• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

মাতৃ হ’বলৈ পৰিকল্পনা কৰিছে নেকি? তেন্তে পঢ়ি লওক এইকেইটা জৰুৰী কথা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 15, 2023 7:39 pm
Pregnancy
120
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰতিগৰাকী মহিলাই মাতৃ হোৱাৰ পৰিকল্পনা কৰাৰ সময়ত কিছুমান কথা মনত ৰাখিব লাগে, যাতে গৰ্ভাৱস্থাত কোনো সমস্যা সৃষ্টি নহয়।

কিন্তু গৰ্ভাৱস্থাৰ পৰিকল্পনা কৰোঁতে বহুতে কিছু ভুল কৰে, যাৰ বাবে গৰ্ভধাৰণত বা গৰ্ভাৱস্থাত কিছু সমস্যাৰ সৃষ্টি হয়।

Apply Now

গৰ্ভাৱস্থাত মহিলাসকলে বহু শাৰীৰিক আৰু আৱেগিক পৰিৱৰ্তনৰ সন্মুখীন হয়। গতিকে মাতৃ আৰু শিশুৰ সুস্বাস্থ্যৰ বাবে গৰ্ভাৱস্থাৰ আগতে কিছু পৰিকল্পনা কৰা ভাল।

গতিকে জানো আহক, গৰ্ভধাৰণৰ আগতে কি বিষয়ত গুৰুত্ব দিব লাগে।

মাতৃ হোৱাৰ পৰিকল্পনা কৰোঁতে প্ৰথমে স্ত্ৰীৰোগ বিশেষজ্ঞৰ পৰামৰ্শ লওক। তেতিয়া আপুনি এটা সুস্থ আৰু বিজ্ঞানসন্মত গৰ্ভাৱস্থাৰ পৰিকল্পনা কৰিব পাৰিব।

গৰ্ভধাৰণৰ তিনিমাহ আগতে, যাক গৰ্ভাৱস্থাৰ পূৰ্বৰ সময় বুলি জনা যায়। সেই সময়ৰ পৰাই চিকিৎসকৰ পৰামৰ্শ অনুসৰি জীৱনশৈলীৰ পৰিৱৰ্তন বহু ক্ষেত্ৰত উপকাৰী।

গৰ্ভৱতী হোৱাৰ আগতে চিকিৎসকৰ সৈতে আলোচনা কৰিব লাগে আৰু তলত দিয়া বিষয়সমূহৰ ওপৰত গুৰুত্ব দিব লাগে –

১) ফাইব্ৰইড আৰু এণ্ডোমেট্ৰিয়াছিছৰ সম্ভাৱনাৰ পৰীক্ষা কৰা উচিত।

২) যদি পৰিয়ালত ডাউন চিণ্ড্ৰম, থেলাছেমিয়া ৰোগৰ ইতিহাস আছে তেন্তে চিকিৎসকক এই বিষয়ে জনাওক।

৩) যদি আপোনাৰ প্ৰস্ৰাৱৰ সংক্ৰমণৰ কোনো সম্ভাৱনা আছে তেন্তে পৰীক্ষা কৰক। যদি কোনো সমস্যা হয় তেন্তে গৰ্ভধাৰণৰ পূৰ্বে সম্পূৰ্ণ চিকিৎসা গ্ৰহণ কৰক।

৪) ডায়েবেটিছ, থাইৰয়ড, হাঁপানী, বৃক্ক, হৃদৰোগ আদি সমস্যা থাকিলে গৰ্ভাৱস্থাৰ আগতে এইবোৰ নিয়ন্ত্ৰণ কৰিব লাগে।

৫) গৰ্ভাৱস্থাৰ আগতে এইচ আই ভি, হেপাটাইটিছ বি, চিফিলিছ আদিৰ পৰীক্ষা কৰিব লাগে, যাতে গৰ্ভাৱস্থা বা প্ৰসৱৰ সময়ত এই সংক্ৰমণ শিশুলৈ সংক্ৰমিত নহয়।

৬) যদি আপোনাৰ ওজন বেছি আৰু বডি মাছ ইনডেক্স (BMI) ২৩ বা তাতকৈ অধিক হয় তেন্তে আপোনাৰ ডাক্তৰে ওজন কমাবলৈ পৰামৰ্শ দিব পাৰে। আৰু যদি আপোনাৰ ওজন কম, তেন্তে আপোনাৰ বিএমআই বৃদ্ধিৰ বাবে নিৰাপদ পদক্ষেপৰ বিষয়ে চিকিৎসকৰ সৈতে কথা পাতক। আপোনাৰ বিএমআই ১৮.৫ৰ পৰা ২২.৯ৰ ভিতৰত হ’ব লাগে।

এইবোৰ কথা মনত ৰাখিব, তেতিয়া গৰ্ভধাৰণত কম অসুবিধাৰ সন্মুখীন হ’ব আৰু সুস্থ গৰ্ভাৱস্থা উপভোগ কৰিব পাৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিনে ২২ মিনিটকৈ চুম্বন কৰিলেই বাঢ়িব ৭ বছৰ আয়ুস : জাৰ্মান গৱেষণাৰ প্ৰতিবেদনত বিস্ফোৰক দাবী

দিনে ২২ মিনিটকৈ চুম্বন কৰিলেই বাঢ়িব ৭ বছৰ আয়ুস : জাৰ্মান গৱেষণাৰ প্ৰতিবেদনত বিস্ফোৰক দাবী

September 5, 2026 7:00 am
‘বিজেপিৰ শাসন কালত ৪৭৭ শতাংশ বৃদ্ধি পালে ৰকিবুল হুছেইনৰ সম্পত্তি!’ শাসকেই নহয়, বিৰোধীকো আক্ৰমণ বিধায়ক অখিল গগৈৰ

‘বিজেপিৰ শাসন কালত ৪৭৭ শতাংশ বৃদ্ধি পালে ৰকিবুল হুছেইনৰ সম্পত্তি!’ শাসকেই নহয়, বিৰোধীকো আক্ৰমণ বিধায়ক অখিল গগৈৰ

September 4, 2026 9:30 pm
ভুল কাৰ? কি কি হৈছিল এই অবৈধ সম্পৰ্কত? ডাঃ প্ৰয়াস সিংহলৰ মৃত্যুৰে নাম সাঙোৰ খোৱা মহিলাৰ মুখত ন ন তথ্য

ভুল কাৰ? কি কি হৈছিল এই অবৈধ সম্পৰ্কত? ডাঃ প্ৰয়াস সিংহলৰ মৃত্যুৰে নাম সাঙোৰ খোৱা মহিলাৰ মুখত ন ন তথ্য

September 4, 2026 8:26 pm
মহাৰাষ্ট্ৰৰ ঐতিহাসিক দুৰ্গত কৰুণ ঘটনা! ১০০ ফুট উচ্চতাৰ পৰা দ খাৱৈত পৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ মল্লযুঁজাৰু আৰু দুই সন্তানৰ মৃত্যু

মহাৰাষ্ট্ৰৰ ঐতিহাসিক দুৰ্গত কৰুণ ঘটনা! ১০০ ফুট উচ্চতাৰ পৰা দ খাৱৈত পৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ মল্লযুঁজাৰু আৰু দুই সন্তানৰ মৃত্যু

September 4, 2026 7:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিনে ২২ মিনিটকৈ চুম্বন কৰিলেই বাঢ়িব ৭ বছৰ আয়ুস : জাৰ্মান গৱেষণাৰ প্ৰতিবেদনত বিস্ফোৰক দাবী

দিনে ২২ মিনিটকৈ চুম্বন কৰিলেই বাঢ়িব ৭ বছৰ আয়ুস : জাৰ্মান গৱেষণাৰ প্ৰতিবেদনত বিস্ফোৰক দাবী

September 5, 2026 7:00 am
‘বিজেপিৰ শাসন কালত ৪৭৭ শতাংশ বৃদ্ধি পালে ৰকিবুল হুছেইনৰ সম্পত্তি!’ শাসকেই নহয়, বিৰোধীকো আক্ৰমণ বিধায়ক অখিল গগৈৰ

‘বিজেপিৰ শাসন কালত ৪৭৭ শতাংশ বৃদ্ধি পালে ৰকিবুল হুছেইনৰ সম্পত্তি!’ শাসকেই নহয়, বিৰোধীকো আক্ৰমণ বিধায়ক অখিল গগৈৰ

September 4, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd