• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

নিৰ্বাচনৰ আগমুহূৰ্তত অৰুণাচলত জৰজৰকৈ খহিছে বিজেপিৰ দুৰ্গ; ১৪জন মন্ত্ৰী-বিধায়কৰ দলত্যাগ

তচনচ হোৱাৰ পথত গেৰুৱা দল বিজেপিৰ উত্তৰ-পূব দখলৰ স্বপ্ন!

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
March 19, 2019 9:26 pm
Arunachal MLAs

কুমাৰ ৱাই, জাৰকাৰ গামলিন আৰু জাৰপুম গামলিন। ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তচনচ হোৱাৰ পথত গেৰুৱা দল বিজেপিৰ উত্তৰ-পূব দখলৰ স্বপ্ন। মঙলবাৰে সন্ধিয়া বিজেপি এৰি নেশ্যনেল পীপলছ পাৰ্টিত সমূহীয়াভাৱে যোগদান কৰিলে অৰুণাচল প্ৰদেশৰ দুজন মন্ত্ৰী আৰু ১২জনকৈ বিধায়কে। একেলগে এন পি পিত যোগ দিছে কালি টিকট নাপাই অসন্তুষ্ট হৈ দলটো ত্যাগ কৰা বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক জাৰপুম গামলিনে।

ইটানগৰত আজি সন্ধিয়া এন পি পিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক থমাছ চাংমাৰ উপস্থিতিত দলটোত যোগ দিয়ে ৰাজ্যখনৰ জাৰপাম গামলিন আৰু মন্ত্ৰী-বিধায়ককেইজনে। এওঁলোকৰ ভিতৰত আছে ৰাজ্যখনৰ গৃহ মন্ত্ৰী কুমাৰ ৱাই আৰু পৰ্য্যটন মন্ত্ৰী জাৰকাৰ গামলিন।

এই প্ৰতিবেদকৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত কালি গেৰুৱা দলটো ত্যাগ কৰা জাৰপাম গামলিনে এই কথা প্ৰকাশ কৰিছে।

১৪জনকৈ মন্ত্ৰী-বিধায়কে দলত্যাগ কৰাৰ পিছত ৬০জনীয়া বিধানসভাত বিজেপিৰ শক্তি থাকিলগৈ (৪৮-১৪) ৩৪জন। ১৮জন বিধায়কেৰে এন পি পি হ’লগৈ দ্বিতীয় বৃহৎ দল। কংগ্ৰেছৰ ৬জন আৰু নিৰ্দলীয়ৰ আছে ২জন বিধায়ক।

ৰাজ্যখনৰ আগন্তুক বিধানসভা আৰু লোকসভা নিৰ্বাচনৰ আগমুহূৰ্তত এইদৰে বৃহৎ সংখ্যক বিজেপি নেতা তথা মন্ত্ৰী-বিধায়কে দলত্যাগ কৰাটো বিজেপিৰ বাবে মোক্ষম আঘাত বুলি বিবেচিত হৈছে।

উল্লেখযোগ্য যে কালি নিশাই জাৰপুম গামলিনৰ লগত বিজেপিৰ এটা ৭জনীয়া মন্ত্ৰী-বিধায়কৰ দল আহি গুৱাহাটীৰ হোটেল তাজ ভিভাণ্টাত বাহৰ পাতিছিল। নিশাই হোটেলখনত আহি উপস্থিত হৈছিল মেঘালয়ৰ মুখ্য মন্ত্ৰী তথা এন পি পিৰ মুৰব্বী কনৰাড চাংমা। চাংমাৰ সৈতে হোটেল তাজ ভিভাণ্টাত দলটোৰ কেইবাঘণ্টাজোৰা এক বৈঠকো অনুষ্ঠিত হৈছিল। কালিয়েই এক বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত নৰ্থ-ইষ্ট নাওত এই বাতৰি প্ৰকাশ পাইছিল।

কালি নিশাৰ বৈঠকৰ পাছত আজি জাৰপুম গামলিন আৰু মন্ত্ৰী-বিধায়কৰ দলটো ইটানগৰলৈ উভতি যায়। পাছত তাত উপস্থিত হোৱা এন পি পিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক থমাচ চাংমাৰ উপস্থিতিত আজি এই বৃহৎ সংখ্যক বিজেপি মন্ত্ৰী-বিধায়কে এন পি পিত যোগ দিয়ে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

September 18, 2025 7:31 pm
খিলঞ্জীয়াৰ গাত হাত দি বিপদত আৰক্ষী অধীক্ষক লীনা দলে : ধুবুৰীৰ পৰা আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ শাস্তিমূলক বদলি

খিলঞ্জীয়াৰ গাত হাত দি বিপদত আৰক্ষী অধীক্ষক লীনা দলে : ধুবুৰীৰ পৰা আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ শাস্তিমূলক বদলি

September 18, 2025 7:25 pm
মেৰাপানীৰ সীমান্তত উত্তেজনা : প্ৰতিবাদকাৰীৰ প্ৰতিৰোধৰ সন্মুখীন হ’ল নাগালেণ্ড আৰক্ষী

মেৰাপানীৰ সীমান্তত উত্তেজনা : প্ৰতিবাদকাৰীৰ প্ৰতিৰোধৰ সন্মুখীন হ’ল নাগালেণ্ড আৰক্ষী

September 18, 2025 6:45 pm
মানকাচৰৰ চক্ৰ বিষয়াৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ; ন্যায় বিচাৰিছে ভুক্তভোগীয়ে

মানকাচৰৰ চক্ৰ বিষয়াৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ; ন্যায় বিচাৰিছে ভুক্তভোগীয়ে

September 18, 2025 6:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

হিণ্ডেনবাৰ্গৰ সকলো অভিযোগ খাৰিজ, আদানিক ‘ক্লিন চিট’ দিলে ছেবিয়ে

September 18, 2025 7:31 pm
খিলঞ্জীয়াৰ গাত হাত দি বিপদত আৰক্ষী অধীক্ষক লীনা দলে : ধুবুৰীৰ পৰা আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ শাস্তিমূলক বদলি

খিলঞ্জীয়াৰ গাত হাত দি বিপদত আৰক্ষী অধীক্ষক লীনা দলে : ধুবুৰীৰ পৰা আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ শাস্তিমূলক বদলি

September 18, 2025 7:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd