• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ছহিদ মহিবুল ইছলামৰ সোঁৱৰণত কৃষ্ণাইত আৰক্ষীৰ স্মৃতি দিৱস

নীলমণি শৰ্মা by নীলমণি শৰ্মা
October 20, 2018 8:44 pm
Krishnai
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পেৰা মিলিটাৰী বাহিনীৰ অধীনত সমগ্র ভাৰততে কাইলৈ আৰক্ষী স্মৃতি দিৱস অনুষ্ঠিত হ’ব। সেই অনুযায়ী গোৱালপাৰা জিলাত থকা চি আৰ পি এফৰ ১৫২ নং বেটেলিয়েনে আজি কৃষ্ণাই হাব্ৰাঘাট হাই স্কুলত ছহিদ মহিবুল ইছলামৰ সোঁৱৰণত আৰক্ষীৰ স্মৃতি দিৱস অনুষ্ঠিত কৰে।

উল্লেখযোগ্য যে ২০০৭ চনৰ ৯ অক্টোবৰত মণিপুৰৰ উখৰুল জিলাত নিৰ্বাচনৰ সময়ত কৰ্তব্যৰত অৱস্থাত থকা সময়তে উগ্ৰপন্থী সংগঠনৰ সৈতে হোৱা সংঘৰ্ষত গোৱালপাৰা জিলাৰ কৃষ্ণাই আৰক্ষী থানাৰ অন্তৰ্গত ভেলাখামাৰ গাঁৱৰ মেৰাজুদ্দিন আলী আৰু জহেৰা বিবিৰ পুত্ৰ চি আৰ পি এফৰ ২৬ নং বেটেলিয়েনৰ মহিবুল ইছলামৰ মৃত্যু হৈছিল।

Apply Now

ছহিদ মহিবুল ইছলামৰ সোঁৱৰণত আজি পুৱা ৯ৰ পৰা ১১ বজালৈ তেওঁ পঢ়া বিদ্যালয়খনত অনুষ্ঠিত স্মৃতি দিৱসৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ লগতে বিদ্যালয়খনৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ ৬ গৰাকী ছাত্ৰ-ছাত্ৰীক পুৰস্কাৰ প্ৰদান কৰা হয়। তদুপৰি সভাত মহিবুলৰ পিতৃ-মাতৃক চি আৰ পি এফৰ দ্বাৰা উপহাৰ প্ৰদান কৰা হয়।

আজিৰ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি গোৱালপাৰাৰ আৰক্ষী অধীক্ষক অমিতাভ সিংহাই ভাষণ প্ৰসংগত কাইলৈ অসম পুলিচৰ দ্বাৰা বগুৱান উচ্চ মাধ্যমিক বিদ্যালয়ত আৰক্ষী স্মৃতি দিৱস পালন কৰা হ’ব বুলি জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে ২০১৬ চনত কৃষ্ণাইৰ এক ভিতৰুৱা অঞ্চলত আলফাৰ সৈতে হোৱা সংঘৰ্ষত বগুৱান গাঁৱৰ সপোন কুমাৰ নাথ নামৰ কামণ্ড’ বেটেলিয়েনৰ এজন জোৱানৰ মৃত্যু হৈছিল।

ছহিদ সপোন কুমাৰ নাথৰ স্মৃতিত তেওঁ পঢ়া বগুৱান উচ্চ মাধ্যমিক বিদ্যালয়তে কাইলৈ এই দিৱস উদযাপন কৰাৰ কথা সদৰী কৰি সিংহাই লগতে ছহিদ নাথৰ স্মৃতিত আৰু তেওঁৰ নামত অসম পুলিচে এটা লাইব্ৰেৰী গৃহ প্ৰদান কৰাৰ কথা প্ৰকাশ কৰে।

আজিৰ সভাত হাব্ৰাঘাট হাই স্কুলৰ প্ৰধান শিক্ষক মুষ্টাক আহমেদ, চি আৰ পি এফৰ দ্বিতীয় সেনা বিষয়া পি কে সিং, সেনা বিষয়া নিথ্যানন্দ চাবি, কৃষ্ণাই আৰক্ষী থানাৰ বিষয়া টি বড়ো, বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীৰ উপৰি স্থানীয় বহু লোক উপস্থিত থাকে।

নীলমণি শৰ্মা

নীলমণি শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বৃহস্পতিৰ দৰেই বৃহৎ নতুন গ্ৰহ আৱিষ্কাৰ কৰিলে বিজ্ঞানীসকলে; কি নাম এই ‘নৱজাত গ্ৰহ’ৰ?

বৃহস্পতিৰ দৰেই বৃহৎ নতুন গ্ৰহ আৱিষ্কাৰ কৰিলে বিজ্ঞানীসকলে; কি নাম এই ‘নৱজাত গ্ৰহ’ৰ?

September 20, 2026 11:09 am
বিশিষ্ট কবি, সাহিত্যিক, অনুবাদক আনিছ উজ জামানৰ দেহাৱসান

বিশিষ্ট কবি, সাহিত্যিক, অনুবাদক আনিছ উজ জামানৰ দেহাৱসান

September 20, 2026 9:50 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

September 20, 2026 8:44 am
ডিব্ৰুগড়ত গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰত উটি গ’ল চাৰিজন যুৱক

ডিব্ৰুগড়ত গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰত উটি গ’ল চাৰিজন যুৱক

September 20, 2026 8:14 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বৃহস্পতিৰ দৰেই বৃহৎ নতুন গ্ৰহ আৱিষ্কাৰ কৰিলে বিজ্ঞানীসকলে; কি নাম এই ‘নৱজাত গ্ৰহ’ৰ?

বৃহস্পতিৰ দৰেই বৃহৎ নতুন গ্ৰহ আৱিষ্কাৰ কৰিলে বিজ্ঞানীসকলে; কি নাম এই ‘নৱজাত গ্ৰহ’ৰ?

September 20, 2026 11:09 am
বিশিষ্ট কবি, সাহিত্যিক, অনুবাদক আনিছ উজ জামানৰ দেহাৱসান

বিশিষ্ট কবি, সাহিত্যিক, অনুবাদক আনিছ উজ জামানৰ দেহাৱসান

September 20, 2026 9:50 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd