DMCA.com Protection Status
আগন্তুক বিধানসভা নির্বাচনত ত্রিপুৰা কংগ্ৰেছে গোটেই ৬০ খন আসনতে প্ৰাৰ্থিত্ব আগবঢ়াব

আগন্তুক বিধানসভা নির্বাচনত ত্রিপুৰা কংগ্ৰেছে গোটেই ৬০ খন আসনতে প্ৰাৰ্থিত্ব আগবঢ়াব

ত্ৰিপুৰা কংগ্ৰেছে ঘোষণা কৰিছে যে অহা ১৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া বিধানসভাৰ নিৰ্বাচনত ৰাজ্যখনৰ গোটেই ৬০ খন আসনতে প্ৰাৰ্থিত্ব আগবঢ়াব। মাৰ্চত ...

৩০ আৰু ৩১ জানুৱাৰিত শিৱসাগৰৰ ডিমৌত মে-ডাম-মেফি আয়োজন

৩০ আৰু ৩১ জানুৱাৰিত শিৱসাগৰৰ ডিমৌত মে-ডাম-মেফি আয়োজন

বিগত কেইবছৰৰ দৰে এইবাৰো ডিমৌ তাই-আহোম ছাত্ৰ সন্থাৰ উদ‍্যোগত আৰু ডিমৌবাসী ৰাইজৰ সহযোগত অহা ৩০ আৰু ৩১ জানুৱাৰিত দুদিনীয়া কাৰ্য্যসূচীৰে ...

প্ৰতিনিধিত্বমূলক ছবি

ভেন্সাৰ শিক্ষানুষ্ঠানসমূহৰ প্ৰাদেশীকিকৰণৰ কাম সম্পন্ন কৰাৰ দাবী অসম শিক্ষক-কৰ্মচাৰী ঐক্যমঞ্চৰ

বৈষম্যমূলক নীতি পৰিহাৰ কৰি পূৰ্বৰ প্ৰাদেশীকিকৰণ আইন ২০১১ৰ গণ্ডীত বিত্ত বিভাগত থকা ভেন্সাৰ শিক্ষানুষ্ঠানত কৰ্মৰত  ৩২ হাজাৰ শিক্ষক-কৰ্মচাৰীৰ পদসমূহ প্ৰাদেশীকিকৰণ ...

অৰুণাচল প্ৰদেশৰ তিনিদিনীয়া পাংছৌ পাছ আন্তৰ্জাতিক মহোৎসৱৰ শুভাৰম্ভ

অৰুণাচল প্ৰদেশৰ তিনিদিনীয়া পাংছৌ পাছ আন্তৰ্জাতিক মহোৎসৱৰ শুভাৰম্ভ

শনিবাৰে অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ নামপুঙত তিনিদিনীয়া কাৰ্যসূচীৰে পাংছৌ পাছ আন্তৰ্জাতিক মহোৎসৱৰ সপ্তম সংস্কৰণটো মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে উদ্বোধন কৰে। অনুষ্ঠানটো ...

ক্ৰিকেট একাডেমি মুকলি মংগলদৈ ক্ৰীড়া সংস্থাৰ

ক্ৰিকেট একাডেমি মুকলি মংগলদৈ ক্ৰীড়া সংস্থাৰ

মংগলদৈ ক্ৰীড়া সংস্থাই মংগলদৈত আজি এটা ক্ৰিকেট একাডেমি আৰম্ভ কৰিছে। ক্ৰীড়া সংস্থাটোৱে জনোৱা অনুসৰি অঞ্চলটোৰ আৰ্থিক ভাৱে দুৰ্বল পৰিয়ালসমূহৰ পৰা ...

ৰিপুণ বৰা

বিজেপি চৰকাৰে নাগপুৰৰ আঙুলিৰ ঠাৰত উঠা-বহা কৰে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মেৰুদণ্ড নাই: ৰিপুণ বৰা

নগা চুক্তিৰ সম্পৰ্কত কেন্দ্ৰীয় চৰকাৰৰ স্থিতিক ৰহস্যজনক আখ্যা দি আজি ৰাজীৱ ভৱনত এক সংবাদমেল যোগে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ...

হোলী ঢোলৰ শীতকালীন প্ৰশিক্ষণ শিবিৰ

বৰপেটাত হোলী ঢোল বাদ্যৰ এমহীয়া প্ৰশিক্ষণৰ শুভাৰম্ভ

সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ সত্ৰনগৰী বৰপেটাত আজিৰে পৰা আৰম্ভ হয় হোলী ঢোলৰ শীতকালীন প্ৰশিক্ষণ শিবিৰ। একাডেমী অব খোলবাদ্যৰ উদ্যোগত আৰু ক্লাব ...

খচৰা নাগা শান্তি চুক্তি সন্দৰ্ভত একাংশ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিক লৈ ডিমা-হাচাওত প্ৰতিক্ৰিয়া

খচৰা নাগা শান্তি চুক্তি সন্দৰ্ভত একাংশ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিক লৈ ডিমা-হাচাওত প্ৰতিক্ৰিয়া

নাগা-ভাৰত চৰকাৰ খচৰা চুক্তি ফাদিল হোৱা বুলি একাংশ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিত অসমৰ একমাত্ৰ পাহাৰীয়া জিলা ডিমা-হাচাও বৃহত্তৰ নাগালিমত পৰোক্ষভাৱে ...

ৰীতা চৌধুৰী

জয়পুৰ সাহিত্য মহোৎসৱত বক্তৃতা প্ৰদান কৰিব বিশিষ্ট লেখিকা ৰীতা চৌধুৰীয়ে

প্ৰসিদ্ধ জয়পুৰ সাহিত্য মহোৎসৱত এই বছৰ অসমৰ প্ৰতিস্থিত লেখিকা ৰীতা চৌধুৰীয়ে বক্তা হিচাপে অংশগ্ৰহণ কৰিব। মাকাম, দেওলাংখুই আদিৰ দৰে বহু ...

অসম সাংস্কৃতিক ন্যাসে প্ৰতিবছৰে আয়োজন কৰিব ৰাজহুৱা সম্বৰ্দ্ধনা অনুষ্ঠান

অসম সাংস্কৃতিক ন্যাসে প্ৰতিবছৰে আয়োজন কৰিব ৰাজহুৱা সম্বৰ্দ্ধনা অনুষ্ঠান

ৰাজ্যখনৰ ভ্ৰাম্যমান থিয়েটাৰৰ নাট্যকাৰ আৰু শিল্পীসকলক উৎসাহিত কৰাৰ লক্ষ্যৰে অসম সাংস্কৃতিক ন্যাসে প্ৰতিবছৰে ৰাজহুৱা সম্বৰ্দ্ধনা অনুষ্ঠানৰ আয়োজন কৰিব। শনিবাৰে মহানগৰীৰ ...

Page 6038 of 6191 1 6,037 6,038 6,039 6,191

Recent News