• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

খানাপাৰাৰ উৰণীয়া সেঁতুৰ তলত বিশ্বৰত্ন ভূপেন হাজৰিকাক অংকন কৰি উলিয়ালে চিত্ৰশিল্পী নীলিম মহন্তই

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 8, 2020 1:02 pm
f77d6416-bee6-4318-b4c8-4ad1518f36fd

ফটো: নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি সুধাকন্ঠৰ ৯৪ তম জন্ম জয়ন্তী। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশ্ববৰেণ্য শিল্পীগৰাকীৰ জন্ম জয়ন্তী অতি উলহ-মালহৰে পালন কৰিছে।

এই জন্ম জয়ন্তীৰ সৈতে সংগতি ৰাখি অসমীয়াৰ হিয়াৰ আমঠু শিল্পীগৰাকীক দেৱালত একে নিশাৰ ভিতৰতে ৰং তুলিকাৰে অংকন কৰি উলিয়ালে লখিমপুৰৰ চিত্ৰশিল্পী নীলিম মহন্তই।

নিশা প্ৰায় ১২ বজাৰ পৰা আৰম্ভ কৰি পুৱা ৬ বজাৰ ভিতৰত সুধাকন্ঠৰ আলোকচিত্ৰ সম্পূৰ্ণ কৰি উলিয়ায় নীলিমে।

খানাপাৰা উৰণীয়া সেঁতুৰ তলত মুঠ ৬ ঘন্টাৰ ভিতৰত তেওঁ সম্পূৰ্ণ কৰি উলিয়ায় সুধাকন্ঠৰ এখন সুন্দৰ প্ৰতিচ্ছবি।

লগতে লিখি উলিয়াই সুধাকন্ঠৰ বিখ্যাত এটি গীতৰ শাৰী ‘We’re the same boat Brother’।

গীত মাতৰ মাজেৰে নিজৰ শিল্পৰাজি এনেদৰেই প্ৰতিষ্ঠা কৰে চিত্ৰশিল্পী নীলিম মহন্তই।

তেওঁৰ সংগীবৃন্দ বিশেষকৈ গায়ক ৰাকেশ ৰিয়ানকে আদি কৰি বহুজনে তেওঁক উৎসাহ যোগাবলৈ ভূপেন্দ্ৰ সংগীত পৰিৱেশন কৰে।

পূৰ্বেও যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গক লখিমপুৰ বাইপাছৰ এখন উৰণীয়া সেঁতুৰ তলত অংকন কৰিছিল নীলিমে।

শ্ৰদ্ধাৰ বিশ্বৰত্ন ড০ ভূপেন হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে চিত্ৰশিল্পীগৰাকীৰ এই প্ৰচেষ্টা নিশ্চয়কৈ শলাগ লবলগীয়া।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

সামৰিক অভ্যুত্থানৰ ষড়যন্ত্ৰ! ব্ৰাজিলৰ প্ৰাক্তন ৰাষ্ট্ৰপতিক ২৭ বছৰৰ কাৰাদণ্ড

সামৰিক অভ্যুত্থানৰ ষড়যন্ত্ৰ! ব্ৰাজিলৰ প্ৰাক্তন ৰাষ্ট্ৰপতিক ২৭ বছৰৰ কাৰাদণ্ড

September 12, 2025 1:23 pm
ৰাছিয়াৰ তেল ক্ৰয়ক লৈ ভাৰত, চীনৰ ওপৰত শুল্ক বৃদ্ধি কৰিবলৈ জি-৭ক হেচাঁ আমেৰিকাৰ!

ৰাছিয়াৰ তেল ক্ৰয়ক লৈ ভাৰত, চীনৰ ওপৰত শুল্ক বৃদ্ধি কৰিবলৈ জি-৭ক হেচাঁ আমেৰিকাৰ!

September 12, 2025 1:08 pm
উচ্চতম ন্যায়ালয়ৰ ৰোষত তদন্তকাৰী সংস্থা; তদন্তকাৰীসকলৰ বিৰুদ্ধেও তদন্ত হোৱা উচিত

উচ্চতম ন্যায়ালয়ৰ ৰোষত তদন্তকাৰী সংস্থা; তদন্তকাৰীসকলৰ বিৰুদ্ধেও তদন্ত হোৱা উচিত

September 12, 2025 1:02 pm
গ্ৰেণ্ড চুইছত পৰাজয়ৰ হেট্ৰিকৰ সন্মুখীন হ’বলগীয়া হৈছে গুকেশ, অনুৰাগীৰ মাজত উদ্বেগৰ সৃষ্টি

গ্ৰেণ্ড চুইছত পৰাজয়ৰ হেট্ৰিকৰ সন্মুখীন হ’বলগীয়া হৈছে গুকেশ, অনুৰাগীৰ মাজত উদ্বেগৰ সৃষ্টি

September 12, 2025 12:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সামৰিক অভ্যুত্থানৰ ষড়যন্ত্ৰ! ব্ৰাজিলৰ প্ৰাক্তন ৰাষ্ট্ৰপতিক ২৭ বছৰৰ কাৰাদণ্ড

সামৰিক অভ্যুত্থানৰ ষড়যন্ত্ৰ! ব্ৰাজিলৰ প্ৰাক্তন ৰাষ্ট্ৰপতিক ২৭ বছৰৰ কাৰাদণ্ড

September 12, 2025 1:23 pm
ৰাছিয়াৰ তেল ক্ৰয়ক লৈ ভাৰত, চীনৰ ওপৰত শুল্ক বৃদ্ধি কৰিবলৈ জি-৭ক হেচাঁ আমেৰিকাৰ!

ৰাছিয়াৰ তেল ক্ৰয়ক লৈ ভাৰত, চীনৰ ওপৰত শুল্ক বৃদ্ধি কৰিবলৈ জি-৭ক হেচাঁ আমেৰিকাৰ!

September 12, 2025 1:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd