২৩ অক্টোবৰৰ বন্ধৰ বিৰুদ্ধে ষড়যন্ত্ৰ দুষ্টচক্ৰৰ : প্ৰশাসনে কঠোৰ নিষাধাজ্ঞা দিয়া বুলি ব্যাপক অপপ্ৰচাৰ
কাইলৈ, অৰ্থাৎ ২৩ অক্টোবৰত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি ৰাজ্যখনৰ ৪৬টা জাতীয়-জনগোষ্ঠীয় সংগঠনে আহ্বান দিয়া অসম বন্ধৰ বিৰুদ্ধে ষড়যন্ত্ৰত নামিছে ...