নিৰুদ্দিষ্ট হোৱাৰ ৩ দিনৰ পিছতো সন্ধান নাই ৰেৱতী ফুকনৰ, মুখ্য মন্ত্ৰীৰ তদন্তৰ নিৰ্দেশ
পি চি জিৰ অন্যতম সদস্য তথা ৰাজ্যৰ প্ৰাক্তন সুদক্ষ ফুটবলাৰ ৰেৱতী ফুকন সন্ধানহীন হৈ থকা বিষয়টো অনুসন্ধান কৰি এই বিষয়ত ...
পি চি জিৰ অন্যতম সদস্য তথা ৰাজ্যৰ প্ৰাক্তন সুদক্ষ ফুটবলাৰ ৰেৱতী ফুকন সন্ধানহীন হৈ থকা বিষয়টো অনুসন্ধান কৰি এই বিষয়ত ...
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন মন্ত্ৰীসভাত বৰ্তমান মুখ্যমন্ত্ৰীকে ধৰি ১১ গৰাকী মন্ত্ৰী আছে আৰু বৃহস্পতিবাৰে নতুনকৈ অন্তৰ্ভুক্ত হ’বলগীয়া সাতগৰাকী মন্ত্ৰীয়ে শপত ...
নাগৰিকত্ব সংশোধন বিধেয়ক, ২০১৬ ( Citizenship Amendment Bill ) সন্দৰ্ভত যোৱা ১৭ এপ্ৰিলত অসম সত্ৰ মহাসভাৰ হৈ প্ৰধান সম্পাদক আৰু ...
নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰত্যাহাৰৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আজি বৰপেটা জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপত পুৱা ৯ বজাৰ পৰা বিয়লি ৪ ...
মাজুলীৰ নৱপ্ৰজন্মৰ যুৱক-যুৱতী সকলক বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত সম্পুৰ্ণ আত্মপ্ৰত্যয়েৰে অৱতীৰ্ণ হোৱাৰ ক্ষেত্ৰত সহায় কৰিবলৈ এক বিশেষ উদ্যোগ লৈছে মাজুলী জিলা ...
কেন্দ্ৰ চৰকাৰে অনুসূচিত জনজাতি পুজিৰ অধীনত মণিপুৰৰ আন্দ্ৰো, ছেকমাই লেইমাৰাম গাঁওৰ দুগ্ধ পামৰ বিকাশৰ বাবে ৯ কোটি টকা মোকোলাই দিছে ...
ৰোজ ভেলী চিট ফাণ্ড কেলেংকাৰীত জড়িত থকাৰ অভিযোগত ত্ৰিপুৰাৰ প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক বিজিতা নাথক বুধবাৰে চিবিআইয়ে দুঘন্টাতকৈয়ো অধিক সময় ...
যোৱা ১৯ এপ্ৰিলত বৰপেটা জিলাৰ সৰ্থেবাৰীৰ কালাদি ৰিজাৰ্ভত শিৱলাল দাসৰ পৰিয়ালক আক্ৰমণ কৰা ৮ গৰাকী অভিযুক্তক আজি বৰপেটা জিলাৰ আৰক্ষীয়ে কৰায়ত্ত ...
মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ ৰমেন ডেকাই ৰাজ্যখনৰ যুৱচামক চাকৰীপ্ৰাৰ্থী নহৈ চাকৰী সৃষ্টিকৰ্তা হ’বলৈ আহ্বান জনাইছে। তেওঁ যুৱচামক ব্যৱসায়ৰ নতুন পদ্ধতি ...
মিজোৰাম ( Mizoram )ৰ চাকমা স্বায়ত্তশাসিত পৰিষদ গঠনত নাটকীয় মোৰ। শেহতীয়া নিৰ্বাচনত কোনো দলেই একক সংখ্যাগৰিষ্ঠতা নোপোৱাৰ পিছত পৰিষদ গঠনৰ ...
Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd