• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ত্ৰিপুৰাত আৰু দেখা পোৱা নাযাব পৰম্পৰাগত ‘টংঘৰ’

এন ই নাও নিউজ by এন ই নাও নিউজ
December 22, 2017 10:25 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ত্ৰিপুৰাৰ জনজাতীয় জীৱনৰ অৱিচ্ছেদ্য অংগ তথা জনজাতীয় আৱাসিক অঞ্চলৰ ধ্ৰুপদী সৌন্দৰ্য বহন কৰা ‘টংঘৰ’ বোৰ অন্তৰ্ধান হৈ অতীতৰ স্মৃতিত বিলীন হৈ যাব।

খেৰৰ চালি আৰু বাহেৰ সজা সম্পূৰ্ণ থলুৱা আৰ্হিৰ এই ‘টংঘৰ’বোৰ। বহু কাল ধৰি ত্ৰিপুৰাৰ জনজাতিসকলৰ ই এক সুকীয় পৰিচয়ৰ বাহক হৈ আহিছে।

Apply Now

কিন্তু উন্নয়নৰ ইতিবাচক আৰু নেতিবাচক দুয়োটা দিশেই আছে।

এপিনে বাসিন্দাসকলে লাভ কৰিব সঠিক অনাময় ব্যৱস্থাৰে স্বাস্থ্যসন্মত একোটা উন্নত ঘৰ। আনপিনে এই ঘৰসমূহৰ সৌন্দৰ্য তথা নান্দনিকতা ত্ৰিপুৰাৰ পৰিৱেশৰ পৰা চিৰদিনৰ বাবে হেৰাই যাব।

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ৰাজ্যখনলৈ হেজাৰোধিক পকী ঘৰ নিৰ্মাণ হ’বলৈ গৈ আছে। কেন্দ্ৰীয় আঁচনিখনে জনজাতি অধ্যুষিত অঞ্চলসমূহকো সাঙুৰি ল’ব এই আঁচনিখনে ৰাজ্যখনৰ মুঠ ভৌগলিক অঞ্চলৰ ৬৮.১০ শতাংশ সামৰি ল’ব।

সংবাদ মাধ্যমৰ সৈতে হোৱা এক মত বিনিময় অনুষ্ঠানত এই আঁচনিৰ কথা ঘোষণা কৰি ৰাজ্যৰ বনমন্ত্ৰী নৰেশ জামাত্যই কয় যে ত্ৰিপুৰাৰ পাহাৰ অঞ্চলত এতিয়াও সাতৰ পৰা আঠ হাজাৰ ‘টংঘৰ’ আছে আৰু সেই সকলোবোৰেই ২০১৮ বৰ্ষৰ ভিতৰত সম্পূৰ্ণ পকী নাইবা অৰ্দ্ধ পকী ঘৰলৈ সলনি হৈ পৰিব।

জামাত্যই কয় যে বৰ্তমান প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰু ইন্দিৰা আৱাস যোজনাৰ অধীনত প্ৰায় ২৪,০০০ গৃহ নিৰ্মীয়মান অৱস্থাত আছে আৰু এইবোৰ সম্পূৰ্ণ হ’লেই ‘টংঘৰ’বোৰ সলনি কৰা হ’ব।

মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে যো ঝুম খেতিৰ ওপৰত নিৰ্ভৰশীল শান্তিপ্ৰিয় জনজাতীয় সমাজৰ বাবে খেৰ আৰু বাহেৰে সজা এই ঘৰবোৰ জীৱনৰ এক অৱিচ্ছেদ্য অংগ।

‘’ সময়ৰ পৰিৱৰ্তনৰ লগে লগে ‘ঝুম’ খেতিয়ে আধুনিক কৃষিক বাট এৰি দিছে আৰু জনজাতি সমাজেও ইয়াৰ পৰা ব্যাপক হাৰত ওলাই আহিছে। গতিকে ‘টংঘৰ’ৰ উপযোগিতাও শেষ হৈ আহিছে.’’- জামাত্যই কয়।

তেওঁ লগতে জনায় যে প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰু ইন্দিৰা আৱাস যোজনাৰ অধীনত সজা প্ৰতিটো ঘৰতে স্বাস্থ্য উপযোগী তথা পৰিচ্ছন্ন অনাময় ব্যৱস্থা থাকিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

বিনা অনুমতিত সামাজিক মাধ্যমত শ্বেয়াৰ কৰিব নোৱাৰিব আদালতৰ শুনানিৰ ভিডিঅ’ : উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিষেধাজ্ঞা

July 24, 2026 7:54 pm
মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

মন্ত্ৰী কেশৱ মহন্তৰ জীয়ৰী দিবিশাই মনত পেলাই দিলে প্ৰহ্লাদ-হিৰণ্যকশিপুৰ কাহিনীলৈ : ককৰোছ পাৰ্টিৰ আন্দোলনত মোদী বিৰোধী শ্লোগান দিবিশা মহন্তৰ

July 24, 2026 6:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

সোনম ৱাংচুকৰ অনশন ভংগৰ পিছত যন্তৰ মন্তৰৰ ছাত্ৰ আন্দোলন

July 24, 2026 9:40 pm
ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

ককৰোজ জনতা পাৰ্টিৰ সংসদ অভিযানত আৰক্ষীৰ নিৰ্যাতনৰ গোচৰ শুনবলৈ সন্মত মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, সোমবাৰে শুনানি

July 24, 2026 9:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd