• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ব্ৰিটেইনলৈ ৰপ্তানি হ’ব অসমৰ জৈৱিক পদ্ধতিত উৎপাদিত উৰহী

এন ই নাও নিউজ by এন ই নাও নিউজ
October 22, 2018 2:01 pm
Capture
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি ২৩ অক্টোবৰে অসমৰ পৰা ব্ৰিটেইনলৈ উৰহী ৰপ্তানি আৰম্ভ হ’ব। জানিব পৰা মতে ৰপ্তানি হ’বলগীয়া এই উৰহীখিনি দৰং জিলাৰ কাৰুপেটীয়া অঞ্চলৰ পৰা সংগ্ৰহ কৰা হৈছে।

খানাপাৰাস্থ অসম কৃষি সঞ্চালকালয়ৰ সহকাৰী সঞ্চালক মৌছম হাজৰিকাই তেওঁৰ টুইটাৰ একাউণ্টৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছে। তেখেতে আৰু জনাইছে যে এই উৰহীখিনি দেওবাৰে ইতিমধ্যে এয়াৰ ইণ্ডিয়াৰ মালবাহী বিমানেৰে এই উৰহীখিনি কলকাতালৈ প্ৰেৰণ কৰা হৈছে। ইয়াতে উৰহীখিনি কৃষিজাত আৰু প্ৰক্ৰিয়াকৃত খাদ্য ৰপ্তানি উন্নয়ন প্ৰাধিকৰণৰ (Agricultural and Processed Food Products Export Development Authority চমুকৈ (APEDA) পেকিং গৃহত পেক কৰাৰ পাছত আজি প্ৰেৰণ কৰা হ’ব।

Apply Now

উল্লেখ্য যে অসমীয়াৰ এবিধ প্ৰিয় পাচলিৰ অন্যতম হৈছে উৰহী আৰু ই যথেষ্ট স্বাস্থ্যৰ বাবে উপকাৰী। উৰহীয়ে মধুমেহ নমিয়ন্ত্ৰণত ৰকাৰ উপৰিও হাড় আৰু কলিজা শক্তিশালী কৰে।

খাৰুপেটীয়াত হবিবুৰ ৰহমানে ধৰি একাংশ কৃষকে জৈৱিক পদ্ধতিত কৃষিকাৰ্য আৰম্ভ কৰিছে। এই জৈৱিক পদ্ধতিত উৎপাদিত শাক-পাচলিৰ বৃটেইনকে ধৰি বিশ্বৰ উন্নত দেশত বাস কৰা ভাৰত আৰু বাংলাদেশৰ প্ৰৱাসী লোকৰ মাজত অধিক কদৰ আছে আৰু এইদৰে ৰপ্তানিকৃত শাক-পাচলি বৃটেইনত বসবাসকাৰী বাংলাদেশ আৰু ভাৰতৰ প্ৰৱাসী লোকসকলে ক্ৰয় কৰে।

উল্লেখ্য যে কলকাতাৰ পৰা প্ৰতি দিনে ১০ৰ পৰা ১৫ মেট্ৰিক টন সতেজ শাক-পাচলি বৃটেইনলৈ ৰপ্তানি কৰা হয়।

কলকাতাৰ সলনি অসম উদ্যোগিক উন্নয়ন নিগমৰ  (Assam Industrial Development Corporation Limited ) আমিনগাঁৱত থকা ৰপ্তানি উদগনি ঔদ্যোগিক পাৰ্কত Export promotion Industrial Park)  থকা পেক হাউছটোক ব্যৱহাৰ কৰাৰ সময় সমাগত। এই ক্ষেত্ৰত আমিনগাঁৱত থকা পেকহাউছটো কৃষিজাত আৰু প্ৰক্ৰিয়াকৃত খাদ্য ৰপ্তানি উন্নয়ন প্ৰাধিকৰণৰ সৈতে পঞ্জীয়ন কৰিব লাগিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd