• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নতুন প্ৰজন্মক সঠিক বাট দেখুওৱাৰ ক্ষেত্ৰত মাতৃসকলৰ ভূমিকা গুৰুত্বপূৰ্ণ : মুখ্য মন্ত্ৰী

এন ই নাও নিউজ by এন ই নাও নিউজ
November 3, 2019 8:23 pm
DSC_6693
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘আই-মাতৃসকল হ’ল ভগৱানৰ দূত। নৱ প্ৰজন্মক সঠিক ভাৱে গঢ়ি তোলাৰ ক্ষেত্ৰত মাতৃসকলৰ ভূমিকা গুৰত্বপূৰ্ণ। সন্তানক গুৰুজনাৰ আদৰ্শৰে উদ্বুদ্ধ কৰি সু-নাগৰিক গঢ়ি তোলাৰ চেষ্টা কৰিব লাগিব’। এই মন্তব্য মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।

আজি লখিমপুৰ জিলাৰ নাৰায়নপুৰত শ্ৰীশ্ৰী মাধৱদেৱ সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত ২৬ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় শিশু, যুৱ আৰু আই-মাতৃ সমাৰোহত মুখ্য অতিথি হিচাপে অংশ লোৱা মুখ্য মন্ত্ৰীয়ে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দৰে অনুষ্ঠানে যুৱ প্ৰজন্মক নৈতিকতাৰে পৰিচালিত এক জীৱন গঢ়াৰ বাবে বিশেষ ভূমিকা পালন কৰিব লাগিব বুলিও কয়।

Apply Now

তেওঁ লগতে গুৰুজনা শ্ৰীমন্ত শংকৰদেৱে বাৰিষাৰ ভৰা লুইত সাঁতুৰি প্রমাণ কৰিছিল যে প্রবল ইচ্ছা শক্তিৰ দ্বাৰা জীৱনত সকলো বাধা অতিক্রম কৰিব পাৰি৷ সেইবাবে গুৰুজনাৰ আদৰ্শৰে আমি সকলোৱে জীৱনৰ বাটত অহা প্রত্যাহান অতিক্ৰম কৰিবলৈ চেষ্টা কৰিব লাগিব বুলি উল্লেখ কৰে।

গুৰুজনাৰ আদৰ্শৰে পৰিচালিত হৈ বৰ্তমানৰ নামঘৰ সমূহে সমাজত শান্তি সম্প্রীতি অটুট ৰখাৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিব লাগিব বুলি মুখ্য মন্ত্ৰীয়ে কয়।

আধ্যাত্মিক শক্তি আৰু নৈতিকতাৰ দ্বাৰা পৰিচালিত হৈ নিজৰ জীৱন গঢ় দিবলৈ নতুন প্রজন্মক আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে কয় যে আজিৰ যুৱ শক্তিয়ে সহজে ধন ঘটাৰ মানসিকতা গ্রহণ নকৰি কঠোৰ পৰিশ্ৰম আৰু অধ্যৱয়াসৰ দ্বাৰা নিজকে একোগৰাকী সুনাগৰিক হিচাপে গঢ়ি তুলিব লাগিব।

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৩০ লাখ ভক্তক এজোপাকৈ বৃক্ষ ৰােপন কৰিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে কয় যে গুৰুজনাৰ এক বৃক্ষ দশ পুত্ৰ সম এই আপ্তবাক্যশাৰী তেতিয়াহে প্ৰকৃতাৰ্থত ৰূপায়িত হ’ব। গুৰুজনাৰ প্রকৃতি প্রেম আদর্শক সকলােৱে হৃদয়ঙ্গম কৰাটো প্রয়ােজন বুলি মুখ্যমন্ত্ৰীয়ে কয়।

আজিৰ এই অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলে, সাংসদ পল্লৱ লোচন দাস, বিহপুৰীয়া সমষ্টিৰ বিধায়ক দেবানন্দ হাজৰিকা, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ কমলা কান্ত গগৈ, সংঘৰ উপদেষ্টা ভবেন্দ্ৰ নাথ ডেকাকে ধৰি বহুতো গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ককৰোচ জনতা পাৰ্টিৰ আন্দোলনে আমাক কি ৰাজনৈতিক শিক্ষা দিলে?

ককৰোচ জনতা পাৰ্টিৰ আন্দোলনে আমাক কি ৰাজনৈতিক শিক্ষা দিলে?

July 29, 2026 9:49 am
অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি: শিৱসাগৰত ৭ জনৰ মৃত্যু, মৃতকৰ সংখ্যা ৭৫লৈ বৃদ্ধি

অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি: শিৱসাগৰত ৭ জনৰ মৃত্যু, মৃতকৰ সংখ্যা ৭৫লৈ বৃদ্ধি

July 29, 2026 9:09 am
অসম বিধানসভাত গুৱাহাটী চেটেলাইট চিটী বিধেয়ককে ধৰি ছখন গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত

অসম বিধানসভাত গুৱাহাটী চেটেলাইট চিটী বিধেয়ককে ধৰি ছখন গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত

July 29, 2026 8:22 am
সংঘাত আৰু সংকটৰ ভয়াৱহতাৰ মাজত শিশুক কেনেদৰে সুৰক্ষিত ৰাখিব? ইউনিচেফৰ গুৰুত্বপূৰ্ণ পৰামৰ্শৱলী

সংঘাত আৰু সংকটৰ ভয়াৱহতাৰ মাজত শিশুক কেনেদৰে সুৰক্ষিত ৰাখিব? ইউনিচেফৰ গুৰুত্বপূৰ্ণ পৰামৰ্শৱলী

July 29, 2026 7:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ককৰোচ জনতা পাৰ্টিৰ আন্দোলনে আমাক কি ৰাজনৈতিক শিক্ষা দিলে?

ককৰোচ জনতা পাৰ্টিৰ আন্দোলনে আমাক কি ৰাজনৈতিক শিক্ষা দিলে?

July 29, 2026 9:49 am
অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি: শিৱসাগৰত ৭ জনৰ মৃত্যু, মৃতকৰ সংখ্যা ৭৫লৈ বৃদ্ধি

অসমত অপৰিৱৰ্তিত বান পৰিস্থিতি: শিৱসাগৰত ৭ জনৰ মৃত্যু, মৃতকৰ সংখ্যা ৭৫লৈ বৃদ্ধি

July 29, 2026 9:09 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd