• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিজেপিয়ে ২৩০খন আসন পালেও গঠন কৰিব নোৱাৰিব চৰকাৰ- দাবী অৰবিন্দ কেজৰিৱাল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 12, 2024 11:55 am
2.7k
VIEWS
Share on FacebookShare on Twitter

২১ মাৰ্চত আবকাৰী গোচৰত গ্ৰেপ্তাৰ হৈছিল কেজৰিৱাল। ৫০ দিনৰ অন্তত শুকুৰবাৰে কেজৰিৱালক অন্তৱৰ্তীকালীন জামিনত জেলৰ পৰা মুকলি কৰি দিয়া হয়। লোকসভা নিৰ্বাচনৰ কথা মনত ৰাখি উচ্চতম ন্যায়ালয়ে কেজৰিৱালক ২১ দিনৰ জামিন মঞ্জুৰ কৰে। শনিবাৰে পুৱাৰে পৰা কেজৰিৱালে প্ৰচাৰ আৰম্ভ কৰে। আৰু প্ৰচাৰ আৰম্ভ কৰাৰ পৰাই তেওঁ বিজেপিক অবিৰতভাৱে আক্ৰমণ চলাই আহিছে।

দিল্লীৰ মুখ্যমন্ত্রীৰ দাবী যে এইবাৰ বিজেপিয়ে কোনো ধৰণে কেন্দ্রত চৰকাৰ গঠন কৰিব নোৱাৰিব৷ হাৰিয়ানা, ৰাজস্থান, কৰ্ণাটক, দিল্লী, বিহাৰ, মহাৰাষ্ট্ৰ, পশ্চিম বংগ, ঝাৰখণ্ড আৰু উত্তৰ প্ৰদেশৰ আসন হেৰুৱাব বিজেপিয়ে। কোনো ৰাজ্যতে তেওঁলোকৰ আসন বৃদ্ধি নহয়। ইয়াৰ পাছতে তেওঁ কয় যে, ‘কাৰাগাৰৰ পৰা মুক্তি পোৱাৰ পাছত মই নিৰ্বাচনী বিশেষজ্ঞ আৰু মানুহৰ সৈতে কথা পাতিলোঁ আৰু গম পালোঁ যে বিজেপিয়ে কেন্দ্ৰত চৰকাৰ গঠন কৰিব নোৱাৰিব। ২২০-২৩০ খনতকৈ বেছি আসন নাপাব বিজেপিয়ে। ৪ জুনত চৰকাৰ গঠন কৰিব মিত্ৰজোঁট ‘ইণ্ডিয়া’ই। আপ সেই চৰকাৰৰ অংশ হ’ব৷’

ইয়াৰ উপৰিও কেজৰিৱালে দিল্লীবাসীক দিয়া প্ৰতিশ্ৰুতি, “মিত্ৰজোঁট ‘ইণ্ডিয়া’ৰ চৰকাৰ গঠন হ’লে দিল্লীক সম্পূৰ্ণ ৰাজ্যৰ মৰ্যাদা দিয়া হ’ব।”

অৱশ্যে কেজৰিৰ এই দাবীক বিজেপিয়ে উপহাস কৰে। দিল্লীৰ মুখ্যমন্ত্ৰীৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিজেপিৰ মুখপাত্ৰ সুধাংশু ত্ৰিবেদীয়ে কয় যে আমাৰ প্ৰতি ঘৃণা থকাৰ পিাছতো আপ নেতাসকলে কয় যে আমি ইমানবোৰ আসন পাম। অৰ্থাৎ শাসকীয় মিত্ৰজোঁটে প্ৰায় দুগুণ আসন পাব।

Recent News

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত; প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো বাসিন্দা হ’ল পোপ

পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত; প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো বাসিন্দা হ’ল পোপ

বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দাবী- গ্ৰেপ্তাৰ হৈছে পাকিস্তানৰ সেনা প্ৰধান আছিম মুনিৰ!

বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দাবী- গ্ৰেপ্তাৰ হৈছে পাকিস্তানৰ সেনা প্ৰধান আছিম মুনিৰ!

ভুৱা নথি-পত্ৰৰে স্কুলৰ চাকৰি, ১৮ বছৰত কোটি টকা উপাৰ্জন! অৱশেষত ফাদিল যমজ ভগ্নীৰ ৰহস্য

ভুৱা নথি-পত্ৰৰে স্কুলৰ চাকৰি, ১৮ বছৰত কোটি টকা উপাৰ্জন! অৱশেষত ফাদিল যমজ ভগ্নীৰ ৰহস্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd