• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জাতিংগাত চিমেণ্ট ভৰ্তি ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
December 22, 2017 1:37 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জাতিংগা-হাৰাংগাজাও ৰাষ্ট্ৰীয় ঘাইপথত মেৰামতি কৰি থকা কালভাৰ্ট ভাঙি দুৰ্ঘটনাত পতিত হৈছে এখন চিমেন্ট কঢ়িয়াই নিয়া ট্ৰাক। আজি ৰাতিপুৱা সাত মান বজাত ঘটনাটো সংঘটিত হয়। অবশ্যে উক্ত দুৰ্ঘটনাত কোনো লোক হতাহত হোৱা নাই।

দুৰ্ঘটনাটোৰ পিছত ঘাইপথটোৰ দুই পাৰে প্ৰায় শতাধিক যানবাহনৰ লানি লাগে। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষই অলপতে শিলচৰৰ লক্ষ্মী ম’টৰ্চ নামৰ ঠিকাদাৰি সংস্থাক ঘাইপথটোৰ  মেৰামতিৰ দায়িত্ব দিয়া হৈছিল যদিও কাম আগবঢ়াই নিবলৈ এক প্ৰকাৰ ব্যৰ্থ হোৱাত এনে সমস্যাৰ সৃষ্টি হৈছে। অভিযোগমতে কালভাৰ্ট মেৰামতি নকৰাৰ বাবেই ট্ৰাকখন দুৰ্ঘটনাত পতিত হয়।

Apply Now

আচলতে হাফলং-শিলচৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণক লৈ ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষৰ দায়বদ্ধতাৰ অভাৱ পৰিলক্ষিত হৈছে। যোৱা দুই বছৰ ধৰি কোনো ধৰণৰ মেৰামতি নেহোৱাৰ কাৰণে পথটোৰ দলং, কালভাৰ্ট বিলাকৰ অৱস্থা  শোচনীয় হৈ পৰিছে। বিভিন্ন দল সংগঠনে সময়ে সময়ে ধৰ্ণা, আন্দোলন কৰি আহিলেও ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষৰ হাফলং প্ৰজেক্ট ইমপ্লিমেন্ট ইউনিট চমুকৈ পিইইউৰ বিষয়া কৰ্মী সকলে কোনো গুৰুত্ব দিয়া নাই। যাৰ কাৰণে বিশেষকৈ জাতিংগা-হাৰাংগাজাও ঘাইপথটো অভিভাৱকহীন হৈ পৰিছে।

ৰাইজৰ অভিযোগ মতে আজিৰ পৰা প্ৰায় পোন্ধৰ দিন আগতে শিলচৰৰ লক্ষ্মী ম’টৰ্চ নামৰ ঠিকাদাৰী সংস্থাক জাতিংগা-হাৰাংগাজাও ঘাইপথটোৰ মেৰামতিৰ দায়িত্ব অৰ্পণ কৰা হৈছিল যদিও কাম আগবঢ়া নাই।

উল্লেখ্য যে ইয়াৰ আগতে উপৰোক্ত পথ নিৰ্মাণৰ দায়িত্ব তুলি দিয়া হৈছিল জেকেএম নামৰ ৰাজ্যৰ বাহিৰৰ এক ঠিকাদাৰী সংস্থাক। জেকেএম নামৰ সংস্থাটোৱে ২০১১ ৰ পৰা  ২০১৫ চন লৈকে কাম আগবঢ়াই নিয়াত ব্যৰ্থ হোৱাত ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষই জেকেএমৰ  ঠিকা বাতিল কৰে। কিন্তু ইয়াৰ পাছৰ পৰা ঘাইপথ চোৱাচিতাৰ কাৰণে কোনো নাছিল।

চলিত বছৰৰ এপ্ৰিল মাহত ঘাইপথৰ জৰাজীৰ্ণ অবস্থাৰ কাৰণে সুব্ৰত পাল নামৰ এগৰাকী শিক্ষকৰ মৃত্যু হৈছিল। কিন্তু তথাপি গা লৰা নাই ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষৰ। অলপতে ঘাইপথ কৰ্তৃপক্ষৰ মুখ্য মহা প্ৰৱন্ধক ৰাজ চক্ৰৱৰ্তীয়ে জাতিংগা-হাৰাংগাজাও ঘাইপথ পৰিদৰ্শন কৰিলেও মেৰামতিৰ কামত কিন্তু কোনো গতি পৰিলক্ষিত হোৱা নাই।

পংকজ কুমাৰ দেব

পংকজ কুমাৰ দেব

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পশ্চিমবংগত ফুটবল খেলক লৈ ভয়ংকৰ সংঘাত : ১৭ বছৰীয়া কিশোৰক হত্যা, ৩ জন আটক

পশ্চিমবংগত ফুটবল খেলক লৈ ভয়ংকৰ সংঘাত : ১৭ বছৰীয়া কিশোৰক হত্যা, ৩ জন আটক

July 7, 2026 7:13 pm
খামেনেইৰ শেষকৃত্যত ভাৰতীয় প্ৰতিনিধি: নতুন দিল্লীক কৃতজ্ঞতা ইৰানৰ , আমেৰিকাৰ ভাবুকিৰ বাবে আঁতৰি থাকিল ১৩খন দেশ   

খামেনেইৰ শেষকৃত্যত ভাৰতীয় প্ৰতিনিধি: নতুন দিল্লীক কৃতজ্ঞতা ইৰানৰ , আমেৰিকাৰ ভাবুকিৰ বাবে আঁতৰি থাকিল ১৩খন দেশ  

July 7, 2026 6:46 pm
২০ বছৰৰ পাছত প্ৰথমবাৰলৈ তামিলনাডুত সুৰা বিপণীৰ কৰ্মচাৰীৰ ২৫ শতাংশ দৰমহা বৃদ্ধি, অতিৰিক্ত মূল্য লোৱা বন্ধ কৰাৰ লক্ষ্য

২০ বছৰৰ পাছত প্ৰথমবাৰলৈ তামিলনাডুত সুৰা বিপণীৰ কৰ্মচাৰীৰ ২৫ শতাংশ দৰমহা বৃদ্ধি, অতিৰিক্ত মূল্য লোৱা বন্ধ কৰাৰ লক্ষ্য

July 7, 2026 6:26 pm
আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

July 7, 2026 4:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পশ্চিমবংগত ফুটবল খেলক লৈ ভয়ংকৰ সংঘাত : ১৭ বছৰীয়া কিশোৰক হত্যা, ৩ জন আটক

পশ্চিমবংগত ফুটবল খেলক লৈ ভয়ংকৰ সংঘাত : ১৭ বছৰীয়া কিশোৰক হত্যা, ৩ জন আটক

July 7, 2026 7:13 pm
খামেনেইৰ শেষকৃত্যত ভাৰতীয় প্ৰতিনিধি: নতুন দিল্লীক কৃতজ্ঞতা ইৰানৰ , আমেৰিকাৰ ভাবুকিৰ বাবে আঁতৰি থাকিল ১৩খন দেশ   

খামেনেইৰ শেষকৃত্যত ভাৰতীয় প্ৰতিনিধি: নতুন দিল্লীক কৃতজ্ঞতা ইৰানৰ , আমেৰিকাৰ ভাবুকিৰ বাবে আঁতৰি থাকিল ১৩খন দেশ  

July 7, 2026 6:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd