৰি পেইজটোৱে উচ্চতম ন্যায়ালয়ে অযোধ্যা বিবাদক লৈ দিয়া ঐতিহাসিক ৰায়ৰ পাছতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ ফটোৰ সৈতে এনেদৰে লিখিছিল-

‘‘আজিৰ ৰায়ৰ দ্বাৰা সংখ্যাগৰিষ্ঠক

সন্তুষ্ট কৰা হ’ল নেকি?

আগন্তুক নিৰ্বাচনত আজিৰ সাফল্যক
হিন্দুৰ জয় বুলি বিজেপিয়ে ঢাক ঢোল
বজাব নেকি?’’

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd