দিখাৰী চাহ বাগিচাৰ হত্যাকাণ্ডৰ ভয়ংকৰ পৰিণাম : হত্যাকাৰীৰ মাকৰো মৃতদেহ উদ্ধাৰ

দিখাৰী চাহ বাগিচাৰ হত্যাকাণ্ডৰ ভয়ংকৰ পৰিণাম : হত্যাকাৰীৰ মাকৰো মৃতদেহ উদ্ধাৰ

১৮ অক্টোবৰত সংঘটিত ডিমৌৰ দিখাৰী চাহ বাগিচাৰ হত্যাকাণ্ডৰ ঘটনাই নতুন নতুন পৰ্যায়লৈ গতি কৰি থকা দেখা গৈছে। হত্যাকাৰীৰ ভায়েকক উত্তেজিত ...

২৩ অক্টোবৰত অসম বন্ধৰ আহ্বান ৪২টা জাতীয়-জনগোষ্ঠীয় সংগঠনৰ; নাগৰিকত্ব সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধিতা

প্ৰতিবাদৰ বিষয় একেই : একেটা তাৰিখতে পৰিল ৪২টা সংগঠনৰ অসম বন্ধ আৰু অগপৰ বৃহৎ প্ৰতিবাদী সমদল

৪২টা সংগঠনৰ অসম বন্ধৰ সৈতে একেটা তাৰিখতে পৰিল অগপৰ বৃহৎ প্ৰতিবাদী সমদলৰ কাৰ্য্যসূচী। ফলত বিমোৰত পৰিছে কাৰ্য্যসূচী লওঁতা দল আৰু ...

Mukalmuwa

মুকালমুৱাৰ বাছ দুৰ্ঘটনা; মুখ্য মন্ত্ৰী সোণোৱালৰ শোক প্ৰকাশ

নলবাৰী জিলাৰ মুকালমুৱাৰ সমিপৰ আদাবাৰীত আজি সংঘটিত হোৱা শোকাৱহ বাছ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাব লগা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে ...

Atul VS Akhil

ৰাইজৰ পক্ষলৈ আহক, নহ’লে একেবাৰে বিজেপিলৈ গুচি যাওক অগপ: অখিল গগৈ

অসমৰ সকলো খিলঞ্জীয়াৰ সৰ্বাত্মক বিৰোধিতা আওকাণ কৰি নাগৰিকত্ব বিধেয়কৰ সপক্ষে কাৰ্য্যনিৰ্বাহকত সিদ্ধান্ত লোৱাৰ পিছতো বিজেপিৰ সৈতে মিত্ৰতা ভংগ নকৰা অগপ ...

মাকুম আৰক্ষীৰ জালত দুই দুৰ্ধৰ্ষ ডকাইত; দুখনকৈ চুৰি মটৰচাইকেল জব্দ

মাকুম আৰক্ষীৰ জালত দুই দুৰ্ধৰ্ষ ডকাইত; দুখনকৈ চুৰি মটৰচাইকেল জব্দ

মটৰ চাইকেলকে ধৰি বিভিন্ন সা-সামগ্ৰী লুট কৰি সন্ত্ৰাস চলোৱা দুটা দুৰ্ধৰ্ষ ডকাইতক আজি মাকুম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। মাকুম ...

DCP-Bhanwar-Lal-Meena-750x375

দেশৰ মুখ্য ন্যায়াধীশৰ প্ৰতি যথোচিত মনোযোগত অৱহেলা : নিলম্বিত হ’ল উপ আৰক্ষী আয়ুক্ত আৰু অতিৰিক্ত উপায়ুক্ত

দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ অসম ভ্ৰমণৰ সময়ত তেওঁৰ নিৰাপত্তাৰ দিশটোৰ প্ৰতি যথোচিত মনোযোগ প্ৰদৰ্শনত ব্যৰ্থতাৰ বাবে আজি ৰাজ্যৰ প্ৰশাসনে ...

Kohli

কাইলৈ বৰ্ষাপাৰাৰ ড০ ভূপেন হাজৰিকা ক্ৰিকেট ষ্টেডিয়ামত প্ৰথমখন এদিনীয়া আন্তঃৰাষ্টীয়

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে পাঁচখন এদিনীয়া শৃংখলাটোৰ গুৱাহাটীত দেওবাৰে অনুষ্ঠিত হ’ব লগীয়া প্ৰথমখন খেলৰ বাবে ভাৰতীয় দলটো ঘোষণা কৰা হৈছে। সীমিত ...

Kakopathar

পথ দুৰ্ঘটনা : এম্বুলেঞ্চত মৃতদেহ লৈ কাকপথাৰৰ চেলেংগুৰিত ঘাইপথ অৱৰোধ

এক পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি আজি উত্তপ্ত হৈ পৰে তিনিচুকীয়া জিলাৰ কাকপথাৰৰ মাজেৰে যোৱা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ। কাকপথাৰৰ চেলেংগুৰিত ...

কিশোৰী ধৰ্ষণত অভিযুক্ত দুজনক গ্ৰেপ্তাৰ চতিয়া আৰক্ষীৰ

কিশোৰী ধৰ্ষণত অভিযুক্ত দুজনক গ্ৰেপ্তাৰ চতিয়া আৰক্ষীৰ

ৰাজ্যখনত দুৰ্গোৎসৱৰ আনন্দৰ মাজতে বিভিন্ন ঠাইত যৌন নিৰ্যাতন, ধৰ্ষণৰ ঘটনা সংঘটিত হোৱাৰ সময়তে চতিয়াৰ বালিডোঙাত এগৰাকী ১৪ বছৰীয়া কিশোৰীক বলাৎকাৰ ...

Page 5388 of 6550 1 5,387 5,388 5,389 6,550

Recent News