কাজিৰঙাৰ প্ৰবীণ সাংবাদিক বাপকন দাসৰ পৰলোক প্ৰাপ্তি
হেমচন্দ্ৰ বৰুৱা বঁটা প্ৰাপক কাজিৰঙাৰ প্ৰবীণ সাংবাদিক, সমাজসেৱক তথা অৱসৰপ্ৰাপ্ত শিক্ষক বাপকন দাসৰ আজি পুৱা পৰলোক প্ৰাপ্তি ঘটে। গুৱাহাটীৰ এখন ...
হেমচন্দ্ৰ বৰুৱা বঁটা প্ৰাপক কাজিৰঙাৰ প্ৰবীণ সাংবাদিক, সমাজসেৱক তথা অৱসৰপ্ৰাপ্ত শিক্ষক বাপকন দাসৰ আজি পুৱা পৰলোক প্ৰাপ্তি ঘটে। গুৱাহাটীৰ এখন ...
১৯৬০ চনৰ ৰাজ্য ভাষা আইন অনুসৰি তিনিচুকীয়াত ১০০ শতাংশ অসমীয়া ভাষা প্ৰয়োগৰ দাবীত আজি অসম জাতীয়তাবাদী যুৱ পৰিষদ তিনিচুকীয়া জিলা সমিতিয়ে ...
বিগত কিছু বছৰত হাতী-মানুহৰ সংঘাতৰ ফলত ৰাজ্যত ৯০০ ৰো অধিক লোক মৃত্যুমুখত পৰাৰ বিপৰীতে ২৫০ টা বনৰীয়া হাতীৰ মৃত্যু হোৱা ...
জাতিংগা-হাৰাংগাজাও ৰাষ্ট্ৰীয় ঘাইপথত মেৰামতি কৰি থকা কালভাৰ্ট ভাঙি দুৰ্ঘটনাত পতিত হৈছে এখন চিমেন্ট কঢ়িয়াই নিয়া ট্ৰাক। আজি ৰাতিপুৱা সাত মান ...
ইণ্ডিয়ান আৰ্ট হিষ্ট্ৰী কংগ্ৰেছে ২২ ডিচেম্বৰৰ পৰা ২৬ ডিচেম্বৰলৈ সংস্থাটেৰ ২৬ তম বছৰেকীয়া মহাসভা আৰু ৰূপালী জয়ন্তী সমাৰোহৰ আয়োজন কৰিছে। ...
গোৰ্খা সম্প্ৰদায়ে অনুসূচীত জনজাতিৰ মৰ্যাদা বিচাৰি কৰি অহা দীৰ্ঘদিনীয়া দাবীটো অৱশেষত এটা পৰ্যায়ত আহি উপনীত হোৱা দেখা গৈছে। কেন্দ্ৰীয় চৰকাৰে ...
দিনক দিনে বৃদ্ধি পোৱা বাংলাদেশী নাগৰিকৰ অনুপ্ৰৱেশৰ সমস্যা কিদৰে সমাধান কৰিব পাৰি তাৰ বাবে মিজোৰাম চৰকাৰৰ উদ্যোগত শীৰ্ষ পুলিচ বিষয়া, ...
নাগালেণ্ডৰ মুখ্যমন্ত্ৰী টি আৰ জেলিয়াঙে বৃহস্পতিবাৰে কয় যে মাটিৰ গৰাকীসকলে কোনো সংকোচ নকৰাকৈ তেওঁলোকৰ মাটিসমূহ উন্নয়নৰ স্বাৰ্থত ব্যৱহাৰৰ অনুমতি দিব ...
ত্ৰিপুৰাৰ জনজাতীয় জীৱনৰ অৱিচ্ছেদ্য অংগ তথা জনজাতীয় আৱাসিক অঞ্চলৰ ধ্ৰুপদী সৌন্দৰ্য বহন কৰা ‘টংঘৰ’ বোৰ অন্তৰ্ধান হৈ অতীতৰ স্মৃতিত বিলীন ...
আগন্তুক ২০১৮ বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ তৃতীয় সপ্তাহত অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষা । কালি এই কথা প্ৰকাশ কৰে ...
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd