• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উত্তৰ-পূবক বিশেষ ক্ষমতা দিয়া ৩৭১-ৰ আটাইকেইটা উপ-অনুচ্ছেদ বাহাল থাকিব : অমিত শ্বাহ

"আগতে উত্তৰ-পূবক সন্ত্ৰাসবাদ, সীমা বিবাদৰ বাবেহে জনা গৈছিল"

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 8, 2019 5:23 pm
Amit Shah_Assam Visit

উত্তৰ-পূব পৰিষদত অংশগ্ৰহণ কৰিবলৈ আহিচে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ।

1.9k
VIEWS
Share on FacebookShare on Twitter

অসম পদাধিকাৰী আইন মহাবিদ্যালয়ত ৬৮ সংখ্যক উত্তৰ পূব পৰিষদৰ সন্মিলনত উপস্থিত থকা কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে কয় যে উত্তৰ-পূবক বিশেষ ক্ষমতা দিয়া ৩৭১-ৰ আটাইবোৰ ধাৰা বাহাল থাকিব।

কাশ্মীৰৰ ক্ষেত্ৰত প্ৰযোজ্য অনুচ্ছেদ ৩৭০ বাতিল কৰাৰ ফলত উদ্ভৱ হোৱা শংকাৰ প্ৰসংগত শ্বাহে এইদৰে কয়।

“৩৭০ এটা অস্থায়ী ব্যৱস্থা আছিল আৰু ই ২৮টা বাধা দি আছিল”, শ্বাহৰ মন্তব্য।

সংবিধানৰ 371 A (নাগালেণ্ড), 371 B (অসম) 371 C (মণিপুৰ) 371 F (ছিক্কিম) 371 G (মিজোৰাম) 371 H (অৰুণাচল প্ৰদেশ) অনুচ্ছেদকেইটাই উত্তৰ-পূবৰ ৰাজ্যবোৰক জম্মু আৰু কাশ্মীৰৰ দৰেই বিশেষ অধিকাৰ দি আহিছে।

সন্মিলনত আজি কেন্দ্ৰীয় গৃহ মন্ত্ৰীজনে মহান বিশ্ববিশ্ৰুত শিল্পী ভূপেন হাজৰিকাক প্ৰশংসাৰে নিজৰ ভাষণ আৰম্ভ কৰে।

শ্বাহে প্ৰয়াত মহান শিল্পীজনৰ জন্মদিনটোক শুভ দিন আখ্যা দি তেওঁক সমগ্ৰ উত্তৰ-পূবৰ সংস্কৃতিৰ এম্বেচাদৰ আখ্যা দিয়ে আৰু কয়, “নৰেন্দ্ৰ মোদীয়ে তেওঁক প্ৰকৃত সন্মান দিলে”।

উত্তৰ-পূবৰ আঠোখন ৰাজ্যৰ আঠজন মুখ্য মন্ত্ৰীয়ে ভাগ লোৱা সন্মিলনত কেন্দ্ৰীয় গৃহ মন্ত্ৰীজনে উত্তৰ-পূবক বাদ দি ভাৰতৰ বিকাশ অসম্ভৱ বুলি কয়।

“দেশৰ সুৰক্ষাৰ বাবেও অঞ্চলটো গুৰুত্বপূৰ্ণ। এখন সৰু ভাৰতেই উত্তৰ-পূব। সঁচাকৈয়ে দেশৰ ইঞ্জিন উত্তৰ পূব”, অমিত শ্বাহে নিজৰ ভাষণত কয়।

“আগতে উত্তৰ-পূবক সন্ত্ৰাসবাদ, সীমা বিবাদৰ বাবেহে জনা গৈছিল, এতিয়া বিকাশৰ বাবে জনা যায়” কেন্দ্ৰীয় গৃহ মন্ত্ৰীজনৰ মন্তব্য।

পূৰ্বৰ ৭০ বছৰতকৈ এই পাঁচ বছৰত অধিক উন্নয়ন হৈছে বুলি দাবী কেন্দ্ৰীয় মন্ত্ৰীজনৰ।

২০২২ চনৰ ভিতৰত সমগ্ৰ উত্তৰ-পূবৰ আটাইবোৰ ৰাজ্যক ৰে’লেৰে সংযোগ কৰাৰ লক্ষ্য লোৱা বুলি ঘোষণা শ্বাহৰ৷

সন্মিলনত মুখ্য মন্ত্ৰীসকলৰ উপৰি উত্তৰ-পূবৰ ৮খন ৰাজ্যৰ মুখ্য মন্ত্ৰী, ৰাজ্যপাল, আৰক্ষী সঞ্চালক প্ৰধানকে ধৰি অসমৰ সাংসদৰসকলেও অংশ গ্ৰহণ কৰিছে।

Recent News

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা যুদ্ধবিৰতিলৈকে; এই সময়ছোৱাত কি কি ঘটিল চাই লওক

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা যুদ্ধবিৰতিলৈকে; এই সময়ছোৱাত কি কি ঘটিল চাই লওক

সন্ত্ৰাসবাদ বিৰোধী আইন অনুসৰি বাংলাদেশত নিষিদ্ধ হ’ল শ্বেখ হাছিনাৰ দল আৱামী লীগ

সন্ত্ৰাসবাদ বিৰোধী আইন অনুসৰি বাংলাদেশত নিষিদ্ধ হ’ল শ্বেখ হাছিনাৰ দল আৱামী লীগ

যুদ্ধবিৰতিৰ পাছত স্বাভাৱিক হৈছে জম্মু-কাশ্মীৰৰ পৰিস্থিতি, মাজ নিশাৰ পৰা সেনাই দিয়া নাই কোনো অস্বাভাৱিক পৰিস্থিতিৰ ইংগিত

যুদ্ধবিৰতিৰ পাছত স্বাভাৱিক হৈছে জম্মু-কাশ্মীৰৰ পৰিস্থিতি, মাজ নিশাৰ পৰা সেনাই দিয়া নাই কোনো অস্বাভাৱিক পৰিস্থিতিৰ ইংগিত

জুন মাহত তিনি মাহৰ বাবে একেলগে দিয়া হ’ব ৰেচন কাৰ্ডৰ চাউল-মুখ্যমন্ত্ৰীৰ ঘোষণা

জুন মাহত তিনি মাহৰ বাবে একেলগে দিয়া হ’ব ৰেচন কাৰ্ডৰ চাউল-মুখ্যমন্ত্ৰীৰ ঘোষণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd