• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পুনৰ কৃত্ৰিম বানৰ কবলত গুৱাহাটী মহানগৰী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 29, 2025 10:16 am
224
VIEWS
Share on FacebookShare on Twitter

পুৱাৰ নেৰানেপেৰা বৰষুণৰ ফলত গুৱাহাটী মহানগৰী পুনৰ কৃত্ৰিম বানৰ কবলত পৰিছে। চানমাৰি, অনিল নগৰ, নবীন নগৰ, কাহিলীপাৰা, আৰু হাতীগাঁওৰ আদি অঞ্চল জলমগ্ন হৈ পৰাত স্কুলীয়া ছাত্ৰ-ছাত্ৰী আৰু কৰ্মজীৱীসকলৰ দৈনন্দিন জীৱন ব্যাহত হৈ পৰিছে। যিয়ে মহানগৰীৰ নিষ্কাশন ব্যৱস্থাৰ দুৰ্বলতাক পুনৰ উন্মোচন কৰিছে।

ইফালে বতৰ বিজ্ঞান বিভাগে আগন্তুক ২-৩ দিনত প্ৰচণ্ড বৰষুণৰ পূৰ্বাভাস দিছে।

মূল ৰাজপথ আৰু পদপথ পানীৰে ভৰি পৰিছে, যাৰ ফলত যাতায়াত ব্যস্থা ব্যাহত হৈ পৰিছে। যাৰ বাবে স্কুলীয়া ছাত্ৰ-ছাত্ৰী আৰু কৰ্মজীৱীসকলে সমস্যাৰ সন্মুখীন হৈছে।

এনে পৰিস্থিতিত নাগৰিকসকলক বাহিৰলৈ ওলোৱাৰ আগতে জলমগ্ন অঞ্চলসমূহৰ বিষয়ে সতৰ্ক হৈ থকাৰ পৰামৰ্শ দিয়া হৈছে। উল্লেখ্য যে প্ৰশাসনৰ তৰৰ্ফৰ পৰা নিষ্কাশন ব্যৱস্থাৰ উন্নতিৰ বাবে জৰুৰী পদক্ষেপৰ প্ৰয়োজন।

Tags: ArtificialFloodAssamRainsClimateImpactDisasterPreparednessDrainageFailureGuwahatiFloodsGuwahatiRainUrbanFloodingWeatherAlert

Recent News

সৰুসজাইত ৮০০ কোটি টকাৰ ব্যয়ৰে নিৰ্মাণ হ’ব অত্যাধুনিক মেডান্টা চিকিৎসালয়, কাষতে নিৰ্মাণ হ’ব পঞ্চতাৰকা হোটেল : ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত

সৰুসজাইত ৮০০ কোটি টকাৰ ব্যয়ৰে নিৰ্মাণ হ’ব অত্যাধুনিক মেডান্টা চিকিৎসালয়, কাষতে নিৰ্মাণ হ’ব পঞ্চতাৰকা হোটেল : ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত

উচ্ছেদ অভিযানক লৈ অখিল গগৈৰ বিস্ফোৰক মন্তব্য: মুখ্যমন্ত্ৰীৰ সৈতে বুলড’জাৰত উঠি ঘৰ ভাঙিবলৈ সাজু অখিল গগৈ

উচ্ছেদ অভিযানক লৈ অখিল গগৈৰ বিস্ফোৰক মন্তব্য: মুখ্যমন্ত্ৰীৰ সৈতে বুলড’জাৰত উঠি ঘৰ ভাঙিবলৈ সাজু অখিল গগৈ

এতিয়াৰে পৰা মোবাইল কিনিবলৈ ৫০ হাজাৰৰ সলনি ১.৫ লাখ টকা লাভ কৰিব মন্ত্ৰীয়ে : ঘোষণা দিল্লীৰ মুখ্যমন্ত্ৰীৰ

এতিয়াৰে পৰা মোবাইল কিনিবলৈ ৫০ হাজাৰৰ সলনি ১.৫ লাখ টকা লাভ কৰিব মন্ত্ৰীয়ে : ঘোষণা দিল্লীৰ মুখ্যমন্ত্ৰীৰ

পাকিস্তানৰ আশাত চেঁচাপানী ঢালিলে আমেৰিকাই! দ্য ৰেজিষ্টেন্স ফ্ৰণ্ট চমুকৈ টিআৰএফক সন্ত্ৰাসবাদী সংগঠন আখ্যা

পাকিস্তানৰ আশাত চেঁচাপানী ঢালিলে আমেৰিকাই! দ্য ৰেজিষ্টেন্স ফ্ৰণ্ট চমুকৈ টিআৰএফক সন্ত্ৰাসবাদী সংগঠন আখ্যা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd