• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

অৰুণাচল প্ৰদেশৰ তিনিদিনীয়া পাংছৌ পাছ আন্তৰ্জাতিক মহোৎসৱৰ শুভাৰম্ভ

অভিক চক্ৰৱৰ্তী by অভিক চক্ৰৱৰ্তী
January 20, 2018 9:19 pm
অৰুণাচল প্রদেশৰ পাংছৌ পাছ মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী পেমা খাণ্ডু

অৰুণাচল প্রদেশৰ পাংছৌ পাছ মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী পেমা খাণ্ডু

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শনিবাৰে অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ নামপুঙত তিনিদিনীয়া কাৰ্যসূচীৰে পাংছৌ পাছ আন্তৰ্জাতিক মহোৎসৱৰ সপ্তম সংস্কৰণটো মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে উদ্বোধন কৰে।

অনুষ্ঠানটো উদ্বোধন কৰি মুখ্যমন্ত্ৰী খাণ্ডুৱে কয় যে এই মহোৎসৱৰ মুখ্য উদ্দেশ্য হৈছে অৰুণাচল প্ৰদেশৰ চহকী সংস্কৃতিৰ প্ৰদৰ্শন।

Apply Now

‘’ নামপুঙত এইটো মোৰ প্ৰথম ভ্ৰমণ আৰু মই অৰুণাচল প্ৰদেশৰ চহকী আৰু বৈচিত্ৰ্যময় সংস্কৃতিৰ বাবে অতি আনন্দিত আৰু গৌৰৱান্বিত। পূৰ্বতে এই উৎসৱক পাংছৌ পাছ শীতকালীন মহোৎসৱ হিচাপে জনা গৈছিল যদিও এতিয়া ইয়াক পাংছৌ পাছ আন্তৰ্জাতিক মহোৎসৱ হিচাপে সলনি কৰা হৈছে। প্ৰয়াত প্ৰাক্তন মন্ত্ৰী ছেটঙ ছেনাৰ উদ্যোগত এই উৎসৱ ২০০৭ চনত আৰম্ভ হৈছিল আৰু প্ৰতিবছৰে আমি উৎসৱটো উদযাপন কৰি আহিছো,’’- মুখ্যমন্ত্ৰী খাণ্ডুৱে কয়।

এইবছৰ অৰুণাচল প্ৰদেশৰ পৰ্যটন বিভাগে উৎসৱটোৰ বাবে ১ কোটি টকা মুকলি কৰি দিছে।

ৰাজ্যখনৰ উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰি খাণ্ডুৱে পূব অৰুণাচলত  পৰ্যটনৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰে। তেওঁ বৰ্তমানৰ চৰকাৰখনে ৰাজ্যৰ পৰ্যটন খণ্ডৰ উন্নয়নত গুৰুত্ব দিয়া বুলি কয়।

এই মহোৎসৱত ম্যানমাৰৰ এশতকৈয়ো অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে। অৰুণাচলৰ ২৪ টা জনগোষ্ঠীৰ লগতে ম্যানমাৰৰ সাংস্কৃতিক দলে তেওঁলোকৰ পৰম্পৰাগত সাজ পোছাক পৰিধান কৰি চহকী সাংস্কৃতিক নৃত্য পৰিৱেশন কৰে।

খাণ্ডুৱে কয় যে তেওঁৰ চৰকাৰে ৰাজ্যখনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে সকলো প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব।

মুখ্যমন্ত্ৰী খাণ্ডুৱে লগতে উৎসৱৰ কাৰণে এটা স্থায়ী স্থান নিৰ্মাণ কৰিবলৈ আয়োজক কমিটিক পৰামৰ্শ দিয়ে।

মহোৎসৱৰ সময়ত পৰম্পৰাগত খাদ্যৰ বহুতো বিপনী দেখিবলৈ পোৱা গৈছে।

‘’ মহোৎসৱখন চাবৰ বাবে আমি নতুন দিল্লীৰ পৰা আহিছো আৰু আমি যথেষ্ট উপভোগ কৰিছো। বিশেষকৈ জনগোষ্ঠীয় নৃত্যৰ পৰিৱেশন অতি আকৰ্ষণীয়। ইয়াৰ মানুহবোৰ অতি সৰল আৰু আমি প্ৰতি বছৰে ইয়ালৈ আহিবলৈ ভাল পাম,’’-নতুন দিল্লীৰ পৰা অহা এগৰাকী পৰ্যটকে এনেদৰে কয়।

 

 

অভিক চক্ৰৱৰ্তী

অভিক চক্ৰৱৰ্তী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আজিকালি সকলোৰে মধুমেহ, কেইজনে চেনি খায়?’ চেনিৰ দাম বৃদ্ধিক লৈ বিহাৰৰ মন্ত্ৰীৰ অদ্ভুত মন্তব্য

‘আজিকালি সকলোৰে মধুমেহ, কেইজনে চেনি খায়?’ চেনিৰ দাম বৃদ্ধিক লৈ বিহাৰৰ মন্ত্ৰীৰ অদ্ভুত মন্তব্য

August 22, 2026 12:17 pm
মাজ নিশা চিমেণ্ট কাৰখানাত টাৰ্বাইন বিস্ফোৰণ! জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ৩ জন অভিযন্তাৰ

মাজ নিশা চিমেণ্ট কাৰখানাত টাৰ্বাইন বিস্ফোৰণ! জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ৩ জন অভিযন্তাৰ

August 22, 2026 12:16 pm
অসম-মেঘালয় সীমান্তৰ উত্তেজনা কমাবলৈ আজি গুৱাহাটীত বৈঠক : আলোচনাত বহিব দুই ৰাজ্যৰ প্ৰতিনিধি

অসম-মেঘালয় সীমান্তৰ উত্তেজনা কমাবলৈ আজি গুৱাহাটীত বৈঠক : আলোচনাত বহিব দুই ৰাজ্যৰ প্ৰতিনিধি

August 22, 2026 11:51 am
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি! নগাঁৱৰ জুৰিয়াৰ এজনক আটক অসম আৰক্ষীৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ভাবুকি! নগাঁৱৰ জুৰিয়াৰ এজনক আটক অসম আৰক্ষীৰ

August 22, 2026 11:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আজিকালি সকলোৰে মধুমেহ, কেইজনে চেনি খায়?’ চেনিৰ দাম বৃদ্ধিক লৈ বিহাৰৰ মন্ত্ৰীৰ অদ্ভুত মন্তব্য

‘আজিকালি সকলোৰে মধুমেহ, কেইজনে চেনি খায়?’ চেনিৰ দাম বৃদ্ধিক লৈ বিহাৰৰ মন্ত্ৰীৰ অদ্ভুত মন্তব্য

August 22, 2026 12:17 pm
মাজ নিশা চিমেণ্ট কাৰখানাত টাৰ্বাইন বিস্ফোৰণ! জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ৩ জন অভিযন্তাৰ

মাজ নিশা চিমেণ্ট কাৰখানাত টাৰ্বাইন বিস্ফোৰণ! জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ৩ জন অভিযন্তাৰ

August 22, 2026 12:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd