555_1572798243_618x347 98

বাংলাদেশৰ চমক: টী-২০ত প্ৰথমবাৰৰ বাবে পৰাস্ত কৰিলে টীম ইণ্ডিয়াক

দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত দেওবাৰে অনুষ্ঠিত খেলখনত বাংলাদেশে প্ৰথমবাৰৰ বাবে টী-২০ আন্তৰ্জাতিকত শক্তিশালী টীম ইণ্ডিয়াক ৭ উইকেটত পৰাজিত কৰি চমক ...

Jorhat-Police-station-750x375

আলফা (স্বাধীন)ৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত গ্ৰেপ্তাৰ যুৱক

যোৰহাটত নিষিদ্ধ ঘোষিত আলফা(স্বাধীন)ৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত আৰক্ষীয়ে এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে। যোৰহাট চহৰৰ পৰা ১৫ কিলোমিটাৰ নিলগৰ লাহদৈগড়ৰ ...

IMG-20191104-WA0006

পত্নীসহ হাঙ্গাৰিৰ ৰাষ্ট্ৰদূত গীয়োলা পেথ’ৰ শিৱসাগৰ ভ্ৰমণ: উপায়ুক্তৰ সৈতে পৰ্যটন সন্দৰ্ভত আলোচনা

শিৱসাগৰ জিলাৰ উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই দেওবাৰে শিৱসাগৰ জিলা ভ্ৰমণলৈ অহা হাঙ্গাৰিৰ ৰাষ্ট্ৰদূত গীয়োলা পেথ' (Gyula Pethő) আৰু তেওঁৰ ...

প্ৰকাশ হৈ ওলাল মন্ত্রী হিমন্ত বিশ্বৰ তৃতীয়খন গ্ৰন্থ ‘ভিন্ন সময় অভিন্ন মত’

প্ৰকাশ হৈ ওলাল মন্ত্রী হিমন্ত বিশ্বৰ তৃতীয়খন গ্ৰন্থ ‘ভিন্ন সময় অভিন্ন মত’

প্ৰকাশ পালে ৰাজ্যৰ স্বাস্থ্য আৰু গড়কাপ্তানি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তৃতীয়খন গ্ৰন্থ ‘ভিন্ন সময় অভিন্ন মত’। মন্ত্ৰী গৰাকীৰ মতে গন্থখনত বিশিষ্ট ...

কোকৰাঝাৰৰ ছুপাৰি চুৰিকাণ্ডত জড়িত ৫ জনক গ্ৰেপ্তাৰ; পলাতক আন বহুকেইজন

কোকৰাঝাৰৰ ছুপাৰি চুৰিকাণ্ডত জড়িত ৫ জনক গ্ৰেপ্তাৰ; পলাতক আন বহুকেইজন

কোকৰাঝাৰৰ ছুপাৰি চুৰিকাণ্ডৰ সৈতে জড়িত থকা ৫ গৰাকী ব্যক্তিক তামুলপুৰ আৰক্ষীয়ে আটক কৰি আজি জে’ললৈ প্ৰেৰণ কৰিছে। উল্লেখযোগ্য যে যোৱা ...

BasuDev Chtry

কংগ্ৰেছত বৃহৎ গৰাখহনীয়া; মাৰ্ঘেৰিটা ব্লক কংগ্ৰেছ কমিটিৰ সভাপতিৰ পদত্যাগক লৈ ৰহস্য

ৰাজ্যখনৰ গুৰুত্বপূৰ্ণ সমষ্টি সমূহৰ অন্যতম মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত কংগ্ৰেছৰ সাংগনঠিক ভেটি দুৰ্বল হৈ পৰাত চিন্তিত হৈ পৰিছে প্ৰদেশ কংগ্ৰেছ কমিটি। ...

DSC_6693

নতুন প্ৰজন্মক সঠিক বাট দেখুওৱাৰ ক্ষেত্ৰত মাতৃসকলৰ ভূমিকা গুৰুত্বপূৰ্ণ : মুখ্য মন্ত্ৰী

‘আই-মাতৃসকল হ’ল ভগৱানৰ দূত। নৱ প্ৰজন্মক সঠিক ভাৱে গঢ়ি তোলাৰ ক্ষেত্ৰত মাতৃসকলৰ ভূমিকা গুৰত্বপূৰ্ণ। সন্তানক গুৰুজনাৰ আদৰ্শৰে উদ্বুদ্ধ কৰি সু-নাগৰিক ...

প্ৰতি সোমবাৰে চৰকাৰী চাকৰিয়ালে পিন্ধিব লাগিব পৰম্পৰাগত পোচাক, অন্যথা দৰমহা কৰ্তন

প্ৰতি সোমবাৰে চৰকাৰী চাকৰিয়ালে পিন্ধিব লাগিব পৰম্পৰাগত পোচাক, অন্যথা দৰমহা কৰ্তন

ৰাজ্য চৰকাৰে যোৱা বছৰ এক নিৰ্দেশনা দিছিল যে চৰকাৰী বিষয়া-কৰ্মচাৰী সকলে নিজ নিজ পৰম্পৰাগত পোচাক পৰিধান কৰি কাৰ্যালয়ত আহিব লাগিব। ...

মধ্যাহ্ন ভোজনৰ দায়িত্ব NGOক গটোৱাৰ প্ৰতিবাদত ধাৰাবাহিক আন্দোলনত নমাৰ সিদ্ধান্ত মধ্যাহ্ন ভোজন ৰান্ধনী আৰু সহায়িকা সন্থাৰ

মধ্যাহ্ন ভোজনৰ দায়িত্ব NGOক গটোৱাৰ প্ৰতিবাদত ধাৰাবাহিক আন্দোলনত নমাৰ সিদ্ধান্ত মধ্যাহ্ন ভোজন ৰান্ধনী আৰু সহায়িকা সন্থাৰ

সদৌ অসম উচ্চ আৰু প্ৰাথমিক বিদ্যালয় মধ্যাহ্ন ভোজন ৰান্ধনী আৰু সহায়িকা সন্থাই ঘোষণা কৰিছে ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী। নৰ্থ-ইষ্ট নাওৰ আগত ...

Page 4488 of 6673 1 4,487 4,488 4,489 6,673

Recent News