• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

Video|| অৰুণাচল প্ৰদেশত পৰ্য্যটন প্ৰসাৰৰ প্ৰয়াসেৰে এনফিল্দ চফৰত মুখ্য মন্ত্ৰী খান্দু

এন ই নাও নিউজ by এন ই নাও নিউজ
October 16, 2019 5:32 pm
Arunachal Pradesh CM Pema Khandu bike ride

মটৰবাইকেৰে যাত্ৰাকালত খান্দু। ছবি সৌজন্য- টুইটাৰ।

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৰুণাচল প্ৰদেশৰ মুখ্য মন্ত্ৰী পেমা খান্দুৱে বিতোপন চিয়াং উপত্যকাৰ পাহাৰীয়া পথেৰে  চলোৱা এক মটৰবাইক চফৰৰ ভিডিঅ’ চ’চিয়েল মিডিয়াত চৰ্চিত হৈছে।

এখন ৰয়েল এনফিল্দ ইণ্টাৰ্চেপ্তৰ ৬৫০ বাইকেৰে য়িংকঙৰ পৰা পাছিঘাটলৈকে ১২২ কি.মি. পথ মুখ্য মন্ত্ৰীগৰাকীয়ে অতিক্ৰম কৰে।

চিয়াং উপত্যকাৰ আদি গাওঁসমূহৰ মাজেদি আগবঢ়া পথচোৱা অতি সুন্দৰ যাত্ৰাপথৰূপে জনাজাত।

Video of #motorcycle #RoadTrip from Yinkiong to Pasighat

An attempt towards promoting #Arunachal as dream destination for #biking and #adventure sports! @YASMinistry @ArunachalTsm @tourismgoi @lonelyplanet_in @incredibleindia @KirenRijiju pic.twitter.com/Om6ZxGPZNO

— Pema Khandu (@PemaKhanduBJP) October 14, 2019

খান্দুৱে এই চফৰক “অৰুণাচলক বাইকিং আৰু এদভেন্সাৰ স্প’ৰ্টছৰ স্বপ্নৰ লক্ষ্যস্থলৰূপে প্ৰসাৰ কৰাৰ এক প্ৰচেষ্টা”ৰূপে অভিহিত কৰিছে।

যাত্ৰাটোক লৈ খান্দুৱে কৰা এটা টুইটত কোৱা হৈছে, “এই সময়চোৱাই অৰুণাচল প্ৰদেশত বাইকিঙৰ আটাইতকৈ ভাল সময়।”

Motorcycle #RoadTrip today from Yingkiong to Pasighat.

The 122km route offers best road conditions and picturesque views. Now is the best time for bikers in Arunachal. #Arunachal #AmazingArunachal #VisitArunachal #Siang pic.twitter.com/gwksAdTNTa

— Pema Khandu (@PemaKhanduBJP) October 13, 2019

পাহাৰীয়া ৰাজ্যখনত পৰ্য্যটনৰ প্ৰসাৰৰ বাবে মুখ্য মন্ত্ৰীজনক চ’চিয়েল মিডিয়াত ব্যাপক তৎপৰতা লৈ অহা দেখা যায়।

যোৱা বছৰো মেচুকা উৎসৱৰ সময়ত খান্দু আৰু ৰাজ্যখনৰ সাংসদ, কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুক বলিউদ অভিনেতা চলমানৈ খানৰ সৈতে চাইকেল চলোৱা দেখা গৈছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

বলীউড অভিনেত্ৰী শিল্পা ছেট্টী আৰু স্বামী ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে ৰুজু ৬০ কোটি টকা প্ৰৱঞ্চনাৰ গোচৰ

বলীউড অভিনেত্ৰী শিল্পা ছেট্টী আৰু স্বামী ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে ৰুজু ৬০ কোটি টকা প্ৰৱঞ্চনাৰ গোচৰ

August 14, 2025 9:51 am
সাত মাহত ৩ লাখ লোকক কামোৰ, ২৬ জনৰ মৃত্যু! কৰ্ণাটকৰ প্ৰতিবেদনক লৈ উদ্বিগ্নতা বৃদ্ধি

পথৰ কুকুৰ সম্পৰ্কীয় ৰায়দানৰ পাছতে সমগ্ৰ দেশত আলোড়নঃ আজি পুনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

August 14, 2025 9:17 am
ছয় লাখ টকাৰ লাবুবু পুতলা লৈ পলায়ন মাস্ক পিন্ধা এদল চোৰ

ছয় লাখ টকাৰ লাবুবু পুতলা লৈ পলায়ন মাস্ক পিন্ধা এদল চোৰ

August 14, 2025 9:17 am
১০ লাখ শিক্ষকৰ পদ খালী, নতুন নিযুক্তিও বন্ধ! শিক্ষা ব্যৱস্থাক লৈ কেন্দ্ৰক সমালোচনা সংসদীয় সমিতিৰ

১০ লাখ শিক্ষকৰ পদ খালী, নতুন নিযুক্তিও বন্ধ! শিক্ষা ব্যৱস্থাক লৈ কেন্দ্ৰক সমালোচনা সংসদীয় সমিতিৰ

August 14, 2025 9:04 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বলীউড অভিনেত্ৰী শিল্পা ছেট্টী আৰু স্বামী ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে ৰুজু ৬০ কোটি টকা প্ৰৱঞ্চনাৰ গোচৰ

বলীউড অভিনেত্ৰী শিল্পা ছেট্টী আৰু স্বামী ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে ৰুজু ৬০ কোটি টকা প্ৰৱঞ্চনাৰ গোচৰ

August 14, 2025 9:51 am
সাত মাহত ৩ লাখ লোকক কামোৰ, ২৬ জনৰ মৃত্যু! কৰ্ণাটকৰ প্ৰতিবেদনক লৈ উদ্বিগ্নতা বৃদ্ধি

পথৰ কুকুৰ সম্পৰ্কীয় ৰায়দানৰ পাছতে সমগ্ৰ দেশত আলোড়নঃ আজি পুনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

August 14, 2025 9:17 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd