• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

তিনিচুকীয়াত বিস্ফোৰক সামগ্ৰীৰ সৈতে আটক এন এছ চি এন(আই এম)ৰ দুজন অ’ভাৰ গ্ৰাউণ্ড সদস্য

অভিক চক্ৰবৰ্তী by অভিক চক্ৰবৰ্তী
December 23, 2018 5:06 pm
NSCN(IM)

ফটো : নৰ্থ-ইষ্ট নাও

345
VIEWS
Share on FacebookShare on Twitter

উজনি অসমৰ বিভিন্ন অঞ্চলত সন্ত্ৰাসবাদী সংগঠনসমূহৰ কূটাঘাটমূলক কাম-কাজ বৃদ্ধি পোৱাৰ সময়তে ২২ ডিচেম্বৰ অৰ্থ্যাৎ শনিবাৰে তিনিচুকীয়া জিলাৰ নামদাং আৰু লংফা বস্তিৰ পৰা ভাৰতীয় সেনাৰ এটা দলে অভিযান চলাই এন এছ চি এন(আই এম)ৰ দুজন অ’ভাৰ গ্ৰাউণ্ড সদস্যক আটক কৰিবলৈ সক্ষম হয়।

‘এন এছ চি এন(আই এম)ৰ সদস্য দুজনে নামদাং আৰু লংফা বস্তিৰ বিভিন্ন লোকক ধন দাবীৰে বিতুষ্ট কৰি তোলা বুলি আমালৈ স্থানীয় এক সূত্ৰই জানিবলৈ দিয়ে। ইয়াৰ পাছতে নামদাংস্থিত সেনাৰ ৯নং বেটেলিয়নৰ ৰাজপুতনা ৰাইফলছৰ এটা দলে ২২ ডিচেম্বৰত উক্ত অঞ্চলত অভিযান চলাই এন এছ চি এন(আই এম)ৰ গ্ৰাউণ্ড ওৱৰ্কাৰ দুজনক আটক কৰা হয়’। এক প্ৰেছ বিবৃতিযোগে সেনাই এই কথা জানিবলৈ দিয়ে।

সেনাই আটক কৰা সদস্য দুজনৰ এজন চাংলাং জিলাৰ লংফা গাঁৱৰ ৰবি কুমাৰ পাছৱান আৰু আনজন চাংলাং জিলাৰে ফাংছুম বস্তিৰ বাসিন্দা কেনা পাংটক বুলি চিনাক্ত কৰিছে।

উল্লেখ্য যে আটকাধীন সদস্য দুজনৰ পৰা এছ-২৩ই-৫৩৮৩ নম্বৰৰ এখন গ্লেমাৰ বাইক (কৌনছা বস্তিৰ নিবাসী ৰৈকাম টাইকামৰ নামত পঞ্জীয়নভুক্ত) আৰু দুটা মোবাইল ফোন জব্দ কৰিবলৈ সক্ষম হয়।

সংগঠনটোৱে উজনি অসমত ভয়ংকৰ কূটাঘাত সংঘটিত কৰাৰ উদ্দেশ্যে নামদাঙৰ সমীপৰ হাবিত বহুতো বিস্ফোৰক সামগ্ৰী মজুত কৰি ৰাখিছিল। সেনা আৰু আৰক্ষীৰ জেৰাত এই ভয়ংকৰ তথ্য সদৰী কৰে আটকাধীন সদস্য দুজনে।

ইয়াৰ পাছতে সেনা আৰু আৰক্ষীৰ এটা যুটীয়া অভিযানকাৰী দলে সদস্য দুজনৰ স্বীকাৰোক্তিৰ ভিত্তিত অঞ্চলটোত অভিযান চলাই আৰ ডি এক্স, গান পাউদাৰৰ লগতে বহুতো বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰে।

ইফালে সেনাই আটক কৰা উগ্ৰপন্থী সদস্য দুজনক পাছত মাৰ্ঘেৰিটা আৰক্ষীক গতাই দিয়া বুলি জানিব পৰা যায়। তদুপৰি মাৰ্ঘেৰিটা আৰক্ষী থানাত দুয়োজনৰ বিৰুদ্ধে য়ু পি(এ) ১০/১২ ধাৰাৰ অধীনত এটা গোচৰো ৰুজু কৰা হৈছে।

Recent News

পাঁচ লাখ টকাৰ ড্ৰাগছ আনিবলৈ গৈ আৰক্ষীৰ জালত পৰিল চিকিৎসক! কোন এই নম্ৰতা?

পাঁচ লাখ টকাৰ ড্ৰাগছ আনিবলৈ গৈ আৰক্ষীৰ জালত পৰিল চিকিৎসক! কোন এই নম্ৰতা?

আপোনাৰ চকুযুৰিৰ যতন কেনেকৈ ল’ব? জানো আহক…

আপোনাৰ চকুযুৰিৰ যতন কেনেকৈ ল’ব? জানো আহক…

মধুমেহ ৰোগীয়ে কুঁহিয়াৰ ৰস খাব পাৰিবনে? বিশেষজ্ঞই কি কয় জানো আহক?

মধুমেহ ৰোগীয়ে কুঁহিয়াৰ ৰস খাব পাৰিবনে? বিশেষজ্ঞই কি কয় জানো আহক?

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

একাদশ এদিনীয়াত শতকেৰে মহিলা ক্ৰিকেটৰ শীৰ্ষ তিনিৰ তালিকাত স্মৃতি মন্ধানা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd