• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মাতৃ হ’বলৈ পৰিকল্পনা কৰিছে নেকি? তেন্তে পঢ়ি লওক এইকেইটা জৰুৰী কথা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 15, 2023 7:39 pm
Pregnancy
11.6k
VIEWS
Share on FacebookShare on Twitter

প্ৰতিগৰাকী মহিলাই মাতৃ হোৱাৰ পৰিকল্পনা কৰাৰ সময়ত কিছুমান কথা মনত ৰাখিব লাগে, যাতে গৰ্ভাৱস্থাত কোনো সমস্যা সৃষ্টি নহয়।

কিন্তু গৰ্ভাৱস্থাৰ পৰিকল্পনা কৰোঁতে বহুতে কিছু ভুল কৰে, যাৰ বাবে গৰ্ভধাৰণত বা গৰ্ভাৱস্থাত কিছু সমস্যাৰ সৃষ্টি হয়।

গৰ্ভাৱস্থাত মহিলাসকলে বহু শাৰীৰিক আৰু আৱেগিক পৰিৱৰ্তনৰ সন্মুখীন হয়। গতিকে মাতৃ আৰু শিশুৰ সুস্বাস্থ্যৰ বাবে গৰ্ভাৱস্থাৰ আগতে কিছু পৰিকল্পনা কৰা ভাল।

গতিকে জানো আহক, গৰ্ভধাৰণৰ আগতে কি বিষয়ত গুৰুত্ব দিব লাগে।

মাতৃ হোৱাৰ পৰিকল্পনা কৰোঁতে প্ৰথমে স্ত্ৰীৰোগ বিশেষজ্ঞৰ পৰামৰ্শ লওক। তেতিয়া আপুনি এটা সুস্থ আৰু বিজ্ঞানসন্মত গৰ্ভাৱস্থাৰ পৰিকল্পনা কৰিব পাৰিব।

গৰ্ভধাৰণৰ তিনিমাহ আগতে, যাক গৰ্ভাৱস্থাৰ পূৰ্বৰ সময় বুলি জনা যায়। সেই সময়ৰ পৰাই চিকিৎসকৰ পৰামৰ্শ অনুসৰি জীৱনশৈলীৰ পৰিৱৰ্তন বহু ক্ষেত্ৰত উপকাৰী।

গৰ্ভৱতী হোৱাৰ আগতে চিকিৎসকৰ সৈতে আলোচনা কৰিব লাগে আৰু তলত দিয়া বিষয়সমূহৰ ওপৰত গুৰুত্ব দিব লাগে –

১) ফাইব্ৰইড আৰু এণ্ডোমেট্ৰিয়াছিছৰ সম্ভাৱনাৰ পৰীক্ষা কৰা উচিত।

২) যদি পৰিয়ালত ডাউন চিণ্ড্ৰম, থেলাছেমিয়া ৰোগৰ ইতিহাস আছে তেন্তে চিকিৎসকক এই বিষয়ে জনাওক।

৩) যদি আপোনাৰ প্ৰস্ৰাৱৰ সংক্ৰমণৰ কোনো সম্ভাৱনা আছে তেন্তে পৰীক্ষা কৰক। যদি কোনো সমস্যা হয় তেন্তে গৰ্ভধাৰণৰ পূৰ্বে সম্পূৰ্ণ চিকিৎসা গ্ৰহণ কৰক।

৪) ডায়েবেটিছ, থাইৰয়ড, হাঁপানী, বৃক্ক, হৃদৰোগ আদি সমস্যা থাকিলে গৰ্ভাৱস্থাৰ আগতে এইবোৰ নিয়ন্ত্ৰণ কৰিব লাগে।

৫) গৰ্ভাৱস্থাৰ আগতে এইচ আই ভি, হেপাটাইটিছ বি, চিফিলিছ আদিৰ পৰীক্ষা কৰিব লাগে, যাতে গৰ্ভাৱস্থা বা প্ৰসৱৰ সময়ত এই সংক্ৰমণ শিশুলৈ সংক্ৰমিত নহয়।

৬) যদি আপোনাৰ ওজন বেছি আৰু বডি মাছ ইনডেক্স (BMI) ২৩ বা তাতকৈ অধিক হয় তেন্তে আপোনাৰ ডাক্তৰে ওজন কমাবলৈ পৰামৰ্শ দিব পাৰে। আৰু যদি আপোনাৰ ওজন কম, তেন্তে আপোনাৰ বিএমআই বৃদ্ধিৰ বাবে নিৰাপদ পদক্ষেপৰ বিষয়ে চিকিৎসকৰ সৈতে কথা পাতক। আপোনাৰ বিএমআই ১৮.৫ৰ পৰা ২২.৯ৰ ভিতৰত হ’ব লাগে।

এইবোৰ কথা মনত ৰাখিব, তেতিয়া গৰ্ভধাৰণত কম অসুবিধাৰ সন্মুখীন হ’ব আৰু সুস্থ গৰ্ভাৱস্থা উপভোগ কৰিব পাৰিব।

Recent News

ইৰাণে আকাশমাৰ্গ মুকলি কৰিলে ভাৰতীয় বিমানৰ বাবে! আজি নিশা দিল্লীত উপস্থিত হ’ব ছাত্ৰ-ছাত্ৰীৰ প্ৰথমটো দল

ইৰাণে আকাশমাৰ্গ মুকলি কৰিলে ভাৰতীয় বিমানৰ বাবে! আজি নিশা দিল্লীত উপস্থিত হ’ব ছাত্ৰ-ছাত্ৰীৰ প্ৰথমটো দল

শিক্ষাই দেখুৱাব জীৱনৰ বাট! প্ৰেৰণা এনজিঅ’ আৰু দিল্লীৰ কালিবাৰীৰ উদ্যোগত পথৰ শিশুসকলক শিক্ষামূলক সামগ্ৰী বিতৰণ

শিক্ষাই দেখুৱাব জীৱনৰ বাট! প্ৰেৰণা এনজিঅ’ আৰু দিল্লীৰ কালিবাৰীৰ উদ্যোগত পথৰ শিশুসকলক শিক্ষামূলক সামগ্ৰী বিতৰণ

নগাঁৱৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা কিশোৰী গুৱাহাটীত উদ্ধাৰ

নগাঁৱৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা কিশোৰী গুৱাহাটীত উদ্ধাৰ

‘Yellow Glow Water’ ট্ৰেণ্ডক লৈ সকলো উদ্বাউল হৈ পৰিছে, কথাটো কি জানেনে? আঁৰত কি আছে?

‘Yellow Glow Water’ ট্ৰেণ্ডক লৈ সকলো উদ্বাউল হৈ পৰিছে, কথাটো কি জানেনে? আঁৰত কি আছে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd